Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

5 State Assembly Election Result:মোডীৰ ঢৌত উটি গ’ল কংগ্ৰেছ

ছেমিফাইনেল ৩-১ত কংগ্ৰেছত পৰাভূত কৰি ফাইনেলত বিজেপি, হিন্দী বলয়ৰ তিনি ৰাজ্য ৰাজস্থান,মধ্য প্ৰদেশ,চত্তিছগড়ত বিপুল জয়, দুই ৰাজ্য হেৰুৱাই প্ৰথমবাৰলৈ তেলেংগানাত জয়লাভ কংগ্ৰেছৰ, ৪ ৰাজ্য নিৰ্বাচনত হেৰাল আপ !, এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল কেজৰিয়ালৰ দলটো, মিজোৰামৰ নিৰ্বাচনত বৃহৎ অঘটন, নিৰ্বাচনত মুখ্যমন্ত্ৰী জোৰামথাংগা পৰাস্ত, নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ ZPM ৰ, মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব প্ৰাক্তন IPS লালডোহোমা

publisher by publisher
December 4, 2023
in India, News
Reading Time: 3 mins read
0
5 State Assembly Election Result:মোডীৰ ঢৌত উটি গ’ল কংগ্ৰেছ
1
SHARES
12
VIEWS
ShareShareShareShare

5 State Assembly Election Result:

দেওবাৰে ঘোষিত মধ্যপ্রদেশ, ৰাজস্থান, চত্তিছগড় আৰু তেলেংগানা এই চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত বিজেপিৰ চমকপ্রদ প্রদর্শনে ২০২৪লৈ কি ইংগিত দিলে তাক লৈ চৰ্চা আৰম্ভ হৈছে।

ADVERTISEMENT

ঘোষিত ফলাফল অনুসৰি মধ্যপ্রদেশ, ৰাজস্থান আৰু চত্তিছগড়ত বিজেপিয়ে বৃহৎ সাফল্যৰে জয়লাভ কৰাৰ বিপৰীতে তেলেংগানা কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হয়। হিন্দী বলয়ৰ তিনি ৰাজ্যত বিজেপিৰ এই বৃহৎ বিজয়ৰ বিপৰীতে কংগ্রেছে এখন ৰাজ্যতে সন্তুষ্ট থাকিবলগীয়া হ’ল। কিছুদিন পূর্বে প্রকাশিত কে’বাটাও নির্বাচনোত্তৰ সমীক্ষাত মধ্যপ্রদেশত বিজেপি আৰু কংগ্ৰেছৰ মাজত কঠিন যুঁজ হ’ব বুলি কোৱা হৈছিল।

RelatedPosts

Assam Assembly Election 2026:কেবাখনো দেশৰ প্ৰতিনিধি দলে ৯ এপ্ৰিলত পৰিদৰ্শন কৰিব অসম বিধানসভা নিৰ্বাচনৰ ভোটদান

Home Voting System:অসমত আৰম্ভ হৈছে জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Barpeta:বাতিল হ’ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্রার্থী মহানন্দ সৰকাৰৰ মনোনয়ন !

exit pollতেনেবোৰ সমীক্ষা অশুদ্ধ প্ৰমাণ কৰি ৰাজ্যখনত পুনৰ বৃহৎ ব্যৱধানেৰে বিজেপিয়েই দখল কৰিবলৈ সক্ষম হ’ল। মধ্যপ্রদেশত বিজেপিয়ে ১৬৪খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে মাত্র ৬৫ খনহে আসন লাভ কৰিছে।

মধ্যপ্রদেশ বিধানসভাৰ নির্বাচনী ফলাফলে স্বাভাৱিকতে কংগ্রেছক হতাশ কৰি তুলিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী কমলনাথৰ নেতৃত্বত কংগ্ৰেছে নির্বাচনী প্রতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁক এই ক্ষেত্রত অবাধ স্বাধীনতা দিয়া হৈছিল। ৰাজ্যখনত কংগ্ৰেছৰ নিৰ্বাচনী প’ষ্টাৰসমূহতো কমল নাথৰ বিজয়ৰ কথা দাবী কৰা হৈছিল।

দেওবাৰে পুৱা ভোটগণনা আৰম্ভ কৰাৰ পূৰ্বে প্রাক্তন মুখ্যমন্ত্রী নাথে সংবাদ মাধ্যমকো এনে নিশ্চিতি প্রদান কৰিছিল।  নাথে কৈছিল যে নিশ্চিতভারে কংগ্রেছ বিজয়ী হ’ব। তদুপৰি এই কথাও কয় যে ইভিএম গণনাৰ প্ৰৱণতা তেওঁ চোৱা নাই আৰু চাবলৈ ইচ্ছুকো নহয়, কিয়নো তেওঁৰ নিশ্চিতভাবে বিজয় হ’বই।

