Fancy dail Seized In Dakhingaon:মহানগৰীত বুজন পৰিমাণৰ ফেঞ্চি ডাইল জব্দ

odalbakra police out post

Fancy dail Seized In Dakhingaon:

মহানগৰীৰ দক্ষিণগাঁও এন ই এফৰ আইন মহাবিদ্যালয়ৰ সমীপত আৰক্ষীৰ অভিযান ৷ জব্দ বৃহৎ পৰিমাণৰ ফেঞ্চি ডাইল ৷

মণিপুৰৰ এটা সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ২,২৫৬টা বটল ফেঞ্চি ডাইল ৷ আটকাধীন সৰবৰাহকাৰীটোৰ নাম হাফিজুদ্দিন ৷ আৰক্ষীয়ে জব্দ কৰে সৰবৰাহকাৰীটোৰ ব্যৱহ্ত এএছ-০১-ডি ডি ৭৭৯৯ নম্বৰৰ বাহন খন ৷

Exit mobile version