Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BTR Education:বিটিআৰৰ শিক্ষা বিভাগত নাজল নাথল অৱস্থা !

বাঁহৰে সজা চপৰা গৃহত কণ কণ শিক্ষাৰ্থীৰ পাঠদান

publisher by publisher
November 2, 2023
in Assam, India, News
Reading Time: 2 mins read
0
BTR Education:বিটিআৰৰ শিক্ষা বিভাগত নাজল নাথল অৱস্থা !
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

BTR chief meets CM Himanta Biswa Sarma at his residence:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক বাসভৱনত সাক্ষাৎ ইউপিপিএলৰ সভাপতি ,বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৰ

BTR Chief Pramod Boro Pressmeet In Hotel Lily:৩ বছৰ সম্পূৰ্ণ হ’ল বিটিআৰ চৰকাৰৰ

BTR Education:

ADVERTISEMENT

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰা বিটিআৰৰ শিক্ষা বিভাগক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৱ বুলি সভাই সমিতিয়ে ফুঁলজাৰি মাৰি ভাষণ দি আহিছে যদিও প্ৰকৃতাৰ্থত বিটিচিৰ শিক্ষা বিভাগটোৰ কি অৱস্থাত আছে সেয়া হয়তো আপুনি দেখি হতভম্ভ হৈ পৰিব ৷

হয় ,আমি আজি চৰজমিন অনুসন্ধানত বিটিচিৰ শিক্ষা বিভাগৰ পয়ালগা দৃৰ্শ্য দাঙি ধৰিৱ ওলাইছো ৷ এয়া কোনো ভিতৰুৱা দূৰ্গম অঞ্চল নহয় ৷  বিটিচি সচিবালয়ৰ গাতে লাগি থকা চন্দ্ৰপাৰাত ৩২১ নং হেকাইপাৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী কোঠাই বিটিচিৰ শিক্ষা বিভাগৰ উন্নয়নৰ ৰেহৰূপ উদঙাই দিব। কিয়নো বিগত ১৯৫১ চনত স্থাপিত হোৱা কোকৰাঝাৰ জিলাৰ  দোতমা ব্লকৰ চন্দ্ৰপাৰাস্থিত হেকাইপাৰা চৰকাৰী প্ৰাথমিক বিদ্যালয় আজি আন্তঃগাথনিৰ অভাৱত বাঁহৰে সঁজা চপৰা গৃহত কণ কণ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগা হৈছে ৷

য’ত চৰকাৰী উন্নয়নৰ ঢাক ঢোল বজাই অহা এইখন চৰকাৰী স্কুলৰ শ্ৰেণী কোঠা দেখিলে হয়তো খোদ লজ্জিত হৱ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে ৷ এনেকি প্ৰমোদ বড়োৰ হাতত থকা শিক্ষা বিভাগটোৰ এই দূৰৱস্থাই উন্নয়নৰ প্ৰকৃত স্বৰূপ কেনে অৱস্থাত আছে বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই ৷ স্কুল খনত ১৯৮ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ তিনিজন শিক্ষকে ছয়টা ক্লাছ চম্ভালিব লগা হৈছে ৷

য’ত বিদ্যালয় খনৰ শিক্ষক সকলে স্কুলৰ আন্তঃগাথনিৰ জৰাজীৰ্ণ অৱস্থা ,পৰ্যাপ্ত শিক্ষকৰ অভাৱ আৰু বাৰিষা দিনত আন শ্ৰেণী কোঠাৰ টিনপাত ফুঁটা থকাত পানীৰ মাজতে শ্ৰেণীত পাঠদান কৰা ইত্যাদি বিভিন্ন সমস্যাৰ কথা অকপটে স্কীকাৰ কৰে ৷

এইক্ষেত্ৰত বিভাগটোক অৱগত কৰিলেও কোনো গুৰুত্ব নাই বুলি আক্ষেপ কৰে শিক্ষাগুৰু সকলে ৷ এনেকি স্কুলখনত ক’ শ্ৰেণীৰ পাঠদান গছৰ তলত বহি কৰিৱ লগা অৱস্থা হোৱা বুলি কয় শিক্ষকৰ লগতে অঞ্চলটোৰ  ৰাইজে ৷

তেনেক্ষেত্ৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই চুপাৰ ফিফটি , জ্ঞানসৌৰাং বিথাংখি ইত্যাদি মিছন মুডত কাম কৰা বুলি সংবাদ মহলত দাবী কৰিলেও প্ৰকৃতাৰ্থত পৰিবৰ্তণৰ চৰকাৰখনে উন্নয়নৰ পৰিবৰ্তণ সাধিব পাৰিছেনে সেয়া এই সময়ৰ বাবে বৃহৎ প্ৰশ্ন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Btr Chief Pramod BodoBtr EducationDilapidated SchoolHekaipara Govt.L.P. schoolReluctance to build a School
publisher

publisher

Related Posts

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান
Assam

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d