আনহাতে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ হোৱাৰ পাছৰে পৰা জেপিএম দলে বৃহৎ অগ্ৰগতি লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷

lalduhuma৪০ খন আসনবিশিষ্ট ৰাজ্য খনৰ নিৰ্বাচনৰ ভোট গননাত অপ্ৰত্যাশিতভাৱে বৃহৎ অঘটন হয় মিজোৰামত ৷ কে’বাটাও কাৰ্যকালৰ মুখ্যমন্ত্ৰী আসন শুৱনি কৰি থকা এসময়ৰ গেৰিলা জোৰামথাংগাক আইজল ইষ্ট- ১ ৰ পৰা ২,২০১ ভোটৰ ব্যৱধানত পৰাজিত কৰে জেপিএমৰ প্ৰাৰ্থী লালথান ছাংগাৰে ৷

মুখ্যমন্ত্ৰী জোৰামথাংগাৰ দল এম এন এফক পৰাভূত কৰি একক সংখ্যাগৰিষ্ঠাৰে ২৭ খন আসন দখল কৰি পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে সাজু হয় জেপিএম ৷ শাসকীয় এম এন এফ ১০ খন আসনতে সন্তষ্ট থাকিবলগীয়া হয় ৷ কংগ্ৰেছে ১ আৰু বিজেপিয়ে ২ খন আসন লাভ কৰে ৷

redio jokiমনকৰিবলগীয়া যে,মিজোৰামত এগৰাকী সুন্দৰী প্ৰাৰ্থী বিজয়ী হৈছে ৷ আইজল দক্ষিণ-৩ পৰা জেপিএম প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ৩,২০০ ব্যৱধানত জয়ী হয় সুন্দৰী মডেল-ৰেডিঅ’ জকি ভান্নেইহাছাংগীৰে ৷

পাৰ্বত্য ৰাজ্য খনৰ মুখ্যমন্ত্ৰী আসনত বহিবলগীয়া জেপিএমৰ সভাপতি তথা এসময়ৰ সুদক্ষ আই পি এছ লালডোহোমাই কাইলৈ চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিব ৷

উল্লেখ্য যে, ১৯৭৭ ৰ বেটচৰ সুদক্ষ আই পিএছ লালডোহোমাই ১৯৮২ ত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অন্যতম সুৰক্ষা বিষয়া আছিল ৷ পৰৱৰ্তী সময়ত গোৱা আৰক্ষীৰ উচ্চপদস্থ বিষয়া ৰূপে নিয়োজিত থাকি পাছত অৱসৰ গ্ৰহণ কৰে ৷

বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰি জেপিএমৰ মুৰব্বী গৰাকীয়ে সংবাদ মাধ্যমত উল্লেখ কৰে যে, আমি অকলেই চৰকাৰ গঠন কৰিম ৷ কাৰো স’তে নিৰ্বাচনৰ পূৰ্বে আমাৰ মিত্ৰতা নাছিল ৷ অৱশ্যে বিজেপিৰ স’তে আমি কাম কৰিম আগন্তুক দিনত ৷

ভাৱী মুখ্যমন্ত্ৰী গৰাকীয়ে আইজলত আজি সাংবাদিকৰ আগত এক গুৰুত্বপূৰ্ণ ঘোষণা সদৰি কৰি কয় যে,মিজোৰামত হ’ব বিত্তীয় কেলেংকাৰীৰ তদন্ত ৷ জেপিএম চৰকাৰ গঠনৰ পাছতে নতুন চৰকাৰে চিবিআইৰ জৰিয়তে পূৰ্বৰ চৰকাৰ দ্বাৰা সংঘটিত বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰা হ’ব ৷

নেডাৰ মুখ্য আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ মিজোৰামত জেপিএমৰ ৰাজকীয় উদ্থানৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে, নিৰ্বাচনৰ বিজয়ী জেপিএম আৰু বিজিত এম এন এফ দুয়োটা দল এন ডি এৰ অংশীদাৰ হ’ব ৷ অৱশ্যে পূৰ্বৰে পৰা এম এন এফ এনডিএৰ অংশীদাৰ হৈ আছিল ৷

আনহাতে ৰাজস্থানত দলীয় অন্তর্কন্দলত বিধ্বস্ত হয় কংগ্রেছ :

