Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Traffic Police Deputy Commissioner Jayanta Sarathi Bara Pressmeet:দুৰ্গা পূজাৰ সময়ছোৱাত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা

মহানগৰ যান-বাহন আৰক্ষীৰ উপায়ুক্ত জয়ন্ত সাৰথি বৰাই সদৰি কৰা নিষেধাজ্ঞাবোৰ কি কি !

publisher by publisher
October 20, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Traffic Police Deputy Commissioner Jayanta Sarathi Bara Pressmeet:দুৰ্গা পূজাৰ সময়ছোৱাত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Traffic Police Deputy Commissioner Jayanta Sarathi Bara Pressmeet:

আজি মহাষষ্ঠী। দুৰ্গাপূজাক লৈ ৰাজ্যৰ চৌদিশে দেখা গৈছে ব্যাপক উছাহ উদ্দীপনা। মহানগৰীতো পূজাৰ প্ৰস্তুতি তুংগত ৷ পূজাৰ সময়ত মহানগৰীত হ’ব পৰা ভীৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজপথত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰে ৷

ADVERTISEMENT

সেই অনুসৰি গধুৰ যান-বাহন পুৱা চাৰি বজাৰ পৰা ১০বজাত প্রৱেশ কৰিব পাৰিব মহানগৰীত ৷ এই নিষেধাজ্ঞা বাহাল থাকিব মহাসপ্তমীৰ পৰা দশমীলৈকে
(২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ) একেদৰে বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহনৰ ক্ষেত্রতো আন কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

দিনৰ এঘাৰ বজাৰ-নিশা বাৰ বজালৈ ২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে যাব নোৱাৰিব বাহনসমূহ ৷ অৱশ্যে এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্রত ৷

আনহাতে,গণেশ মন্দিৰৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতু পৰ্যন্ত ওৱান ৱে’ আৰু জু-ৰোডৰ দিশেৰে অহা বাহন গণেশ মন্দিৰৰ দিশত প্রৱেশ কৰিব নোৱাৰিব ৷ একেদৰে গণেশ মন্দিৰ দিশৰ পৰা শংকৰদেৱ পথো হ’ব ওৱান ৱে’ ৷

ইপিনে,জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যোৱা বাহনৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ অৱশ্যে পথছোৱাৰে কেৱল স্থানীয় বাসিন্দাৰ বাহনহে যাব পাৰিব ৷
আনপিনে,বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ কৰাৰ বিপৰীতে বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ কৰা হৈছে ৷ বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ন’ এন্ট্রি জাৰি কৰা হয় ৷

একেদৰে ত্রিপুৰা গলিৰ পৰা সৌৰভনগৰ দিশলৈ যান-বাহন প্রৱেশত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যান-বাহন প্রৱেশতো নিষেধাজ্ঞা কৰা হয় ৷ অৱশ্যে এইক্ষেত্ৰত এই পথৰে মাত্ৰ স্থানীয় বাসিন্দাৰ বাহনহে চলাচল কৰিব পাৰিব ৷

ইপিনে,ফটাশিল চাৰিআলিৰ ৬,৭, ৮ নং ৰে’ল গেটতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷কুমাৰপাৰাৰ পাঁচআলিৰ সতী জয়মতী পথতো যান-বাহন প্রৱেশত নিষেধাজ্ঞা ৷
চাবিপুলৰ পৰা বিষ্ণুপুৰৰ ফটাশিল চাৰিআলিলৈ যান-বাহন প্রৱেশতো নিষেধাজ্ঞা ৷ ইয়াৰোপৰি আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা ৷

উল্লেখ্য যে,উজনি-নামনিৰ বাছসমূহ বেতকুছিস্থ ISBTলৈ পোনপটীয়াকৈ আহিব লাগিব ৷ সেই অনুসৰি জি এছ ৰোডৰ ৰোডৰ বাছসমূহ ৰাষ্ট্রীয় ঘাইপথ হৈ যাব লাগিব ৷
চিটীবাছসমূহৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়তহে চলিব ৷

আনহাতে, দশমীৰ বিসৰ্জনৰ দিনা প্ৰতিমা কঢ়িয়াই অনা বাহনসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব ৷ এই ক্ষেত্ৰত কেতবোৰ নিদেৰ্শনা দিয়া হৈছে ৷ সেই অনুসৰি প্রতিমা বিসৰ্জনৰ বাহনহে হাইক’ৰ্ট হৈ লাচিতঘাটলৈ যাব পাৰিব যদিও উলুবাৰী, টিচি ৰোডলৈ আহিব নোৱাৰিব ৷ মনকৰিবলগীয়া যে,প্রতিমা বিসৰ্জনৰ বাহনৰ বাবে বি বৰুৱা ৰোড সম্পূৰ্ণ বন্ধ থাকিব দশমীৰ দিনটোৰ বাবে ৷

অন্যহাতে,পাণ্ডু ঘাটলৈ কোনো বাহন মালিগাঁও হৈ যাব নোৱাৰিব ৷ উল্লেখযোগ্য,মহানগৰ যানবাহন আৰক্ষীৰ ডিচিপি গৰাকীয়ে সদৰি কৰে যে,চিটীবাছসমূহৰ বাবে আৰ চি বুক ফাইন কৰা হ’ব৷ চিটীবাছসমূহক এক মিনিট সময়ৰ টাইম কাৰ্ড প্রদান কৰা হ’ব ৷ সেই অনুসৰি মাত্ৰ এক মিনিটৰ বাবেহে বাছ আস্থানত ৰ’ব পাৰিব চিটীবাছ ৷

দুৰ্গা পুজাৰ দিন কেইদিনত সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত থকাৰ ইংগিত দিয়ে ডিচিপি গৰাকীয়ে ৷

উল্লেখ্য যে,ইতিপূর্বে আৰক্ষী আৰু পৰিবহণ বিভাগে গ্রহণ কৰা যুটীয়া কর্মপন্থাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে পথ দুৰ্ঘটনা ৰোধৰ বাবে আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিবহণ বিভাগক কঠোৰ নিৰ্দেশ দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Durga Puja In GuwahatiPressmeetTraffic Police Deputy Commissioner Jayanta Sarathi Bara
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d