North Guwahati- Guwahati Ferry Service Suspended:উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰী সেৱা বন্ধ

বৃহস্পতিবাৰৰ পৰা সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা

ferry ser

North Guwahati- Guwahati Ferry Service Suspended:

পৰ্যাপ্ত পথ নথকাৰ আজি উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰী সেৱা বন্ধ ঘোষণা আভান্তৰিন জলপৰিবহণ বিভাগৰ

উল্লেখ্য যে,ফেৰী চলাচলৰ বাবে পৰ্যাপ্ত জেট্টী নথকাৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে সকলো ঠিকে থাকে থাকিলে বৃহস্পতিবাৰৰ পৰা পুনৰ ফেৰী চলাচল অব্যাহত থকাৰ সম্ভাৱনা আছে ৷

Exit mobile version