Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Free Schemes And Election Victory:বিনামূলীয়া আঁচনি আৰু নির্বাচন জয়

# প্রাঞ্জলসেন ডেকা

publisher by publisher
November 20, 2023
in Assam, India, News
Reading Time: 5 mins read
0
Free Schemes And Election Victory:বিনামূলীয়া আঁচনি আৰু নির্বাচন জয়
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Free Schemes And Election Victory:বিনামূলীয়া আঁচনি আৰু নির্বাচন জয়

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

দেশত যিকোনো নির্বাচনৰ পূৰ্বে ভোটাৰক নগদ ধন আৰু বিভিন্ন বিনামূলীয়া সা-সুবিধা প্ৰদানৰ প্রতিশ্রুতিক লৈ বিতর্ক অব্যাহত থাকিলেও দিনে দিনে এনেবোৰ আঁচনিৰ প্রকোপ বৃদ্ধিহে পাইছে । চলিত পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ইয়ে একপ্ৰকাৰ অভিলেখেই সৃষ্টি কৰিলে । ঘাইকৈ বিজেপি আৰু কংগ্ৰেছৰ কাৰ্যই পাইকাৰী বজাৰত মাছৰ ডাকৰ লেখীয়া পৰিস্থিতিৰ উদ্ভৱ ঘটালে।

এনেবোৰ বিনামূলীয়া আঁচনিয়ে দেশৰ অৰ্থনীতিত কেনে বিৰূপ প্রভাৱ পেলাব পাৰে, তাক লৈ ইতিমধ্যে যথেষ্ট আলোচনা-বিলোচনা অব্যাহত আছে। অৱশ্যে আর্থিক বিশেষজ্ঞসকলৰ তেনে সকীয়নিয়ে ৰাজনৈতিক দলসমূহক আঁচনি ঘোষণাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হোৱা নাই ।

যিগৰাকী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কোনো কোনো ৰাজনৈতিক দলে বিনামূলীয়া আঁচনিৰ ‘ৰেৱড়ী’ দি নির্বাচন জয়ৰ চেষ্টা চলোৱা কাৰ্যক কঠোৰভাৱে সমালোচনা কৰিছিল, সেই মোদীৰ দলেই সম্প্রতি এনে আঁচনি ঘোষণাৰ দৌৰত শীৰ্ষত স্থান অধিকাৰ কৰিছে।

দীর্ঘকাল শাসন কৰি অহা মধ্যপ্রদেশত এইবাৰ বিজেপি গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিভিন্ন কাৰণত। পৰিস্থিতি ইমানেই শোচনীয় যে কিছুদিন আগলৈ বিজেপি নিশ্চিত পৰাজয়ৰ সন্মুখীন হ’ব বুলিয়ে সকলো পক্ষ নিশ্চিত আছিল । সেয়েহে ৰাজ্যখনৰ বিজেপি চৰকাৰে ‘লাডলী বেহেন’ আঁচনি ঘোষণা কৰি ৰাজ্যৰ মহিলাসকলক প্রতিমাহে এহেজাৰ টকাকে নগদ ধন আদায় দিয়ে।

এই আঁচনিয়ে মহিলাসকলৰ পৰা সমর্থন লাভ কৰা দেখি নির্বাচন চমু চাপি অহাত সেই ধনৰ পৰিমাণ ১২৫০ টকালৈ বৃদ্ধি কৰে। আনহাতে, ক্ষমতালৈ আহিলে কংগ্রেছেও মহিলাসকলক প্রতিমাহে ১৫ শ টকাকৈ আদায়ৰ প্রতিশ্রুতি দিয়ে। লগে লগে বিজেপিয়ে সেই ধনৰ পৰিমাণ তিনি হেজাৰ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি দিয়ে। নিৰ্বাচনৰ প্রাক্ষণত এইদৰে নগদ ধন আদায়ৰ জৰিয়তে বিজেপিয়ে নির্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে শক্তিশালী যুঁজৰ ভিত্তি ৰচনা কৰিছে।

তাৰ উপৰি নিবনুৱা ভাট্টা, ৪৫০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান, ধান আৰু ঘেঁহু ক্রয়ত ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ লগতে কৃষকক ১২ হেজাৰ টকাকৈ নগদ ধন আদায় আদিৰ প্রতিশ্রুতিৰ বন্যা বোৱায়। কংগ্ৰেছো এই ক্ষেত্রত পিছপৰি ৰোৱা নাই। মহিলাসকলক আর্থিক অনুদানৰ লগতে পাঁচশ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ, বিনামুলীয়া শিক্ষা, নিবনুৱা ভাট্টা আদিৰ প্রতিশ্রুতি দিছে কংগ্ৰেছেও । যোৱা শুকুৰবাৰে ভোটগ্রহণ সম্পন্ন হৈ যোৱা ৰাজ্যখনত শেষ পর্যন্ত কোনে জয়লাভ কৰে সেয়া তিনি ডিচেম্বৰত প্রকাশিত হ’ব।

