Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Morigaon College Of Education:মৰিগাঁও কলেজ অৱ এডুকেচনত জিলাভিত্তিক প্ৰতিবেশী যুৱ সংসদ

যুৱশক্তিয়ে বোৱাব নব্য ভাৰতৰ ধাৰা

publisher by publisher
February 27, 2024
in Assam, India, News
Reading Time: 1 min read
0
Morigaon College Of Education:মৰিগাঁও কলেজ অৱ এডুকেচনত জিলাভিত্তিক প্ৰতিবেশী যুৱ সংসদ
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

National Road Safety Week In Guwahati:ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী

Bhishnuram Medhi Low College:বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ত জিলা ভিক্তিক প্ৰতিবেশী যুৱ সংসদ

Morigaon College Of Education:

ADVERTISEMENT

মানৱ জীৱনৰ অতিকে উল্লেখনীয় সময় হৈছে ডেকাকাল ৷ ডেকাকালত জীৱন-যৌৱনেৰে পৰিবেষ্টিত হৈ সমাজৰ প্ৰতিটো দিশত এক নিশ্চিদ্ৰ প্ৰহৰী ৰূপে আগবাঢ়ি যায় ৷ সোণ গলিবৰ সময়ত যেনেকৈ সোণ চঞ্চল হৈ পৰে আৰু সোণাৰীয়ে নিজ ইচ্ছা মতে আকাৰ দি গঢ় দিয়ে ৷ ঠিক তেনেকৈ ডেকাশক্তিক উপযুক্ত দিশত গঢ় দিব পাৰিলে এখন সুন্দৰ আৰু সমৃদ্ধিশালী সমাজ তথা ৰাষ্ট্ৰৰ নিৰ্মান কৰিব পাৰি ৷

যুৱশক্তিয়ে বোৱাব নব্য ভাৰতৰ ধাৰা আৰু এই ধাৰাৰে বিশ্ব মানসত উজলি উঠিব আমাৰ দেশৰ ঐতিহ্য – এই মন্তব্য আগবঢ়াই নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ পৰামৰ্শ দাতা বিশিষ্ট বক্তা ৰনদীপ নন্দীয়ে ৷ নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁও আৰু মৰিগাঁও কলেজ অৱ এডুকেছনৰ ইন্টাৰনেল কোৱালিটি এছুৰেন্স ছেলৰ উদ্যোগত আজি অনুষ্ঠিত জিলা পৰ্যায়ৰ প্ৰতিবেশী যুৱ সংসদ কাৰ্যসূচী দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ অনুষ্ঠান বন্তি প্ৰজ্বলেনেৰে শুভ উদ্বোধন কৰে মৰিগাঁও কলেজ অৱ এডুকেচনৰ অধ্যক্ষা ড° ডলি বুঢ়াগোহাঁয়ে ৷

অনুষ্ঠানত বক্তা অতিথি হিচাপে মৰিগাঁও কলেজ অৱ এডুকেছনৰ সহকাৰী অধ্যাপিকা ড° ৰুকছানা ৰহমান, সহযোগী অধ্যাপক তথা ইন্টাৰনেল কোৱালিটি এছুৰেন্স ছেলৰ সমন্বয়ক ইমৰান উজ জামান শ্বাহ উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায়। নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে My Bharat Vikshit Bharat @2047 ওপৰত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় ৷ অনুষ্ঠানত মডেল হায়াৰ চেকেণ্ডেৰীৰ স্কুলৰ শিক্ষক তত্ত্বাৱধায়ক ৱাহিদুৰ ৰহমান, প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সভাপতি হিতেশ শৰ্মা, নেহেৰু যুৱ কেন্দ্ৰৰ জিলা সমিতিৰ সদস্য তুলসী ডেকা উপস্থিত থাকে ৷

ৰাজ্যিক বক্তৃতা প্ৰতিযোগিতাৰ তৃতীয় স্থানপ্ৰাপ্ত গাৰ্গী ভাৰতীক বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ লগতে গাৰ্গীৰ সাৱলীল বক্তৃতাই উপস্থিত সকলোকে আপ্লুত কৰে ৷ মণিকাঞ্চন যোগ স্পৰ্টচ এছচিয়েচনৰ যোগ শিক্ষক অনন্ত বৰাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা দলীয় যোগ নৃত্য , নটৰাজ ডেন্স একাডেমী জাজৰীৰ আকৰ্ষণীয় সত্ৰীয়া নৃত্যই উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ যুৱ সংসদ কাৰ্যসূচীৰ আৰম্ভণিতে সংসদৰ এক চিত্ৰ উপস্থিত যুৱক-যুৱতীসকলৰ জৰিয়তে সংসদৰ অধ্যক্ষ, প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি, চৰকাৰৰ সাংসদ, বিৰোধী সাংসদ আদি আসনত উপস্থিত যুৱ প্ৰতিনিধিক উপবিষ্ট কৰোৱাই “মক’ পাৰলিয়ামেন্ট (Mock Parliament)”ৰ দৃশ্য ৰূপায়েনে কাৰ্যসূচীক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷

নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভা ৰাষ্ট্ৰীয় সংগীতেৰে সফল সামৰণি পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Morigaon College Of EducationNehru yuba kendrayouth Parliament
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d