ৰাজস্থানত বিদায়ী মুখ্যমন্ত্রী অশোক গেহলটে পুনৰবাৰ শাসনৰ গাদীলৈ উভতিব পাৰিব নে নাই তাকে লৈ চর্চা চলি থকাৰ সময়তে বিভিন্ন সমীক্ষাই কৈছিল যে এইবাৰ গাদী ৰক্ষা নহ’ব গেহলটৰ। দলীয় অন্তর্কন্দলে বিপদ মাতি আনিব পাৰে বুলি কংগ্ৰেছ নিজেই ৰাজস্থানক লৈ সন্দিহান আছিল আৰু অৱশেষত সেয়াই সত্য প্রমাণিত হ’ল।

দলে একত্রিত বুলি শক্তি প্রদর্শন কৰিবলৈ যিমানেই চেষ্টা নকৰক কিয় গেহলট আৰু শচীন পাইলটৰ শিবিৰৰ কন্দলে পূব ৰাজস্থানত দলৰ সম্ভাবনা মষিমূৰ কৰি পেলায়। এই পূব ৰাজস্থান হৈছে গুজ্জৰ সম্প্ৰদায়ৰ অধ্যুষিত অঞ্চল।

এইসকল ভোটাৰ কংগ্ৰেছৰ নিয়ন্ত্ৰণৰ পৰা ওলাই যায় আৰু বিজেপিৰ বিজয়ৰ সংখ্যা বৃদ্ধি কৰে। ইপিনে, গেৰুৱা বাহিনীটোৰ পশ্চিম ৰাজস্থানতো উত্থান ঘটিছে।

মুখ্যমন্ত্রী গেহলটে এই জনাদেশ স্বীকাৰ কৰে আৰু ইয়াক অপ্রত্যাশিত বুলি উল্লেখ কৰি কয়, ‘এই পৰাজয়ে দেখুৱালে যে আমি আমাৰ নীতি, আইন, নতুন কৰণীয়সমূহ ৰাইজৰ মাজলৈ লৈ যোৱাত সম্পূর্ণভাবে সফল নহ’লো। দেখা গৈছে যে নির্বাচনোত্তৰ সমীক্ষাৰ স’তে ৰাজস্থানৰ ফলাফলৰ সমিলমিল আছে।

অৱশ্যে এই কথাও বিশ্লেষকসকলে কয় যে ৰাজস্থানত প্ৰতিবাৰে চৰকাৰ সলনিৰ যি প্ৰৱণতা আছে সেই ক্ষেত্রত এইবাৰো ব্যতিক্রম নঘটিল। ৰাজস্থানত বিজেপিয়ে ১১৫খন আৰু কংগ্রেছে ৬৯ খন আসন দখল কৰে। দেশৰ নিৰ্বাচন আয়োগৰ বেছাইটত এই তথ্য প্রকাশিত হৈছে।

চত্তিছগড়ত চমক দিলে বিজেপিয়ে:

মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ নেতৃত্বক আৰু তেওঁৰ কৃতিত্বসমূহক সাৰোগত কৰি চত্তিছগড়ত নির্বাচনী বণত যুঁজ দিয়া কংগ্ৰেছৰ বাবে আজিৰ এই ফলাফল চৰম অপ্রত্যাশিত আছিল।

নির্বাচনোত্তৰ পৰীক্ষাসমূহতো জনজাতি অধ্যুষিত ৰাজ্যখনত কংগ্ৰেছে পুনৰ ক্ষমতালৈ আহিব বুলি কোৱা হৈছিল। তদুপৰি দেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত বাঘেলকো এজন জনপ্রিয় মুখ্যমন্ত্রীৰূপে স্থান দিয়া হয়।দেওবাৰে ভোটগণনাৰ আৰম্ভণিতে কংগ্রেছ আগবাঢ়ে যদিও ক্রমশ বিজেপিৰ স’তে ছন্দ হেৰুৱাবলৈ ধৰে আৰু একপ্ৰকাৰ অপ্রত্যাশিতভাবে দলটোৱে বিজয় হস্তগত কৰে

। অৱশ্যে কংগ্রেছে তেলেংগানাৰ ফলাফলক লৈ কিছু সান্ত্বনা লভিব পাৰিব। দাক্ষিণাত্যৰ ৰাজ্যখনত শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) ক ওফৰাই কংগ্রেছ বিজয়ী হৈছে। ২০১৪ত অন্ধ্রপ্রদেশৰ পৰা ফালি নি তেলেংগানা ৰাজ্য গঠনৰ সময়ৰ পৰাই কে চন্দ্ৰশেখৰ (কেচিআৰ) শাসনত আছিল। আজি দলৰ বিজয়ৰ বাবে ৰাজ্যখনৰ কংগ্ৰেছৰ মুৰব্বী ৰেৱাস্থ ৰেড্ডীকে কৃতিত্ব দিয়া হৈছে।

সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰেড্ডীয়ে নির্বাচনত অতি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। ২০২১ ত ৰাজ্যিক কংগ্ৰেছৰ নিযুক্তি লাভ কৰা ৰেড্ডীক কংগ্ৰেছৰ হাইকমাণ্ডে পূর্ণ সমর্থন আগবঢ়াইছিল আৰু তেওঁ সুফল আদায় দিলে।

:মধ্যপ্রদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগ সন্দৰ্ভত আৰম্ভ কুজকাৱাজ:

দেওবাৰে পুৱা আঠ বজাত ভোটগণনাৰ আৰম্ভণিৰ সময়ছোৱাত কঠিন যুঁজৰ সামান্য আভাস দেখা দিছিল যদিও দুপৰীয়াৰ ফাললৈ স্পষ্ট হৈ পৰিল যে বিজেপিৰ ঢৌত মধ্যপ্রদেশত অতি শোচনীয়ভারে মুখ থেকেচা খালে কংগ্রেছে।

প্রতিষ্ঠানমুখী ঢৌতে উটি ভাহি গ’ল মধ্যপ্রদেশৰ সিংহভাগ ভোটাৰ। মধ্যপ্ৰদেশৰ ফলাফলতো একাধিক নির্বাচনোত্তৰ সমীক্ষাৰ পূর্বানুমান সত্যত প্রমাণিত হৈছে। আজি ফলাফল ঘোষণাৰ পাছতে ৰাজ্যখনত বহুল চর্চিত হৈ পৰে মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান।

তেওঁ পঞ্চমবাৰৰ বাবে শাসনৰ গাদীলৈ উভতিব বিচাৰিছে নে নাই সেয়া এতিয়াই স্পষ্ট নহয় যদিও ভোটদানৰ পূর্বে তেওঁক এইবাৰ মুখ্যমন্ত্ৰীৰ পদ প্রার্থী হিচাপে বিজেপিয়ে ঘোষণা কৰা নাছিল।

মধ্যপ্রদেশত ‘মামা’ বুলি পৰিচিত চৌহানে  এই বিজয়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক বৃহৎ কৃতিত্ব দিয়া হৈছিল যদিও চৌহানৰ সমর্থকসকলৰ মতে, ৰাজ্যখনত এইবাৰ বিজেপিৰ বিজয়ত তেওঁ লক্ষ্যণীয় অৱদান আছে।

চৌহানৰ মহিলাসকলৰ আৰ্থিক সাহায্যৰ ধনৰ পৰিমাণ বৃদ্ধিৰ আঁচনিৰ জৰিয়তে মহিলাসকলৰ ভোট কংগ্রেছতকৈ কে’বা শতাংশ অধিক লাভ কৰিছে বিজেপিয়ে।

তদুপৰি কন্যা সন্তানক দুই লাখকৈ বিত্তীয় সাহায্য, দৰিদ্ৰ পৰিয়ালক আগন্তুক পাঁচ বছৰৰ বিনামূলীয়া ৰেছন, কৃষিজাত সামগ্ৰীৰ ন্যূনতম সমর্থিত মূল্য আদিৰ বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁ প্রতিষ্ঠান বিৰোধী ঢৌক ওফৰাবলৈ সমর্থ হৈছে বুলি বিশ্লেষক মহলে কয়। আনহাতে, কংগ্ৰেছৰ জাতিগত লোকপিয়লৰ ঘোষণাই সমাজৰ উচ্চ বৰ্ণৰ লোকসকলক অধিক বিজেপিমুখী কৰিলে বুলি কোৱা হৈছে।

মধ্যপ্রদেশ বিধানসভাৰ ২৩০ খনৰ ভিতৰত মাত্র ছখন আসন বিচাৰিছিল বিৰোধী মিত্রজোঁট ইণ্ডিয়াৰ অন্যতম অংশীদাৰ সমাজবাদী পার্টিৰ মুৰব্বী অখিলেশ যাদবে। কিন্তু ৰাহুল গান্ধী, মল্লিকার্জুন খার্গে আদিয়ে সেই অনুৰোধ ৰক্ষা নকৰিলে।

৭১ খন আসনত প্রার্থী প্ৰদান কৰি তথা আন নখন আসনত ক্ষুদ্র দলসমূহক সমর্থন কৰি অখিলেশে ঘোষণা কৰিছিল যে কংগ্ৰেছৰ ‘বেইমানি’ৰ উত্তৰ তেওঁ দিব। ফলাফলত দেখা গ’ল যে মধ্য প্ৰদেশত সংলগ্ন বুণ্ডেলখণ্ড- বাঘেলখণ্ডৰ লগতে বিন্ধ্য অঞ্চলতো কংগ্রেছৰ ভোট কাটিছে সমাজবাদী পার্টিৰ প্রার্থীয়ে।

