Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fire : দীপাৱলীৰ প্ৰথম দিনাই ৰাজ্যত সংঘটিত ৫৬টা অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটীত সর্বাধিক ১৪ ঘটনা-মহিলাৰ মৃত্যু

publisher by publisher
November 14, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Fire : দীপাৱলীৰ প্ৰথম দিনাই ৰাজ্যত সংঘটিত ৫৬টা অগ্নিকাণ্ডৰ ঘটনা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Heavy air pollution in Delhi:ৰাজধানী দিল্লীত ভয়াৱহ বায়ু প্রদূষণ

Ram City Ayodhya Is Ready For A World Record:দীপাৱলীৰ দিনাই বিশ্ব অভিলেখৰ বাবে সাজু ৰাম নগৰী অযোধ্যা

Fire :

দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্রাস্তুত সংঘটিত হয় সৰু-বৰ মুঠ ৫৬টা অগ্নিকাণ্ডৰ ঘটনা।

ADVERTISEMENT

ইয়াৰে বৃহত্তৰ গুৱাহাটীত সর্বাধিক ১৪টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু যোৰাবাটত সংঘটিত অগ্নিকাণ্ডটোৱেই কালিৰ দিনটোত আটাইতকৈ ডাঙৰ অগ্নিকাণ্ডৰ ঘটনা আছিল বুলি অগ্নিনির্বাপক বাহিনীয়ে সদৰী কৰিছে।

উল্লেখ্য যে যোৰাবাটত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত সুজাতা চৌধুৰী (৪০) নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল। ৰাজধানী চহৰখনত নিশা ১২ বজা পর্যন্ত মুঠ ১৭টা অগ্নিকাণ্ডৰ তথ্য সংশ্লিষ্ট বাহিনীয়ে লাভ কৰিছিল। যদিও ইয়াৰে তিনিটা স্থানীয় ৰাইজে নির্বাপণ কৰিবলৈ সক্ষম হয় আৰু ১৪টা অগ্নিকাণ্ড ঘটনা অগ্নিনির্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে।

অৱশ্যে যোৰাবাটৰ ঘটনাক বাদ দি বাকী অগ্নিকাণ্ড ঘটনাসমূহৰ গৰিষ্ঠ সংখ্যকে আতচবাজীৰ ফিৰিঙতিৰ পৰা জাবৰ, পেলনীয়া সামগ্রী, শুকান গছ আদিত লগা জুই বুলি বিভাগে সদৰী কৰিছে। কালি ৰাজ্যৰ আন প্ৰান্ততো কে’বাটাও বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বাহিনীয়ে সদৰী কৰা অনুসৰি, ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ ন কৰৈগুৰি গাঁৱত সংঘটিত এক অগ্নিকাণ্ডত সুনীল শ‍ইকীয়া নামৰ লোকজনৰ ৰান্ধনীগৃহ জুইত জাহ যায়। শোণিতপুৰ চাৰিদুৱাৰৰ বগীজুলিত সংঘটিত আন এটা অগ্নিকাণ্ডৰ ঘটনাত পৰমা শ‍ইকীয়া নামৰ লোকজনৰ ব্যৱসায়িক প্রতিষ্ঠান জুইত জাহ যায়।

একেদৰে লামডিং কালীবাৰীৰ পাৰ্থ সেনগুপ্তৰ বাসগৃহত, মানকাচৰৰ নিউ মার্কেটত দীপক আগৰৱালাৰ কাপোৰ গুদাম-তিনিখন বাহন, তিতাবৰ পূবালী নগৰত ফার্ণিচাৰ ওদাম, কামপুৰৰ দৰঙীয়াল গাঁৱৰ সোমেশ্বৰ নাথৰ বাসগৃহ, নগাঁওৰ পুৰণিগুদাম মাহমৰা গাঁৱৰ হৰেণ ফুকনৰ ঘৰৰ চৌহদ, গোলাঘাট আঠাবাৰীত তিনিখন ব্যৱসায়িক প্রতিষ্ঠান আৰু ডবকাত ১০ টা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাসমূহত বিস্তৰ ক্ষতিসাধন হৈছে বুলি অগ্নিনির্বাপক বাহিনীয়ে সদৰী কৰিছে।

যোৱা নিশা ১২ বজা পর্যন্ত দ্বিতীয় সর্বাধিক ডিব্ৰুগড়ত ছটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। একেদৰে শোণিতপুৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, নগাঁও আৰু হোজাইত তিনিটাকৈ, মৰিগাঁও আৰু যোৰহাটত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ইয়াৰ উপৰি বজালী, গোৱালপাৰা, বৰপেটা, নলবাৰী, বাগ্‌সা, দক্ষিণ শালমাৰা, চিৰাং কৰিমগঞ্জ, চৰাইদেউ, গোলাঘাট, কোকৰাঝাৰ আৰু পূব কাৰ্বি আংলঙত এটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

এই অগ্নিকাণ্ডৰ গৰিষ্ঠ সংখ্যকে আতচবাজীৰ ফলত সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Diwali CelebrationFire ERUPTS iN Guwahati
publisher

publisher

Related Posts

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d