Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister At The Guwahati Rozgar Mela:প্রধানমন্ত্রীয়ে ৰোজগাৰ মেলাৰ অধীনত বিভিন্ন চৰকাৰী বিভাগত নৱনিযুক্ত ১ লাখতকৈও অধিক প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীৰ ৰোজগাৰ মেলাত, ভার্চুৱেলী প্রধানমন্ত্রীৰ অনুষ্ঠানত চামিল হয়

publisher by publisher
February 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Union Minister At The Guwahati Rozgar Mela:প্রধানমন্ত্রীয়ে ৰোজগাৰ মেলাৰ অধীনত বিভিন্ন চৰকাৰী বিভাগত নৱনিযুক্ত ১ লাখতকৈও অধিক প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

Union Minister At The Guwahati Rozgar Mela:

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নৱনিযুক্ত ১ লাখতকৈও অধিক প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। নতুন দিল্লীৰ সমন্বিত কমপ্লেক্স ‘কর্মযোগী ভৱন’ৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰে। প্রধানমন্ত্রীয়ে আজি নৱনিযুক্ত প্রার্থী আৰু সমবেত লোকসকলক সম্বোধন কৰি কয় যে ভাৰত চৰকাৰে চৰকাৰী চাকৰিত যুৱপ্ৰজন্মৰ সংস্থাপনৰ অভিযান পূর্ণগতিত অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰতে নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তুলিছে। ইয়াৰ ফলত যুৱক- যুৱতীয়ে মেধা আৰু যোগ্যতাৰ ভিত্তিত তেওঁলোকৰ সামর্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাইছে।

ADVERTISEMENT

প্রধানমন্ত্রীয়ে জনাই যে বৰ্তমানৰ চৰকাৰে যোৱা ১০ বছৰত পূৰ্বৰ চৰকাৰতকৈ ১.৫ গুণ বেছি চাকৰিত যুৱপ্ৰজন্মক নিযুক্ত কৰিছে। প্রধানমন্ত্রীয়ে বাজেট প্রসংগত প্রায় ১ কোটি ছাদৰ সৌৰ প্ৰকল্পৰ কথা উল্লেখ কৰে যিয়ে পৰিয়ালসমূহৰ বিদ্যুতৰ বিল হ্রাস কৰিব আৰু তেওঁলোকে গ্রিডলৈ বিদ্যুৎ যোগান ধৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। এই আঁচনিয়ে লাখ লাখ নতুন চাকৰিও সৃষ্টি কৰিব বুলি প্রধানমন্ত্রীয়ে কয়।

প্রায় ১.২৫ লাখ ষ্টার্টআপৰ সৈতে ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰলৈ ৰূপান্তৰিত হোৱা বুলি প্রধানমন্ত্রী মোদীয়ে আনন্দ প্রকাশ কৰে। যিহেতু এই ষ্টার্টআপবোৰে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিছে, সেয়ে শেহতীয়া বাজেটত ষ্টার্টআপবোৰৰ বাবে কৰ ৰেহাই অব্যাহত ৰখাৰ কথা ঘোষণা কৰা হৈছে। প্রধানমন্ত্রীয়ে গৱেষণা আৰু উদ্ভাৱনৰ প্ৰসাৰৰ বাবে বাজেটত ঘোষণা কৰা ১ লাখ কোটি পুঁজিৰ কথাও উল্লেখ কৰে।

সংযোগৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নতুন বজাৰ, পৰ্যটনৰ সম্প্ৰসাৰণ, নতুন ব্যৱসায় আৰু উন্নত সংযোগৰ ফলত লাখ লাখ চাকৰি সৃষ্টিৰ কথা উল্লেখ কৰে। “উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়া বাজেটত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে ১১ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। নতুন ৰে’ল, পথ, বিমানবন্দৰ আৰু জলপথ প্রকল্পই নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি তেখেতে কয়।,

নতুন নিযুক্তিসমূহৰ বহু অর্ধসামৰিক বাহিনীত সম্পন্ন হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অর্ধসামৰিক বাহিনীৰ বাবে বাছনি প্ৰক্ৰিয়াৰ সংস্কাৰত গুৰুত্ব দিয়া বুলি জানিবলৈ দিয়ে আৰু কয় যে বিগত জানুৱাৰীৰ পৰা হিন্দী আৰু ইংৰাজীৰ বাহিৰেও আন ১৩টা ভাৰতীয় ভাষাতো পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ইয়াৰ ফলত লাখ লাখ প্রার্থী উপকৃত হ’ব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীৰ আজাৰাৰ সমীপৰ বিএছএফ-ৰ সীমান্ত মুখ্য কার্যালয়ত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ সৈতে ভার্চুৱেলী চামিল হয়। এই ৰোজগাৰ মেলাখনত ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত যোগদান কৰা ১৫৮ জন প্রার্থীক সোণোৱালে আনুষ্ঠানিকভারে নিযুক্তি পত্ৰ বিতৰণ কৰে। কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রার্থীসকলক উষ্ম অভিনন্দন জনাই মত বিনিময় কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে। কংগ্ৰেছ চৰকাৰৰ অন্ধকাৰ যুগত ভাৰতে দৰিদ্ৰতাৰ সৈতে যুঁজিবলগীয়া হৈছিল।

কিন্তু মোদীৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত ভাৰতৰ জনসাধাৰণৰ বাবে এতিয়া এক নতুন যুগৰ সূচনা হৈছে, য’ত সৰ্বস্তৰৰ লোকৰ সম-কল্যাণ আৰু বিকাশ, অৰ্থনীতিৰ দ্রুত উন্নতি সাধন হৈছে। ষ্টার্টআপ ইণ্ডিয়াৰ দৰে অভিনৱ পদক্ষেপ আৰম্ভ কৰি ভাৰতে বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰৰ সূচনা কৰিছে যিয়ে দেশৰ যুৱপ্ৰজন্মৰ বাবে অগণন সুযোগ সৃষ্টি কৰিছে।

প্রকৃত কর্মযোগী হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যৰ প্ৰতি প্রতিশ্রুতিবদ্ধ হ’বলৈ নতুনকৈ নিযুক্তিপ্রাপ্তসকলক বিশেষ আহ্বান জনাইছোঁ। অমৃতকালৰ শেষৰফালে ভাৰতক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ আৰু বিশ্বৰ আগশাৰীৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ মোদীৰ দৃষ্টিভংগীক আমি সকলোৱে মিলি বাস্তৱায়িত কৰিব লাগিব। এইক্ষেত্ৰত যুৱচামৰ অৱদান হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AzaraBsf Border HqGuwahati Rozgar MelaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d