ফলাফলৰ পাছত মধ্য প্রদেশৰ এজন কংগ্রেছ নেতাই আক্ষেপ কৰি কয়, ‘২০১৮ত মাত্র এখন আসনত বিজয়ী হ’লেও আমাৰ ৰাজ্যত যাদৱ ভোটাৰ চাৰি শতাংশৰ অধিক আছে। সামগ্রিকভাবে অন্যান্য পিছপৰা শ্রেণীৰ ভোট ৫০ শতাংশৰ বেছি। সেয়া মনত ৰখা উচিত আছিল।

‘হিন্দী বলয়ৰ আন দুই ৰাজ্য চত্তিছগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ হিচাপে চিহ্নিত হৈছে দলীয় অন্তর্দ্বন্দ্ব, সাংগঠনিক দুর্বলতা, প্ৰচাৰৰ দিশাহীনতা আৰু অকলে আগবঢ়াৰ প্ৰৱণতাৰ কথাও।

ইণ্ডিয়াৰ অংশীদাৰ সকলকো কংগ্রেছে সামান্যও স্থান দিব বিচৰা নাছিল। একাংশ বিশ্লেষকৰ মতে, ভোটগণনাত তাৰ প্রভাৱ প্রতিফলিত হৈছে। বহু অঞ্চলত এনে কাৰণৰ বাবে অত্যন্ত লাভবান হৈছে বিজেপি। মধ্য প্রদেশৰ দৰে চত্তিছগড় সংলগ্ন জনজাতীয় অঞ্চলত সক্রিয় গান্দোৱানা গণতন্ত্র পার্টিৰ স’তে পূৰ্বৰ দৰে কংগ্ৰেছৰ আসন বুজাবুজিৰ সম্ভাৱনাৰ সৃষ্টি হৈছিল যদিও সেয়া বাস্তৱ নহ’ল। মধ্য প্রদেশৰ সমান্তৰালভাৱে অকলশৰীয়াকৈ চত্তিছগড়তো এই দলটোরে যুঁজ দিছিল।

ইয়াৰ ফলাফল কংগ্রেছে ভুগিছে। আপ, চিপিএম, চিপিআই, জেডিইউ আদিয়েও কংগ্রেছৰ বিৰুদ্ধে দাদাগিৰিৰ অভিযোগ তুলিছে আৰু অকলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল।

এনে বিভিন্ন দলে কংগ্ৰেছৰ দাদাগিৰিৰ বাবে নিজাববীয়াকৈ প্রার্থী প্রক্ষেপ কৰিছে বুলি অভিযোগ উঠিছে। সম্প্রতি নির্বাচনী ফলাফল ঘোষণাৰ পাছত এনে একাধিক উদাহৰণ সম্মুখলৈ আহিছে। এনেবোৰ কাৰণতো কংগ্ৰেছে আসন হেৰুৱাইছে।

পাঁচ ৰাজ্য বিধানসভা নিৰ্বাচনৰ ফলাফলৰ চুড়ান্ত তালিকা:

#মিজোৰাম:
মুঠ আসন ৪০

জেপিএম ২৭
এম এন এফ ১০
বিজেপি ২
কংগ্ৰেছ ১

#মধ্যপ্রদেশ:
মুঠ আসন ২৩০

বিজেপি ১৬৪ (+৫৫)
কংগ্রেছ ৬৫ (-৪৯)
বি এছ পি ০ (-২)
অন্যান্য ১ (-৪)

#ৰাজস্থান:
মুঠ আসন ১৯৯
বিজেপি ১১৫ (+৪২)
কংগ্রেছ ৭০ (-৩০)
বি এছ পি ২ (-৪)
অন্যান্য ১২ (-৮)

#চত্তিছগড়
মুঠ আসন ৯০

বিজেপি ৫৪ (+৩৯)
কংগ্রেছ ৩৫ (-৩৩)
বি এছ পি ১ (-১)
অন্যান্য ০ (-৫)

#তেলেংগানা:
মুঠ আসন ১১৯
কংগ্রেছ ৬৫ (+৩৩)
বি আৰ এছ ৩৯ (-৪৯)
বিজেপি ৮ (+৭)
এআইএমআই এম ৭ (০)
অন্যান্য ০ (-৪)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 5 State Assembly ElectionECIResults
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d