Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Despite Ambitious Schemes, Farmers in the State are Desperate for Water:অভিলাষী আঁচনি সত্ত্বেও ৰাজ্যৰ কৃষকৰ পানীৰ বাবে হাহাকাৰ

publisher by publisher
February 26, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Despite Ambitious Schemes, Farmers in the State are Desperate for Water:অভিলাষী আঁচনি সত্ত্বেও ৰাজ্যৰ কৃষকৰ পানীৰ বাবে হাহাকাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Despite Ambitious Schemes, Farmers in the State are Desperate for Water:

দেশৰ কৃষকে যাতে পানীৰ অভাৱত কৃষিকার্যত অসুবিধা নাপায় তাব বাবে কেন্দ্রই ৰূপায়ণ কৰা প্রধানমন্ত্রী কৃষি সিঁচাই যোজনা (পিএমকেএছৱাই)
অসমত অতি সীমাবদ্ধ ৰূপতহে কাৰ্যকৰী হৈছে।

ADVERTISEMENT

তদুপৰি বিগত এবছৰে আঁচনিখনৰ প্ৰস্তাৱ অনুমোদন অসমত সম্পূর্ণ স্তব্ধ হৈ পৰিছে। এই আঁচনিখনৰ শ্ল’গান হ’ল ‘হৰ খেত কো পানী’ অর্থাৎ সকলো খেতি পথাৰলৈ পানী যোগান। অসমত জলসিঞ্চন তথা পানীৰ অভাৱত কৃষকে বছৰৰ অধিক সময়ত হামৰাও কাঢ়িব লগা হয়। এই সময়তো ৰাজ্যৰ অধিকসংখ্যক পথাৰ উদং হৈ পৰি থকাৰ মূল কাৰণ হ’ল পানী যোগান নথকা। বৰষুণৰ অনন্ত অপেক্ষা কটাবলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ কৃষকে। পিএমকেএছৱাই আঁচনিখনৰ ব্যৰ্থতাক এই পৰিস্থিতিয়েই উদঙাই দিছে।

RelatedPosts

Huge scam in the name of purchasing paddy from farmers in Nagaon FCI:চাৰি জিলাত কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত নগাঁও এফচিআইত বিয়াগোম কেলেংকাৰি

এন এইচ পি চিত ভয়ানক ভূমিস্খলন

Kharif : ৰাছিয়াই ৰপ্তানি বন্ধ কৰিলেও দেশত সাৰৰ অভাৱ নাই জনালে কেন্দ্ৰই

অসমৰ বাবে উদ্বেগৰ আন এক গুৰুত্বপূৰ্ণ ক্ষেত্র হৈ উঠিছে। চোহ বাগিচাসমূহ। ইতিমধ্যে চাহ গছবোৰত আটাইতকৈ উৎকৃষ্টমানৰ এটি কলি দুটি পাতে পোখা মেলিব লাগিছিল। কিন্তু পানীৰ অভাৱত চাহ গছলৈ সেই পৰিৱেশ অহা নাই। ৰাজ্যখনত পিএমকেএছৱাই আঁচনিখনৰ ব্যৰ্থতাৰ এয়াও এক উদাহৰণ।

ইতিমধ্যে অসমত আঁচনিখনৰ অধীনত দুটা পর্যায়ত ১৮ খন জিলাত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ বাবে টিউবৱেল সংস্থাপন কৰা হৈছে। তথ্য অনুসৰি এনে টিউবৱেলৰ সংখ্যা হ’ল প্রায় ৭,৫৬৩ টা। কিন্তু ইয়াৰে বেছিভাগেই সম্প্রতি অকামিলা হোৱাৰ অভিযোগ উঠিছে। অসমৰ কৃষি খণ্ডৰ গুৰুত্বপূৰ্ণ অংগ হ’ল চাহ বাগিচাসমূহ। বাগিচাবোৰত জলসিঞ্চনৰ যি সুবিধা আছে সেয়া বাগিচা কর্তৃপক্ষই নিজাকৈ যোগাৰ কৰি লোৱা।

অসম চৰকাৰে কেন্দ্ৰৰ আঁচনিখনৰ সহায়ত বাগিচাবোৰতো জলসিঞ্চনৰ ব্যৱস্থা কৰা কেবিনেট সিদ্ধান্ত ডেৰ বছৰ পূৰ্বে গ্রহণ কৰিছিল। সেই অনুসৰি এবছৰ পূর্বে ১৮ খন জিলাৰ বাগিচাবোৰত পিএমকেএছৱাই আঁচনিখন কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰৰ ওচৰত আবেদন দাখিল কৰে। কিন্তু বিগত এবছৰৰ ওপৰ কাল এই প্রস্তাৱে অনুমোদন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাজ্যৰ জলসিঞ্চন বিভাগে প্রস্তাৱটো অনুমোদন কৰি অনাত বিফল হোৱাটো এয়া প্রায় স্পষ্ট হৈছে। তাৰ পৰিণতিতে পানীৰ অভাৱত ৰাজ্যৰ বাগিচাসমূহ সম্প্রতি গভীৰ সংকটৰ সন্মুখীন হৈছে। প্রসংগক্রমে উল্লেখ্য যে অসমৰ কৃষি ভূমিৰ মাত্র ১৪ শতাংশতহে জলসিঞ্চনৰ সুবিধা আছে। সেয়েহে পিএমকেএছৱাই আঁচনিখন ৰূপায়ণৰ গুৰুত্ব কৃষি প্রধান ৰাজ্য অসমত সর্বাধিক। অথচ অসমতে আঁচনিখনৰ ৰূপায়ণ প্রায় স্থৱিৰ হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Despite Ambitious SchemesFarmersIrrigation Projectpmksy SchemeState are Desperate for Water
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d