মধ্যপ্রদেশেই নহয়, অন্যান্য ৰাজ্যকেইখনতো ইয়াৰ ব্যতিক্রম হোৱা নাই। ৰাজস্থান আৰু চত্তিছগড়ত বিজেপি আৰু কংগ্ৰেছৰ মাজত বিনামূলীয়া আঁচনি ঘোষণাৰ মুকলি প্রতিযোগিতা চলিছে। বিগত নির্বাচনত কৃষিখণ্ডক আওকাণ কৰি কৃষকসকলক বঞ্চনা কৰাৰ ফল ১৫ বছৰে ৰাজ্যখনত শাসন কৰি অহা বিজেপিয়ে ভুগিবলগা হৈছিল।

সেয়েহে এইবাৰ ভোটগ্রহণৰ তিনিদিন পূর্বে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ধান আৰু ঘেঁহুৰ ন্যূনতম সমর্থন মূল্য প্রতি কুইন্টলত ৩১শ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি প্রদান কৰে। শাসক দল কংগ্রেছে যেন তালৈ বাট চাইহে আছিল। তাৰ পাছদিনাই কংগ্ৰেছে সেই মূল্য ৩২শ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি দিয়ে।

একেদৰেই ৰাজস্থানতো আজি এটা দলে ঘোষণা কৰা ধনৰ পৰিমাণ আনটো দলে পাছদিনা অধিক বৃদ্ধিৰ প্রতিশ্রুতি প্রদান কৰিছে। তাৰ উপৰি বিদ্যুৎ মাচুল বেহাইকে ধৰি অন্যান্য প্রতিশ্রুতিসমূহ আছেই। সমর্থন লাভ কৰিব পৰা সমাজৰ প্ৰতিটো বর্গকে সাঙুৰি ল’বলৈ নিত্য-নতুন বিনামূলীয়া আঁচনি নিশাটোৰ ভিতৰতে ভাবি উলিয়াই ঘোষণা কৰা হৈছে।

দেশে অধিকাংশ ক্ষেত্রতে পিছপৰি থকাৰ পাছতো সেইবোৰৰ বিকাশৰ বাবে দীর্ঘম্যাদী আঁচনি গ্রহণৰ প্ৰয়োজনীয়তাক আওকাণ কৰি এনেদৰে নগদ ধন প্ৰদানৰ আঁচনি দিনে দিনে বৃদ্ধিৰ কাৰণ বুজিবলৈ অসুবিধা নহয়। স্বাধীনতাৰ বিগত ৭৫ বছৰত এনে বহু প্রতিশ্রুতি আৰু অভিলাষী আঁচনি ঘোষিত হৈ আহিছে; অথচ দেশবাসীৰ মৌলিক সমস্যাসমূহৰ আশানুরূপ সমাধান হোৱা নাই।

বৰঞ্চ আজিও দেশৰ ৮০ কোটি লোকক চৰকাৰে বিনামূলীয়া ৰছদ যোগান অব্যাহত ৰাখি তেওঁলোকৰ দৰিদ্র অবস্থাকে স্বীকৃতি প্রদান কৰিছে। বিহাৰৰ সদ্যপ্রকাশিত জাতি গণনাৰ প্ৰতিবেদনত দেখা গৈছে যে ৰাজ্যখনৰ এক তৃতীয়াংশ লোকৰ মাহিলি উপার্জন ছহেজাৰ টকাৰো কম।

অথচ কে’বা দশক পূর্বেই দেশত ‘গৰিবী হটাও’ৰ ধ্বনি দিয়া হৈছিল। শব্দ সলনি কৰি আজিও সেই ধ্বনি অব্যাহত ৰাখিছে শাসক পক্ষই। এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ বৃহৎ ঘোষণাসমূহক দেশবাসীয়ে আৰু বিশ্বাসত ল’বলৈ ৰাজী নহয়। ভৱিষ্যতে আঁচনি ৰূপায়ণৰ সুফল প্রত্যক্ষ কৰিবলৈ অপেক্ষা কৰাৰ কোনো কাৰণ তেওঁলোকে আৰু বিচাৰি নাপায়।

সেই বাবেই উন্নয়নৰ মৰীচিকা খেদাতকৈ আজিয়েই হাতে হাতে কি পাব তাকে লৈহে সকলো আগ্রহী। আৰু সেই কাৰণেই অধিক পৰিমাণৰ নগদ ধন আদায় অথবা অন্যান্য সামগ্ৰী আৰু সেৱাত মাচুল ৰেহাইৰ প্রতিশ্রুতিলৈ ভোটাৰে সমর্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে।

