Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৱানীপুৰত ঐতিহাসিক গোপাল আতা সত্ৰৰ দুৰৱস্থা

বৰষুণৰ পানীতে উপচি পৰিছে সত্ৰ চৌহদ, পানী নিৰ্গমণৰ আঁচনি ফলকতে সীমাবদ্ধ থাকিল

publisher by publisher
June 11, 2022
in Assam, India, News
Reading Time: 1 min read
0
ভৱানীপুৰত ঐতিহাসিক গোপাল আতা সত্ৰৰ দুৰৱস্থা
13
SHARES
125
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

এজাক বৰষুণতে উপচি পৰিছে ঐতিহাসিক গোপাল আতা সত্ৰ চৌহদ । অঞ্চলটোত বাৰিষা আৰম্ভ নৌহওঁতেই এতিয়া সত্ৰ চৌহদ অধিকাংশ ঠাইতে বান্ধিছে বৃহৎ আকৃতিৰ পানীৰ ডোঙা । প্ৰতি বছৰে প্ৰায় নিয়মীয়া ঘটনাত পৰিণত হোৱা সত্ৰ চৌহদৰ ঠায়ে ঠায়ে এতিয়া একাঠু পৰ্যন্ত পানী । তদুপৰি সত্ৰ চৌহদৰ বিস্তীৰ্ণ এলেকাতে গজি উঠিছে ঘন বন । এনে এক অৱস্থাৰ মাজতে বৰ্তমান পতিত হৈছে ‘আতাপুৰুষ’ গোপাল আতা স্থাপিত ঐতিহাসিক গোপাল আতা সত্ৰ ।

ADVERTISEMENT

উল্লেখ্য, উজনি অসমৰ নাজিৰাত ১৫৪০ত জন্মগ্ৰহণ কৰা ‘আতাপুৰুষ’গৰাকীয়ে ৰাজৰোষত পৰি নামনি অসমলৈ আহি বৰ্তমান ভৱানীপুৰ সমষ্টিৰ পুৰণ ভৱানীপুৰ গাঁৰত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল । কিন্তু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ লগতে উক্ত সময়ছোৱাত সত্ৰখনৰ ভকত-বৈষ্ণৱসকল বিভিন্ন ধৰণৰ মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে অনেকৰে মৃত্যু হোৱাত বহুতেই উক্ত স্থান ত্যাগ কৰাত সুদীৰ্ঘকাল ঐতিহাসিক সত্ৰখন প্ৰায় পাহৰণিৰ গৰ্ভত লুপ্তপ্ৰায় হৈ সোমাই আছিল । কিন্তু উজনি-নামনিৰ একাংশ শুভানুধ্যায়ী লোকৰ তৎপৰতাত সত্ৰখন পুনৰ পাহৰণিৰ‌ গৰ্ভৰৰ পৰা মূৰ দাঙি উঠে ।

ইয়াৰ পাছতেই ১৯৬৪ত সত্ৰ চৌহদত এটা নামঘৰ সাজি তাত নিত্য প্ৰসংগ আৰম্ভ কৰা হয় । সমান্তৰালকৈ সত্ৰ চৌহদত ‘আতাপুৰুষ’ গোপাল আতা আৰু মহাপুৰুষ মাধৱদেৱৰ নামত সত্ৰ চৌহদত দুটাকৈ মন্দিৰ সাজি উলিওৱা হয় । উল্লেখ্য, মধ্যযুগীয় অসমত ‘আতাপুৰুষ’গৰাকীৰ বিচক্ষণ পাণ্ডিত্যত মুগ্ধ হৈ কোচ ৰজা নৰনাৰায়নে এক বৃহৎ পৰিমাণৰ মাটি ‘আতাপুৰুষ’গৰাকীক দান কৰিছিল । বৰ্তমান সত্ৰখনৰ মুঠ মাটিকালি ২,৩৪১ বিঘা দুই কঠা দুই লেচা বুলি বিভিন্ন নথিপত্ৰত উল্লেখ থাকিলেও বৰ্তমান সত্ৰৰ দখলত প্ৰায় সাত বিঘা মাটিহে থকাৰ কথা জানিব পৰা গৈছে ।

আনহাতে, এনে এক অৱস্থাৰ মাজতে সত্ৰখনৰ ভৌগোলিক অস্তিত্ব ৰক্ষাৰ কথাটোৱে বৰ্তমান অঞ্চলটোৰ সচেতন লোকৰ মাজত চৰ্চাৰ বিষয় হৈ পৰা দেখা গৈছে । বৰ্তমান ভৌগোলিক দিশেৰে বানাক্ৰান্ত‌ মুকলি পথৰুৱা অঞ্চলত স্থাপিত‌ সত্ৰখনৰ চৌহদত মাটি পূৰোৱা কামটোৱে সত্ৰখনৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অগ্ৰাধিকাৰ ভিত্তিত কৰিবলগীয়া আটাইতকৈ প্ৰয়োজনীয় কাম বুলি মত দোহাৰিছে সত্ৰ পৰিচালনা সমিতিখনৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে ।

