Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Novel ‘Premar Rang’ by writer-journalist Phanidhar Pathak was launched:লেখক-সাংবাদিক ফণীধৰ পাঠকৰ উপন্যাস ‘প্রেমৰ ৰং’ উন্মোচন

অগ্রদূত ভৱনত গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক কনকসেন ডেকাই

publisher by publisher
December 25, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Novel ‘Premar Rang’ by writer-journalist Phanidhar Pathak was launched:লেখক-সাংবাদিক ফণীধৰ পাঠকৰ উপন্যাস ‘প্রেমৰ ৰং’ উন্মোচন
4
SHARES
38
VIEWS
ShareShareShareShare

Novel ‘Premar Rang’ by writer-journalist Phanidhar Pathak was launched:

সংবাদ জগতৰ সামান্তৰালভাৱে সাহিত্য জগতৰ এটি চিনাকী নাম লেখক-জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে আন এখন গ্ৰন্থ পঢ়ুৱৈৰ হাতত তুলি দিয়ে। বড়োভূমিৰ পটভূমিত এজন বড়ো ল’ৰা আৰু এগৰাকী মুছলমান ছোৱালীৰ প্ৰেমৰ কাহিনীক লৈ পাঠকে লিখি উলিওৱা ‘প্রেমৰ ৰং’ শীর্ষক উপন্যাসখন শুকুৰবাৰে উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাই।

ADVERTISEMENT

অগ্রদূত ভবনত আয়োজিত গ্রন্থ উন্মোচনীৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানত শিক্ষাবিদ ড° দয়ানন্দ পাঠক, সাহিত্যিক ভৱানী প্রসাদ অধিকাৰী, কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° মৃণাল বর্মন, অৱসৰপ্ৰাপ্ত অভিযন্তা অতুল চন্দ্র শর্মা, জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বর্মন, প্রতিবন্ধী সংস্থাৰ সম্পাদক নৃপেন মালাকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

RelatedPosts

DGP Launches Facebook And Twitter Accounts:ডিজিপিৰ দ্বাৰা এছ টি এফ আৰু ভিডিঅ’ৰ ফেচবুক আৰু টুইটাৰ একাউণ্ট মুকলি

Assam CM launches Orunodoi 2.0 virtually : নতুন দিল্লীত ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ

Maruti Baleno facelift : প্ৰাৰম্ভিক মূল্য ৬.৩৫ লাখ টকা, উপলব্ধ হ’ল মাৰুতি বলেন’ ফেচলিফ্ট

জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক ডেকাই উপন্যাসখন উন্মোচন কৰি এখন উপন্যাসে সমাজলৈ আমুল পৰিবৰ্তন আনিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে। উল্লেখ্য যে বড়োভূমিত এটা সময়ত চূড়ান্ত ৰূপ ধাৰণ কৰা গোষ্ঠীগত সংঘৰ্ষৰ সময়ৰ বিভিন্ন দিশ আৰু পৃথক পৃথক ধৰ্মৰ এহাল যুৱক-যুৱতীৰ প্রেম কাহিনীৰে উপন্যাসখন লিখি উলিওৱা হৈছে।

pathakdaএই প্রসংগত বিশিষ্ট সাংবাদিক ডেকাই সাম্প্রতিক সময়ত সমাজত দেখিবলৈ পোৱা জাত-পাত, ধৰ্মৰ নাম বিভেদৰ বহু কেইটা উদাহৰণ দাঙি ধৰি এই দিশসমূহে উঠি অহা প্রজন্মক ক্ষতি কৰিব বুলি মন্তব্য কৰে। সমাজ ব্যৱস্থা এক ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ গৈ আছে বুলি ডেকাই মন্তব্য কৰে।

সমান্তৰালভাবে শিক্ষাবিদ ড° পাঠকে গ্রন্থখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰি সাংবাদিক আৰু সাহিত্যিক একেটা মুদ্রাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য কৰে। লগতে তেওঁ সাহিত্যিক হ’বলৈ হ’লে এজন সাংবাদিক হ’ব লাগিব নতুবা এই দিশত জ্ঞান থাকিল বহু সহায়ক হয় বুলি মন্তব্য কৰে।

একেদৰে সাহিত্যিক অধিকাৰীয়ে নীৰৱে নিৰলাত বহি সৰলতাৰে গ্রন্থ লেখাত লেখক পাঠক সিদ্ধহস্ত বুলি মন্তব্য কৰি নিজকে জাহিৰ কৰিব নিবিচৰা লেখক পাঠকৰ বহুমুখী প্রতিভাৰ কথাও উল্লেখ কৰে। সাহিত্যৰ প্রায় প্রতিটো দিশ তথা বিভাগতে লেখকৰ দখল আছে বুলি অধিকাৰীয়ে মন্তব্য কৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক ডেকাৰ অনুপ্ৰেৰণাতে লেখকৰ এই বর্ণিল যাত্রা বুলি কয়।

উল্লেখ্য যে, লেখকৰ পাঠকৰ ইতিমধ্যে বহু কেইখন গ্রন্থ, নাটক আদি প্রকাশ পাইছে আৰু পঢ়ুৱৈৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহৰ মাজত আছে গল্প সংকলন ‘আহত সময়ৰ গান’, উপন্যাস ‘অগ্নিপথ’, শিশু উপন্যাস ‘অৰণ্যত কন্দল’ আদি। অনুষ্ঠানত ‘প্রেমৰ ৰং’ শীর্ষত উপন্যাসখনৰ বিষয়বস্তু দাঙি ধৰি লেখক পাঠকে কয় যে উপন্যাসখনৰ পটভূমি ২০১১-১২ত  বড়োভূমিত সংঘটিত হোৱা গোষ্ঠীগত সংঘাতৰ বাস্তৱ ঘটনা প্রৱাহ যদিও চৰিত্ৰসমূহ কাল্পনিক।

গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ আঁৰত ক্ষমতা খকুৱা এচাম ৰাজনৈতিক নেতাই ধর্ম-বর্ণ-সম্প্রদায়ৰ মাজত কিদৰে সংঘাত সৃষ্টি কৰি সম্প্রীতিৰ এনজৰীক বিঘ্নিত কৰিছিল এটা প্রেম কাহিনীৰ মাজেৰে তুলি ধৰা হৈছে বুলি কয়। অশোক বুক ষ্টলে প্রকাশ কৰি উলিওৱা উপন্যাসখনৰ মূল্য হৈছে দুশ টকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LaunchedNovel 'Premar RangProminentJournalist kanak sendekawriter-journalist Phanidhar Pathak
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d