Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Morigaon College Of Education:মৰিগাঁও কলেজ অৱ এডুকেচনত জিলাভিত্তিক প্ৰতিবেশী যুৱ সংসদ

যুৱশক্তিয়ে বোৱাব নব্য ভাৰতৰ ধাৰা

publisher by publisher
February 27, 2024
in India, Assam, News
Reading Time: 1 min read
0
Morigaon College Of Education:মৰিগাঁও কলেজ অৱ এডুকেচনত জিলাভিত্তিক প্ৰতিবেশী যুৱ সংসদ
5
SHARES
45
VIEWS
ShareShareShareShare

Morigaon College Of Education:

ADVERTISEMENT

মানৱ জীৱনৰ অতিকে উল্লেখনীয় সময় হৈছে ডেকাকাল ৷ ডেকাকালত জীৱন-যৌৱনেৰে পৰিবেষ্টিত হৈ সমাজৰ প্ৰতিটো দিশত এক নিশ্চিদ্ৰ প্ৰহৰী ৰূপে আগবাঢ়ি যায় ৷ সোণ গলিবৰ সময়ত যেনেকৈ সোণ চঞ্চল হৈ পৰে আৰু সোণাৰীয়ে নিজ ইচ্ছা মতে আকাৰ দি গঢ় দিয়ে ৷ ঠিক তেনেকৈ ডেকাশক্তিক উপযুক্ত দিশত গঢ় দিব পাৰিলে এখন সুন্দৰ আৰু সমৃদ্ধিশালী সমাজ তথা ৰাষ্ট্ৰৰ নিৰ্মান কৰিব পাৰি ৷

RelatedPosts

National Road Safety Week In Guwahati:ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী

Bhishnuram Medhi Low College:বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ত জিলা ভিক্তিক প্ৰতিবেশী যুৱ সংসদ

morigaon 1যুৱশক্তিয়ে বোৱাব নব্য ভাৰতৰ ধাৰা আৰু এই ধাৰাৰে বিশ্ব মানসত উজলি উঠিব আমাৰ দেশৰ ঐতিহ্য – এই মন্তব্য আগবঢ়াই নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ পৰামৰ্শ দাতা বিশিষ্ট বক্তা ৰনদীপ নন্দীয়ে ৷ নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁও আৰু মৰিগাঁও কলেজ অৱ এডুকেছনৰ ইন্টাৰনেল কোৱালিটি এছুৰেন্স ছেলৰ উদ্যোগত আজি অনুষ্ঠিত জিলা পৰ্যায়ৰ প্ৰতিবেশী যুৱ সংসদ কাৰ্যসূচী দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ অনুষ্ঠান বন্তি প্ৰজ্বলেনেৰে শুভ উদ্বোধন কৰে মৰিগাঁও কলেজ অৱ এডুকেচনৰ অধ্যক্ষা ড° ডলি বুঢ়াগোহাঁয়ে ৷

অনুষ্ঠানত বক্তা অতিথি হিচাপে মৰিগাঁও কলেজ অৱ এডুকেছনৰ সহকাৰী অধ্যাপিকা ড° ৰুকছানা ৰহমান, সহযোগী অধ্যাপক তথা ইন্টাৰনেল কোৱালিটি এছুৰেন্স ছেলৰ সমন্বয়ক ইমৰান উজ জামান শ্বাহ উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায়। নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে My Bharat Vikshit Bharat @2047 ওপৰত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় ৷ অনুষ্ঠানত মডেল হায়াৰ চেকেণ্ডেৰীৰ স্কুলৰ শিক্ষক তত্ত্বাৱধায়ক ৱাহিদুৰ ৰহমান, প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সভাপতি হিতেশ শৰ্মা, নেহেৰু যুৱ কেন্দ্ৰৰ জিলা সমিতিৰ সদস্য তুলসী ডেকা উপস্থিত থাকে ৷

morigaon 2ৰাজ্যিক বক্তৃতা প্ৰতিযোগিতাৰ তৃতীয় স্থানপ্ৰাপ্ত গাৰ্গী ভাৰতীক বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ লগতে গাৰ্গীৰ সাৱলীল বক্তৃতাই উপস্থিত সকলোকে আপ্লুত কৰে ৷ মণিকাঞ্চন যোগ স্পৰ্টচ এছচিয়েচনৰ যোগ শিক্ষক অনন্ত বৰাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা দলীয় যোগ নৃত্য , নটৰাজ ডেন্স একাডেমী জাজৰীৰ আকৰ্ষণীয় সত্ৰীয়া নৃত্যই উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ যুৱ সংসদ কাৰ্যসূচীৰ আৰম্ভণিতে সংসদৰ এক চিত্ৰ উপস্থিত যুৱক-যুৱতীসকলৰ জৰিয়তে সংসদৰ অধ্যক্ষ, প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি, চৰকাৰৰ সাংসদ, বিৰোধী সাংসদ আদি আসনত উপস্থিত যুৱ প্ৰতিনিধিক উপবিষ্ট কৰোৱাই “মক’ পাৰলিয়ামেন্ট (Mock Parliament)”ৰ দৃশ্য ৰূপায়েনে কাৰ্যসূচীক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷

নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভা ৰাষ্ট্ৰীয় সংগীতেৰে সফল সামৰণি পৰে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Morigaon College Of EducationNehru yuba kendrayouth Parliament
publisher

publisher

Related Posts

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
News

May 13, 2025
Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই
News

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

May 13, 2025
Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ
News

Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

May 13, 2025
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d