Government Officials Arrested For Taking Bribes:উৎকোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়া

হাটশিঙিমাৰী জিলা পৰিষদৰ সহকাৰী চিইঅ ইমতিয়াজ মণ্ডলক গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ

deputy ceo

Government Officials Arrested For Taking Bribes:

উৎকোচ লৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জ্যেষ্ঠ চৰকাৰী বিষয়া ৷ ঘোচ লৈ গ্ৰেপ্তাৰ মানকাছাৰ জিলা পৰিষদৰ ডেপুটি চিইঅ ইমতিয়াজ মণ্ডল ৷ চৰকাৰী আঁচনিৰ নামত উৎকোচ লৈছিল ঘোচখোৰ বিষয়াজনে ৷

ইতিমধ্যে জিলা পৰিষদৰ কাৰ্যালয়ত খাৰুৱাবন্ধা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান ৷ একেদৰে আৰক্ষী দলে ডেপুটি চিইঅ ইমতিয়াজ মণ্ডলৰ ঝাওদাঙাৰ বাসগৃহত চলাইছে অভিযান

আনহাতে আটকাধীন ডেপুটি চিইঅ মণ্ডলক অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীস্থ কাৰ্যালয়লৈ অনাৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version