Oc Arrested :উৎকোচ লৈ আটক অ’চি ! কৌশলৰে পলায়ন

bribes

Oc Arrested :

পুনৰ খাকী পোছাকত দাগ ৷ এইবাৰ ৰৌতাত দুৰ্নীতি নিবাৰক শাখাই অৰ্তকিতে চলোৱা অভিযানত আটক হ’ল ৰৌতা থানৰৰ অ’চি কবিন্দ্ৰ ৰাভা।

ঘোচ লোৱা অৱস্থাতে অ’চি ৰাভাক হাতেলোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷

কিন্ত আচৰিতজনক ভাৱে আটকাধীন ৰাভাই সুযোগ বুজি দুৰ্নীতি নিবাৰক শাখাৰ জিন্মাৰ পৰা পলায়ন কৰে ৷ অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে সদৰি কৰা নাই
দুৰ্নীতি নিবাৰক শাখাই ৷

ইতিমধ্যে সংগোপনে ভিজিলেঞ্চ শাখাই অ’চি ৰাভাৰ সন্ধানত অভিযান চলাইছে ৷

Exit mobile version