Assam Assembly Budget Session 3ed Day:ৰাজ্যত বৰ্তমান আছে ৩,০০০ খন বিপণি

সদনত এই তথ্য আৱকাৰী মন্ত্ৰী পৰিমল শুক্লাবৈদ্যৰ

wine

Assam Assembly Budget Session 3ed Day:

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিন ৷ সদনৰ প্ৰশ্নোত্তৰকালত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে আৱকাৰী বিভাগ কেন্দ্ৰীক এক
প্ৰশ্নোত্তৰত আৱকাৰী মন্ত্ৰী পৰিমল শুক্লাবৈদ্যই উল্লেখ কৰে যে,ৰাজ্যত বৰ্তমান আছে তিনি সহস্ৰাধিক সুৰাৰ বিপণি ৷ইয়াৰে ১,৭০৭ খন বিদেশী সুৰাৰ বিপণি ৷

আনহাতে ৯২৩ খন পানশালা,৩৭৩ খন দেশীয় সুৰাৰ বিপণি ৷ মন্ত্ৰী গৰাকীয়ে এই সুৰা বিপণিৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ তথ্যও দাঙি ধৰি কয়,২০২৩-২৪ ত সুৰাৰ বিপণিৰ পৰা সংগ্ৰহ কৰা হৈছে ৩ হেজাৰ ৮১৬ কোটি টকাৰ ৰাজহ

Exit mobile version