আনহাতে, বিগত বৰ্ষৰ ২৫ ডিচেম্বৰ তাৰিখে ১১ নং গেৰুৱাপাৰ গাঁও পঞ্চায়তৰ অধীনত ১৫ সংখ্যক বিত্তীয় আয়োগৰ দ্বাৰা অনুমোদিত আঁচনিৰ অধীনত সত্ৰ চৌহদত জমা হোৱা অতিৰিক্ত পানীভাগ বাহিৰলৈ নিৰ্গমণৰ বাবে তিনি লাখ ৪৮ হেজাৰ ২৬৪ টকা ব্যয়সাপেক্ষে এক আঁচনিৰ আধাৰশিলা সমষ্টিটোৰ বিধায়ক ফণীধৰ তালুকদাৰে উন্মোচন কৰিছিল যদিও প্ৰায় ছমাহেই আঁচনিখনৰ এবিন্দু কামো আগনবঢ়াৰ কথাতো খেদ প্ৰকাশ কৰিছে সভাপতিগৰাকীয়ে ।

বৰ্তমান মাটি পূৰোৱাৰ বাবে মুকলি কৰি দিয়া প্ৰথম কিস্তিৰ ধনেৰে সত্ৰ চৌহদ মাটিৰে কিছু পূৰ কৰা হৈছে যদিও কাম সম্পূৰ্ণ হ’বলৈ এতিয়াও বহুদূৰ বাকী বুলি মন্তব্য কৰিছে সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে । আনহাতে, সত্ৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন বিষয় আলোচনাৰ বাবে সভা-সমিতি আহ্বান কৰিলেও সুবিধাজনক ঠাইৰ অভাৱত সত্ৰ চৌহদৰ গছৰ তলৰ অপৰিস্কাৰ পৰিৱেশতে সভা-সমিতি অনুষ্ঠিত কৰিবলগীয়াটো চৰম পৰিতাপৰ কথা বুলিও মন্তব্য কৰিছে সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে ।

সভাপতি বৰ্মনে ১৯৬৪তে সত্ৰ চৌহদত নিৰ্মিত বৰ নামঘৰটোৰ অৱস্থাও ক্ৰমান্বয়ে জৰাজীৰ্ণ পৰিছে । সত্ৰ চৌহদত সংযোগী পকী পথ নিৰ্মাণৰ ফলত বৰ নামঘৰটো প্ৰয়োজনতকৈ চাপৰ হৈ পৰা বুলিও মন্তব্য কৰিছে । আনহাতে, স্থাপিত গোপালদেৱ আৰু মাধৱদেৱ দুয়োটা মন্দিৰৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে । অসম চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত পোৱা ১০ লাখ টকাৰে সত্ৰৰ মূল তোৰণ আৰু বাটচ’ৰা নিৰ্মাণ কৰি উলিওৱাৰ লগতে অসম চৰকাৰৰ সত্ৰ উন্নয়ন পুঁজিৰ জৰিয়তে পোৱা ২০ লাখ টকাৰ ধনেৰে সত্ৰ চৌহদত অতিথিশালা নিৰ্মাণ আৰু অসম চৰকাৰৰ ‘আনটাইড ফাণ্ড’ৰ পৰা লাভ কৰা ১৪ লাখ টকাৰে সত্ৰ চৌহদত এটা সাংস্কৃতিক গৃহ নিৰ্মাণ কৰি উলিওৱাৰ কথাও জানিবলৈ দিছে সভাপতিগৰাকীয়ে ।

সভাপতি বৰ্মনৰ লগতে সত্ৰ পৰিচালনা কমিটীৰ সম্পাদক কাৰ্তিক দাসে চৰকাৰী বদান্যতাৰ শলাগ লোৱাৰ কথা প্ৰকাশ কৰিলেও ‘আতাপুৰুষ’ গোপাল আতাৰ দ্বাৰা স্থাপিত ঐতিহাসিক গোপাল আতা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ্থে চৰকাৰৰ আৰু অধিক সুদৃষ্টিৰ প্ৰয়োজন আছে বুলি মত দোহাৰিছে । এই ক্ষেত্ৰত সত্ৰ পৰিচালনা সমিতিৰ দুয়োগৰাকী বিষয়ববীয়াই চৰকাৰে ৰাজ্যখনৰ সত্ৰসমূহৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে কৰি থকা বাৰম্বাৰ ঘোষণালৈ আঙুলিয়াই দিছে । এই কথাৰ আঁত ধৰিয়েই দুয়োগৰাকীয়েই বানাক্ৰান্ত অঞ্চলটোত স্থাপিত সত্ৰখনৰ ভৌগোলিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰ চৌহদ মাটিৰে পূৰোৱা কথাটোকে দুয়োগৰাকীয়ে অগ্ৰাধিকাৰ দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।

ইতিমধ্যে এই ক্ষেত্ৰত স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ জৰিয়তে অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি বিষয়টো অসম চৰকাৰৰ বাৰম্বাৰ দৃষ্টি গোচৰ কৰি অহা কথাটোও দুয়োগৰাকীয়ে দোহাৰিছে । অন্যথা সত্ৰ চৌহদত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ সত্ৰখনৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি আহিব পাৰে বুলিও তেওঁলোকে শংকা প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBhawanipurSri Sri Gopal Ata Satra
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d