Earthquake:
দেশৰ ৰাজধানী চহৰ দিল্লী সহ উত্তৰাখণ্ড, পজ্ঞাৱ,উত্তৰ প্ৰদেশত ভূঁইকঁপৰ জোকাৰণি ৷ আবেলি ২.২৫ বজাত অনুভূত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৬ ৷ ভূঁইকপৰ উৎপত্তিস্থল আছিল নেপাল ৷
ADVERTISEMENT
আনহাতে দুটাকৈ ভূমিকম্পই জোকাৰি যায নেপালত ৷ প্ৰথমটো অনুভূত হয় দিনৰ ২ .১৯ ,ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৬ হোৱাৰ বিপৰীতে দ্বিতীয়টো অনুভূত হয় ২.২৫ত ৷ প্ৰাৱল্য আছিল ৬.২ ৷
ইতিমধ্যে প্ৰাপ্ত খবৰ অনুসৰি হিমালয়ান দেশ খনৰ কেতবোৰ অঞ্চলত ক্ষতিসাধন হৈছে ৷ বিশেষকৈ মাটিৰ কেচাঘৰবোৰ ভাঙি চুৰমাৰ হৈছে ৷ অৱশ্যে হতাহত হোৱাৰ খবৰ অহা নাই ৷