Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Non-Existent Anganwadi Centers Running in the name of Fake Children:ভুৱা শিশুৰ নামত চলিছে অস্তিত্বহীন অংগনৱাড়ী কেন্দ্ৰ

চৰম প্ৰহসনত পৰিণত নগাঁও জিলাৰ অংগনৱাড়ী কেন্দ্রসমূহ, শিশু খাদ্যৰ নামত আবন্টিত ধন আত্মসাৎ

publisher by publisher
February 28, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Non-Existent Anganwadi Centers Running in the name of Fake Children:ভুৱা শিশুৰ নামত চলিছে অস্তিত্বহীন অংগনৱাড়ী কেন্দ্ৰ
4
SHARES
42
VIEWS
ShareShareShareShare

Non-Existent Anganwadi Centers Running in the name of Fake Children:

নগাঁও জিলাত ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ অংগনৱাড়ী কেন্দ্রসমূহ প্রহসনত পৰিণত হৈছে। জিলাখনত অসংখ্য নিষ্ক্রিয় কিম্বা প্রায় অস্তিত্বহীন অংগনৱাড়ী কেন্দ্রত ভুৱা হিতাধিকাৰীৰেই অবাধ লুণ্ঠন চলাই থকা পৰিলক্ষিত হৈছে। এই লুণ্ঠনৰ বাবেই অংগনৱাড়ী কেন্দ্রসমূহত শিশু আৰু গর্ভৱর্তী মহিলাসকলক পুষ্টিকৰ খাদ্য খুওৱাটোও চৰম প্রহসনত পৰিণত হৈছে।

ADVERTISEMENT

জিলাখনত সংহত শিশু উন্নয়ন আঁচনি ৰূপায়ণৰ নামত জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা অংগনৱাড়ী কেন্দ্রটোলৈকে অবাধ দুর্নীতিয়ে ছানি ধৰিছে। চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণৰে শিশু-প্রসূতিৰ সেৱা কৰাতকৈ সকলোৰে চকু কেৱল শিশু খাদ্যৰ বাবদ আৱন্টিত বিশাল চৰকাৰী ধনৰ ওপৰতহে। সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত শিশু, প্রসূতিৰ লগতে কিশোৰীক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত আবণ্টিত ধনৰ ওপৰত লুণ্ঠনচলাই নোদোকা হোৱাটোৱেই যেন মুখ্য কাম হৈ পৰিছে নগাঁও জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীসকলৰ বাবে। অংগনৱাড়ী কর্মীৰ পৰা আৰম্ভ কৰি জিলা সমাজ কল্যাণ বিষয়ালৈকে সকলোৰে সামূহিক লুণ্ঠনৰ বাবেই জিলাখনত সংহত শিশু উন্নয়ন আঁচনিখন প্রহসনত পৰিণত হোবা বুলি ৰাইজে সঘনাই অভিযোগ উত্থাপিত কৰি অহা পৰিলক্ষিত হৈছে।

RelatedPosts

No Content Available

উল্লেখ্য যে নগাঁও জিলা মহিলা আৰু শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত নগাঁও জিলাৰ ১৪ টা আৰু নৱগঠিত হোজাই জিলাৰ ছটা সংহত শিশু উন্নয়ন প্রকল্প আছে। এই শিশু উন্নয়ন প্রকল্পসমূহ হ’ল- বটদ্ৰৱা, দলংঘাট, খাগৰিজান, নগাঁও আৰবান, পাখিমৰীয়া, বহা, জুৰীয়া, ৰূপহী, বাজিয়াগাঁও, লাওখোৱা, কঠিয়াতলি, বঢ়মপুৰ, কলিয়াবৰ, পশ্চিম কলিয়াবৰ, উদালি, লংকা, লামডিং, বিন্নাকান্দি, যোগীজান আৰু ঢলপুখুৰী।

ইপিনে, জিলাখনত চৰকাৰীভারে অনুমোদিত মুঠ অংগনৱাড়ী কেন্দ্ৰৰ সংখ্যা পাঁচ হেজাৰৰো অধিক; কিন্তু ইয়াৰে বহু অংগনৱাড়ী কেন্দ্রই নিষ্ক্রিয় অৱস্থাত আছে। আনহাতে, বিভাগীয় নথিত সক্রিয় আৰু কার্যক্ষম বুলি উল্লেখ থকা অংগনৱাড়ী কেন্দ্রসমূহতো শিশুৰ বিকাশৰ নামত যিবোৰ ভেকোভাওনা চলিছে সেইবোৰ দেখি ৰাইজৰ চকু কপালত উঠিছে। বাস্তৱ ক্ষেত্ৰত জিলাখনৰ বহু অংগনবাড়ী কেন্দ্র, মিনি কেন্দ্রৰ অস্তিত্বই বিচাৰি পাবলৈ নাই। অথচ সেই অংগনৱাড়ী কেন্দ্রসমূহৰ নামতো শিশু, গর্ভৱতী মহিলা, প্রসূতিক পুষ্টিকৰ খাদ্য খুওৱাৰ নামত হেজাৰ হেজাৰ টকা আবন্টন দি থকা হৈছে।

