Today Horoscope: দিনটোৰ ৰাশিফল
মেষ : কর্মত উন্নতি। ব্যৱসায়ত মধ্যম। ব্যয় বৃদ্ধি পূব দিশত ভ্রমণ নকৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।
বৃষ :কর্মসংস্থাপনৰ যুগ। পাৰিলে শনি মন্দিৰ দৰ্শন কৰিব শুভ হবে। আকোৰগোজ মনোভাৱৰ পৰা ক্ষতি। বিদ্যাত উন্নতি। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।
মিথুন: জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব; বিদ্যাত মাধ্যম। ভ্ৰমণত সাৱধান। শুভ ৰং মুগা, শুভ সংখ্যা ২।
কর্কট : কার্যসিদ্ধিত আনৰ প্রভাৱ পৰিব, মূল্যৱান সম্পদ লাভ, ব্যয়বৃদ্ধি। পূব দিশ ভ্রমণ কৰিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।
সিংহ : সন্মান বৃদ্ধি, বন্ধুবৰ্গৰ পৰা উৎসাহিত হ’ব। শুভ কাম সম্পন্ন কবি পাৰিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
তুলা : মূল্যৱান সম্পদ লাভ, ব্যয় বৃদ্ধি। আনৰ প্ৰতি উদাৰতা নহ’ব, কার্যক্ষেত্ৰত মধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ৪।
কন্যা: ব্যৱসায়ত উন্নতি। জমা ধন খৰচ হ’ব পাৰে। ভ্ৰমণত শুভ, শৰীৰৰ যত্ন লওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।
বৃশ্চিক : মানসিক শান্তি, সন্মান বৃদ্ধি, গোপন শত্রু বৃদ্ধি। কর্মক্ষেত্ৰত উন্নতি, খৰচ বৃদ্ধি, শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৮।
ধনু:ভ্ৰমণত কষ্ট, কর্মসংস্থাপনৰ যুগ। অর্থ নাশ। প্রেমত কষ্ট, শাৰীৰিক সংঘাতৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং চকলেট, শুভ সংখ্যা ২। ধনু :
মকৰ : সামাজিক নিষ্ঠা আৰু দৃঢ়তা বৃাঁধা। বেবৰ প্ৰয়োজন। কর্মস্থানত উন্নতি, সন্তানক লৈ চিন্তা বৃদ্ধি। শুভ ৰং নীলা, শুভ সংখ্যা ৫।
কুম্ভ : কর্মযোগ্যতা বৃদ্ধি। ভ্ৰমণৰ যুগ। আয়তকৈ ব্যয় বৃদ্ধি। অর্থনাশ শুভ ৰং মাখন, শুভ সংখ্যা ৩।
মীন : পৰিশ্ৰমৰ মৰ্যাদা পাব। ভ্রমণত চিন্তা বৃদ্ধি। দুষ্ট লোকৰ পৰা সাৱধান হওক, শুভ ৰং মাখন, শুভ সংখা ৬।