APSC SCAM Update: এপিএছচিৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত নন্দবাবু সিনহাক গ্ৰেপ্তাৰ এচ আই টিৰ

haribabu

APSC SCAM Update:

বহুচৰ্চিত এপিএছচি কেলেংকাৰীৰ অন্যতম মুলহোতা নন্দবাবু সিনহাক অৱশেষত গ্ৰেপ্তাৰ । দেওবাৰে শিলচৰৰ পৰা ৰাকেশ পালৰ দিনৰ এপিএছচিৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাক আটক কৰা হৈছিল ৷

দুদিন ধৰি চিআই ডি হেডকোৱাৰ্টাৰত নন্দবাবু সিনহাক মাৰাথন জেৰাৰ অন্তত আজি দুপৰীয়া এছ আই টি-এ গ্ৰেপ্তাৰ কৰে ।

Exit mobile version