Vice-Chancellor Of Boroland University 0n Compulsory Leave:অৱশেষত বাধ্যতামূলক ছুটী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক

ৰাজভৱন সচিবালয়ে এই সন্দৰ্ভত জাৰি কৰে নিৰ্দেশনা

boroland univercity

Vice-Chancellor Of Boroland University 0n Compulsory Leave:

বিটিআৰৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বহু বিতৰ্কিত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বাধ্যতামূলক ছুটী দিয়ে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় খনৰ আচাৰ্য গুলাবচান্দ কাটৰিয়াই ৷

ইতিমধ্যে ৰাজভৱন সচিবালয়ে এই সন্দৰ্ভত জাৰি কৰে নিৰ্দেশনা। উল্লেখ্য যে বিতৰ্কিত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত আবছু সহ বহু কেইটা সংগঠনে দীৰ্ঘ সময় ধৰি উত্তাল কৰিছিল বিটিআৰ অঞ্চল ।

আনকি কেতবোৰ আন্দোলনাত্মক কাৰ্যসুচী ৰূপায়ণ কৰা হৈছিল বিটিআৰৰ বিভিন্ন স্থানত ৷

Exit mobile version