ICMR To Send Medicines With Drone: ড্ৰ’নৰে দুৰ্গম অঞ্চললৈ ঔষধ প্ৰেৰণ  !

drones a

ICMR To Send Medicines With Drone:

পাৰ্বত্যাঞ্চলত প্ৰাকৃতিক দুৰ্যোগ বা আন আন দুৰ্যোগৰ সময়ত অসুস্থ হৈ থকা ৰোগীলৈ তাৎক্ষণিকভাৱে ঔষধ প্ৰেৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আই চি এম আৰ-এ ৷

ড্ৰ’নৰে দুৰ্গম অঞ্চললৈ প্ৰয়োজনীয় ঔষধ প্ৰেৰণ কৰিছে আই চি এম আৰ-এ ৷ হিমালয়ান ৰাজ্য হিমাচল প্ৰদেশৰ অতি দুৰ্গম লাহৌল- স্পুতিলৈ ড্ৰ’নৰে ঔষধ প্ৰেৰণ পৰীক্ষামূলক পৰীক্ষণ সুকলমে সম্পাদন কৰে আই চি এম আৰ-এ ৷

Exit mobile version