তদুপৰি ৰাজনৈতিক দল আৰু চৰকাৰসমূহৰ বাবেও শিক্ষা, স্বাস্থ্য তথা অন্যান্য গুৰুত্বপূর্ণ ক্ষেত্ৰৰ আন্তঃগাঁথনি নির্মাণতকৈ বিনামূলীয়া আঁচনিৰ জৰিয়তে – ভোট ক্রয় কার্য অধিক সহজ। এয়া বিপজ্জনক পদক্ষেপ বুলি সৰৱ হৈও কি বিজেপি, কি কংগ্রেছ প্রতিটো দলেই বিনামূলীয়া ইয়াৰ সমান্তৰালভাৱে কেতবোৰ প্রশ্নৰ উদ্রেক হৈছে।

বিজেপি চৰকাৰে যদিহে মধ্যপ্রদেশ অথবা চত্তিছগড়ত গ্রাহকক মাত্র ৪৫০ টকাত বন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰিব পাৰে, তেন্তে সেই একে দলৰ চৰকাৰৰ অধীনত অসম অথবা আন ৰাজ্যত একে মূল্যত চিলিণ্ডাৰ যোগান ধৰা নহ’ব কিয় বুলি উত্থাপিত প্রশ্ন সেয়েহে অতি যুক্তিযুক্ত। তাৰ ব্যতিৰেকে এই কথা স্পষ্ট যে একেটা দলেই ৰাজ্যভেদে ৰাইজক শোষণ আৰু বঞ্চনা কৰি আহিছে।

এই কথা অনুমান কৰিবলৈ কঠিন নহয় যে আগন্তুক বিধানসভা নির্বাচন অথবা তাৰ পূৰ্বেই অসমতো বিজেপি চৰকাৰে ৰন্ধন গেছৰ মূল্য হ্রাস কৰিব পাৰে। যদি সেয়াই হয়, তেন্তে সেই আঁচনি আজিয়েই কিয় ৰূপায়ণ কৰা নহয় ? সেই ঘোষণা নোহোৱা পর্যন্ত এনেদৰে অসমৰ ৰাইজৰ পৰা দুগুণ মূল্য আদায় কৰাটো প্ৰৱঞ্চনা নহয় যদি কি ?

একেখন দেশৰ একেখন চৰকাৰৰ অধীনত এনেদৰে মূল্যৰ বিশাল তাৰতম্য গ্রহণযোগ্য নে? দৰাচলতে এনেবোৰ আঁচনিৰ আঁৰত সংশ্লিষ্ট দল অথবা চৰকাৰৰ কোনো সদিচ্ছা নাই। ই কেবল চৰকাৰী ধনেৰে ৰাইজৰ ভোট ক্রয়ৰহে নামান্তৰ।

আসন্ন লোকসভা নির্বাচনলৈ ছমাহৰো কম সময় থকা অৱস্থাত সম্প্রতি কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশজুৰি যি ‘বিকশিত ভাৰত যাত্রা’ মুকলি কৰিছে সি চৰকাৰী খৰচত শাসক দলৰ প্ৰচাৰৰ বাহিৰে আন একো নহয় । এই অভিযানত প্রশাসনীয় সেৱাৰ বিষয়াসকলকো জড়িত কৰা হৈছে মোদী চৰকাৰৰ গুণগান প্ৰচাৰত। চৰকাৰী পুঁজি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ এনে পদক্ষেপ যে ভাৰতীয় ৰাজনীতিত অভূতপূর্ব তাৰ উল্লেখ নিষ্প্রয়োজন।

অকল সেয়েই নহয়, প্রকৃততে নির্বাচন জয়ৰ বাবে নগদ ধন আদায়ৰ আঁচনি ঘোষণা কৰি শাসক দলে সেয়া কেন্দ্রতে হওক অথবা ৰাজ্যতে হওক, নিজৰ দেউলীয়া নীতিকেই উদত্তাই দিছে।

উদাহৰণস্বৰূপে মোদী চৰকাৰে এহাতে ভাৰতক অচিৰে বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰূপে গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছে বুলি অহৰহ দাবী কৰি আহিছে আৰু আনহাতে দেশৰ ৮০ কোটি লোক দুবেলা দুসাঁজ খাদ্য যোগাৰ কৰিবলৈ সক্ষম নহয় বুলি ঘোষণা কৰি বিনামূলীয়া ৰছদ যোগানৰ আঁচনি আৰু পাঁচ বছৰলৈ বৃদ্ধি কৰিছে। বিগত ১০ বছৰ কাল কেন্দ্রত এখন স্থিৰ আৰু শক্তিশালী চৰকাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছতো ৮০ কোটি লোক নিজৰ খাদ্য যোগাৰত অক্ষম হোৱাটোৱে কাব সাফল্যৰ ধ্বজ্জা উৰুৱাইছে ?

