Hookah Sales Banned In Karnataka:কর্ণাটকত নিষিদ্ধ হ’ল হুক্কা বিক্রী

hukar

Hookah Sales Banned In Karnataka:

গুজৰাট আক পঞ্জাৱৰ পিছত এইবাৰ কৰ্ণাটকত বন্ধ হ’ল হক্কা বাৰ। এতিয়াৰে পৰা ৰাজ্যখনত হুক্কা বাৰ আৰু হুক্কা সেৱন কৰা সম্পূর্ণৰূকে নিষিদ্ধ ঘোষণা কৰিলে কর্ণাটক চৰকাৰে ।

হুক্কা বিক্রীতো ৰাজ্য চৰকাৰখনে আৰোপ কৰিলে নিষেধাজ্ঞাকর্ণাটকৰ স্বাস্থ্যমন্ত্রী দিনেশ গুন্দু বাৱে এক বিজ্ঞপ্তি প্রকাশ কৰি কয় যে জনস্বাস্থ্য আৰু যুৱ সমাজৰ সুৰক্ষাৰ কথা চিন্তা কৰি ৰাজ্যব্যাপি হুক্কা নিষিদ্ধ ঘোষণা কৰা হ’ল ৷

Exit mobile version