Fake Note Paddlar Arested In Guwahati:মহানগৰীৰ লালমাটিৰ এখন হোটেলত নকল টকাৰ বিৰুদ্ধে এছ টিএফৰ অভিযান

কেইবা লক্ষাধিক নকলনোট, টকা বনোৱা মেচিন, প্ৰিণ্টাৰসহ সহ গ্ৰেপ্তাৰ জালনোট ব্যৱসায়ীক

paddlar

Fake Note Paddlar Arested In Guwahati:

মহানগৰীত অসম আৰক্ষীৰ স্পেচিয়েল টাক্স ফৰ্চে বিশেষ সূত্ৰৰ পমখেদি অৰ্তকিতে চলোৱা অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নকল নোট

মঙলবাৰে নিশা এছ টি এফৰ এটা দলে লালমাটিস্থিত এখন হোটেলত অভিযান চলাই কেইবা লক্ষাধিক পাঁচশটকীয়া জালনোট, টকা বনোৱা মেচিন, প্ৰিণ্টাৰসহ গ্ৰেপ্তাৰ কৰে নজৰুল মজুমদাৰ নামৰ দুৰ্ধৰ্ষ জালনোটৰ সৰবৰাহকাৰীজনক ৷

আৰক্ষী সূত্ৰৰ সদৰি কৰা মতে, নজৰুল মজুমদাৰ নামৰ দুৰ্ধৰ্ষ জালনোটৰ সৰবৰাহকাৰী শিলচৰৰ পৰা আহি কে’বাদিন ধৰি লালমাটিস্থিত হোটেলখনত থাকি নকল নোটৰ ব্যৱসায় অব্যাহত ৰাখিছিল ।

ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে নকলনোটৰ সৰবৰাহ কৰা আন আন সংগী কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

Exit mobile version