যদিহে সন্মুখত লোকসভা নিৰ্বাচনৰ জয়ত সহায় হ’বলৈকে এনেদৰে বছদ যোগান আঁচনি আৰু পাঁচ বছৰলৈ বৃদ্ধি কৰা হৈছে, তেন্তে ইয়ে স্পষ্ট কৰি দিয়া নাই নে যে মোদী চৰকাৰ আৰু বিজেপিৰ হাতত ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাবলৈ আন একো বিকল্প নাই।

ইমানদিনে দাবী কৰি অহা বিকাশ অথবা শক্তিশালী সিদ্ধান্তসমূহৰ সাফল্যক লৈ তেওঁলোক নিজেই সন্দিহান। সেই বাবেই কৃষকৰ আয় দুগুণলৈ বৃদ্ধি, নিবনুৱা সমস্যাৰ সমাধান, নাগৰিকৰ আয় বৃদ্ধি আদিৰ দৰে বিষয়বোৰ লোকচক্ষুৰ সম্মুখৰ পৰা কৌশলৰে মচি ৰে মচি পেলোৱা হৈছে।

ধান-ঘেঁহুৰ সমৰ্থন মূল্য বৃদ্ধিৰ প্রতিশ্রুতি আদৰণীয় যদিও ইয়াৰ জৰিয়তে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ ঢাকি ৰখা হৈছে। কেবল ধান-ঘেঁহুৰ সমর্থন মূল্য বৃদ্ধিয়ে কৃষি উৎপাদনত বৈচিত্র্যক ধ্বংস কৰি  পেলাব বুলি শংকাৰ সৃষ্টি হৈছে । তদুপৰি ক্রমবর্ধমান জলস্তৰ হ্ৰাসৰ মোকাবিলা আৰু পানীৰ উন্নততৰ ব্যৱহাৰৰ জৰিয়তে • কৃষি উৎপাদন বৃদ্ধিৰ কৌশল নিৰূপণৰ দৰে বিষয়সমূহক যথোচিত গুৰুত্ব প্রদান নকৰিলে আগন্তুক দিনত কেৱল সমর্থন

মূল্যবৃদ্ধিৰ জৰিয়তে কৃষক ৰাইজক উপকৃত কৰাটো সম্ভৱ নহ’ব। দৰাচলতে বাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা প্রতিশ্রুতিসমূহ পূৰণ কৰাটো প্রয়োজনীয় বুলি বহু সময়ত গণ্য নকৰে । ২০১৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হ’লে বিদেশৰ বেংকত জমা থকা ভাৰতীয়ৰ ক’লা ধন উলিয়াই আনি দেশৰ প্ৰতিজন লোকৰ বেংক একাউন্টত ১৫ লাখকৈ টকা জমা দিয়াৰ প্রতিশ্রুতি দি কাললৈ কুখ্যাতি ৰাখি থৈ গ’ল।

তেওঁৰেই সবাতোকৈ ঘনিষ্ঠ আৰু বিশ্বস্ত সহযোগী -অমিত শ্বাহে পৰৱৰ্তী সময়ত ঘোষণা কৰিবলৈ বাধ্য হ’ল যে মোদীৰ এই প্রতিশ্রুতি আছিল নির্বাচনী ফাকি অর্থাৎ ‘জুমলা’। -এয়া এক উদাহৰণহে।

ভাৰতীয় ৰাজনীতিত এনে অলেখ প্রতিশ্রুতি পৰি ৰৈছে। সেই বাবেই দেশবাসীয়ে ৰাজনৈতিক দলৰ নির্বাচনী প্রতিশ্রুতিবোৰক গুৰুত্বসহকাৰে গ্ৰহণ নকৰে আৰু ক্ষমতা দখলৰ পাছত সেইবোৰক মনত পেলাব লাগে বুলিও নাভাবে।

কিন্তু নগদ ধন আদায় আৰু মাচুল ৰেহাইৰ দৰে তাৎক্ষণিক লাভ আদায়ৰ প্রতিশ্রুতিসমূহ ভোটাৰে পাহৰি নাযায়। গতিকে ৰাজনৈতিক দল-চৰকাৰেও এই সহজ পন্থাৰেই ক্ষমতা কুক্ষিগত কৰাৰ অভিযান চলাই গৈছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesFree Schemes And Election VictoryPranjalsen Deka
publisher

publisher

Related Posts

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত
Assam

মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

September 10, 2026
কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ
Assam

কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d