স্মর্তব্য যে নগাঁও জিলাৰ বিভিন্ন সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনস্থ অংগনৱাড়ী কেন্দ্রত তিনি বছৰ বয়সৰ ২০-৮০ টি পর্যন্ত শিশু, তিনি বছৰৰ পৰা ছয় বছৰ বয়সৰ ২০-৫০ টি পর্যন্ত শিশু, ১২-৩০ গৰাকী পর্যন্ত গর্ভৱতী মহিলা, সাত-৩০ গৰাকী পর্যন্ত প্রসুতিক প্রতিদিনে পুৱা  পুষ্টিকৰ আহাৰৰ নামত ফলমূল, খিচিৰি, কণী, চুজি আদি খুৱাই থকা দেখুৱাই ভুৱা তথ্যৰেই লাখ লাখ টকা লুণ্ঠন চলাই থকা হৈছে। কিয়নো জিলাখনৰ কোনো এটা অংগনৱাড়ী কেন্দ্রতেই আঠ- ১০টা শিশুতকৈ বেছি শিশুৰ আগমন নঘটে। যিকেইটা শিশুৰ আগমন ঘটে তেওঁলোকৰ বয়স এক-তিনি বছৰ বয়সৰ ভিতৰৰ। চাৰি-ছয় বছৰ বয়সৰ কোনো এটা শিশুরেই কাহানিও নাযায় জিলাখনৰ কোনো এটা অংগনৱাড়ী কেন্দ্রলৈ।

কিয়নো সেই বয়সৰ শিশুসকল চৰকাৰী অথবা বেচৰকাৰী খণ্ডৰ বিদ্যালয়লৈহে যায় তাত আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিবলৈ। তদুপৰি জিলাখনৰ অংগনৱাড়ী কেন্দ্রসমূহত কোনো এগৰাকী কিশোৰী, গর্ভৱতী মহিলা, প্রসূতিয়ে খাদ্য গ্রহণ কৰিবলৈ নাযায়। অথচ ভুরা শিশু, ভুৱা কিশোৰী, ভুৱা গর্ভৱতী মহিলা আৰু ভুৱা প্রসূতিৰ নামতেই পুষ্টিকৰ আহাৰৰ নামত প্রতিমাহে কোটি কোটি টকাৰ আবন্টিত লাভ কৰি আহিছে নগাঁও সমাজ কল্যাণ বিভাগে।

এই ভুৱা হিতাধিকাৰীৰ নামতেই পুষ্টিকৰ আহাৰৰ নামত প্রতিটো অংগনবাড়ী কেন্দ্ৰৰ একাউন্টত প্রতিমাহে হেজাৰ হেজাৰ টকা জমা হয়। নাম প্রকাশত অনিচ্ছুক একাংশ অংগনবাড়ী কর্মীয়ে অভিযোগ কৰা মতে, তেওঁলোকৰ অংগনৱাড়ী কেন্দ্ৰৰ বিপৰীতে যি ধন আবন্টিত হয় তাৰে এটা অংশৰ ধন ছুপাৰভাইজৰ, চিডিপিঅ’ আনকি জিলা বিষয়াকো দিব লাগে।

ফলত বিভাগীয় খাদ্য তালিকা অনুসৰি শিশুক খাদ্য যোগান ধৰিব নোৱাৰে। নগাঁও জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ বিভিন্ন সংহত শিশু উন্নয়ন প্রকল্পৰ অংগনৱাড়ী কেন্দ্রসমূহব হিতাধিকাৰীৰ বিপৰীতে ইউনিফর্ম, বেগ, জোতা, বেল্ট, টাই, কাঁহী-বাতি, গিলাছ, বিভিন্ন খেলৰ সামগ্রী, শিক্ষণ শিকন সামগ্রী আদি যোগান ধৰাৰ নামতো কোটি কোটি টকাৰ দুর্নীতি সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে, মহিলা আৰু শিশু উন্নয়ন বিভাগে অংগনৱাড়ী কেন্দ্রসমূহৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে খাদ্যৰ বাবদ আঠ টকাকৈ জমা দিব লাগে যদিও
জিলাখনৰ অংগনৱাড়ী কেন্দ্রসমূহৰ বেংক একাউন্টত দুমাহ সেই টকা জমা হোৱা নাই। আনহাতে, চাউল যোগানো যোৱা তিনি মাহ ধৰি বন্ধ হৈ আছে।

এতিয়া চুজিৰ হালোৱা, ভাল খিচিৰি খুৱাই থকা বুলি বিভাগীয়ভাবে প্রকাশ কৰিছে যদিও সেই খাদ্য মুঠেই শিশুৰ বাবে উপযোগী নহয় বুলি অভিযোগ উত্থাপিত হৈছে। যিহেতু জিলাখনৰ কোনো এটা অংগনৱাড়ী কেন্দ্রতেই বিভাগীয় নথিত উল্লেখ কৰা ধৰণে হিতাধিকাৰী নাই, মাত্র পাঁচ-ছয়গৰাকী শিশুৰহে আগমন হয়, তাকো অনিয়মীয়াকৈ সেয়েহে এই শিশু খাদ্যৰ নামতো বিয়াগোম কেলেংকাৰি সংঘটিত হৈ আছে।

ইপিনে, জিলাখনৰ অংগনৱাড়ী কেন্দ্রসমূহৰ অধিকাংশই অতি কদর্য আৰু অস্বাস্থ্যকৰ পৰিবেশৰ হোৱা হেতুকে অভিভাৱকসকলেও নিজৰ সন্তানক তালৈ পঠিয়াবলৈ ইচ্ছুক নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: name of Fake ChildrenNon-Existent Anganwadi Centers
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d