AASU Conference In Morigaon:মৰিগাঁৱত আজিৰ পৰা আৰম্ভ আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন

কেন্দ্ৰীয় অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশন, অধিৱেশনত ভাগ লৱ ১০ হাজাৰ প্ৰতিনিধিয়ে

assu conference

AASU Conference In Morigaon:

আজিৰ পৰা মৰিগাঁও চহৰত তিনিদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আয়োজিত অধিৱেশত অংশ লবৰ বাবে ইতিমধ্যে মৰিগাঁওত উপস্থিত হৈছেহি কে’বা সহস্ৰাধিক আছু প্ৰতিনিধিবৰ্গ ৷

আনহাতে প্ৰতিনিধি সকলক উষ্ম আদৰণি জনাবলৈ সাজু হৈছে অভ্যথৰ্ণা সমিতিৰ ২৭ খন উপ-সমিতিয়ে।

ইপিনে আছুৰ মৰিগাঁও অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰৰ মূল তোৰণ উন্মোচন কৰা হয় ৷

Exit mobile version