Income Tax Raid :
বৃহস্পতিবাৰে পুৱাৰে পৰা আয়কৰ বিভাগৰ বিশেষ গোটে আয়কৰ ফাঁকি দিয়া কে’বাটাও ব্যৱসায়ী প্ৰতিষ্ঠানত চলায় মাৰাথন অভিযান ৷
ADVERTISEMENT
ওড়িশাৰ বালাংগীৰ আৰু সম্বলপুৰত থকা সুৰা মাফিয়াৰ কোম্পানীত অভিযান চলাই জব্দ কৰে ৫০ কোটি টকা ৷ বৌধ ডিষ্টিলৰিজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ কে’বাটাও গডৰেজৰ পৰা বান্দোলে বান্দোলে ওলাই নগদ ধন ৷
একেদৰে কোম্পানীটোৰ ঝাৰখণ্ডৰ লোহাৰডাগাতো থকা আন এক চৌহদতে অভিযান চলাই জব্দ কৰে কে’বাকোটি টকা ৷50
উল্লেখ্য যে, অভিযানত জব্দকৃত টকাৰ পৰিমাণ ইমানেই বেছি আছিল যে গণনা কৰাৰ ফলত মাজভাগতে বিকল হৈ পৰিছিল টকা গণনা কৰা মেচিন।