Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমাজ ব্যৱস্থাক সুশৃংখলিত কৰিবৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম : মন্ত্ৰী পীযুষ হাজৰীকা

তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, ৰাজ্যৰ ১২ জনকৈ জ্যেষ্ঠ সংবাদকৰ্মীক সম্বৰ্ধনা

publisher by publisher
November 16, 2021
in Assam, India, News
Reading Time: 1 min read
0
সমাজ ব্যৱস্থাক সুশৃংখলিত কৰিবৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম : মন্ত্ৰী পীযুষ হাজৰীকা
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত আজি ৰাজ্যিক ভিত্তিত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদক্ষেত্ৰৰ স’তে জড়িত সকলোলৈকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ADVERTISEMENT

মন্ত্ৰীগৰাকীয়ে উপস্থিত অতিথি তথা সাংবাদিকসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত কয় যে, ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা বিশ্ব বন্দিত । ভাৰতৰ স’তে একে সময়তে স্বাধীনতা লাভ কৰা প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত গণতন্ত্ৰৰ নামত ভেকোভাওনা চলি থকাৰ বিপৰীতে ভাৰতীয় গণতন্ত্ৰ অতি মহান আৰু এক সুকীয়া মাত্ৰা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

WhatsApp Image 2021 11 16 at 6.00.42 PM

তেঁও লগতে কয় যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে জনাজাত সংবাদ মাধ্যমৰ ভূমিকা সমাজ ব্যৱস্থাক সুশৃংখলিত কৰাৰ বাবেও সমানে প্ৰয়োজনীয় । সাংবাদিকতাৰ ক্ষেত্ৰত স্বাধীনতা, নিৰপেক্ষতা আৰু সামাজিক দায়বদ্ধতা অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । “সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সন্তুলন মানি চলাটো প্ৰয়োজনীয়”, এই মন্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাল বেয়া দুয়োটা দিশ সমানে প্ৰচাৰ কৰিলেহে সাংবাদিকতাৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব । এই ক্ষেত্ৰত উদ্দেশ্যপ্ৰণোদিতভাৱে সংবাদসেৱা কৰিলে সাংবাদিকতাৰ মান নিম্ন হয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

WhatsApp Image 2021 11 16 at 6.00.43 PM 2

আনহাতে, একাংশ নিউজ প’ৰ্টেলে বাতৰি পৰিবেশন কৰাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰিত হোৱাৰ প্ৰয়োজন আছে বুলিও অনুভৱ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই | এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি নতুন সংবাদকৰ্মীসকলক উপযুক্ত মাগদৰ্শন দিব পাৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে |

WhatsApp Image 2021 11 16 at 6.00.41 PM

আজিৰ ৰাজ্যিক ভিত্তিত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতে মন্ত্ৰী হাজৰীকাই অসমৰ বিভিন্ন প্ৰান্তৰ ১২ জন জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা প্ৰদান কৰে । তেওঁলোক ক্ৰমে পদ্ম পাটৰ, বৈকুণ্ঠ নাথ গোস্বামী, অনিমেষ মজুমদাৰ, ৰমেশ মুণ্ড্ৰা, প্ৰদীপ ঘোষ, সুনিল মোৰে, কুস্মাখাৰ উপাধ্যায়, কনক হাজৰিকা, দিপক কুমাৰ শৰ্মা, জিতেন বৰকটকী, ডালিম ফুকন আৰু অজিত শৰ্মা ।

WhatsApp Image 2021 11 16 at 6.00.40 PM 1

আনহাতে, আজিৰ অনুস্থানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই “বিশ্বাসযোগ্যতা” সংবাদ মাধ্যমৰ বাবে অতি প্ৰয়োজনীয় সম্পদ বুলি উল্লেখ কৰে । ভাষণ প্ৰসংগত তেঁও কয় যে, মানুহৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা নথকাৰ বাবেই উৰাবাতৰিৰ বাবে বিভিন্ন সময়ত বিভ্ৰান্তিৰ সৃষ্টি হয় । অনুস্থানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় ।

তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ উপৰিও অনুস্থানটোত ৰাজ্যখনৰ কে’বাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে ।

WhatsApp Image 2021 11 16 at 6.00.40 PM

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: National Press DayPijush Hazarika
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d