Guwahati Sold Liquor Worth Over 6.83 Crore  In Last Todays Diwali :দীপাৱলীত গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ

দুদিনত ৬ কোটি ৮৩ লাখ ১২ হেজাৰ ৭৬০ টকাৰ সুৰা বিক্ৰী

liquar

Guwahati Sold Liquor Worth Over 6.83 Crore  In Last Todays Diwali :

দীপাৱলীত গুৱাহাটীয়ে গঢ়িলে অভিলেখ ৷ সুৰা বিক্ৰীত স্মাৰ্ট চিটিয়ে পুনৰ গঢ়িলে অভিলেখ ৷ দুদিনত সুৰা বিক্ৰী হয় ৬ কোটি ৮৩ লাখ ১২ হেজাৰ ৭৬০ টকাৰ ৷

দেওবাৰে দীপাৱলীৰ দিনটোত ৩ কোটি ৭১ হেজাৰ টকা সুৰা বিক্ৰী হোৱাৰ বিপৰীতে সোমবাৰে বিক্ৰী হয় ৩.১১কোটি টকা ৷

পূৰ্বৰ অভিলেখ ভংগ কৰে সুৰা বিক্ৰীৰে ৷ যোৱা দুৰ্গা পূজাৰ সময়তো মহানগৰে সুৰা বিক্ৰীত গঢ়িছিল অভিলেখ ৷ ২২,২৩ আৰু ২৪ অক্টোবৰৰ তিনিটা দিনত সুৰা বিক্ৰী হৈছিল ২২.২৩ কোটি টকা

একেদৰে বিশ্বকৰ্মা পূজাৰ দিনটোত ৮.৩৮ কোটি টকাৰ অভিলেখ সংখ্যক সুৰা বিক্ৰী হৈছিল মহানগৰীত ৷

Exit mobile version