Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

    মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!

    Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

    পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

    পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এ ডি বিৰ ৫,৮০০ কোটিৰে অসমসহ ছয় ৰাজ্যৰ শিক্ষাৰ মান উন্নয়নৰ আঁচনি

publisher by publisher
October 16, 2020
in Assam, News
Reading Time: 1 min read
0
এ ডি বিৰ ৫,৮০০ কোটিৰে অসমসহ ছয় ৰাজ্যৰ শিক্ষাৰ মান উন্নয়নৰ আঁচনি
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

দেশৰ শিক্ষা ব্যৱস্থাৰ সামগ্রিক মান উন্নয়ন লক্ষ্যৰে এক নতুন প্রকল্প আৰম্ভ কৰিব কেন্দ্রীয় চৰকাৰে। ‘ষ্ট্রেন্হনিং টিচিং-লার্নিং এণ্ড ৰিজাল্টছ্ ফৰ ষ্টেটছ (ষ্টাৰ্ছ) নামৰ প্ৰকল্পটোক বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত সেউজ সংকেত দিয়া হয়। বিশ্ব বেংকৰ সাহায্যত ৫,৮০০ কোটি টকাৰ এই প্রকল্প দেশৰ ছখন ৰাজ্যত ৰূপায়িত হ’ব বুলি জনাইছে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাৱড়েকাৰে ।

ADVERTISEMENT

এই ষ্টাৰ্ছ’ কর্মসূচীত হিমাচল প্রদেশ, ৰাজস্থান, মধ্যপ্রদেশ, মহাৰাষ্ট্র, কেৰালা আৰু ওড়িছাৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে সকলাে প্ৰকাৰৰ সাহায্য আগবঢ়োৱা হ’ব। কেন্দ্রীয় মন্ত্রী জাৱড়েকাৰে আজি এই কথা সদৰী কৰি লগতে জনায় যে আগন্তুক দিনত অসমকে ধৰি আন পাঁচখন ৰাজ্যতাে এছীয় উন্নয়ন বেংক (এডিবি)ৰ পুঁজিৰ সহযােগিতাত একে ধৰণৰ আন এক কর্মসূচী ৰূপায়ণৰৰ পৰিকল্পনা কৰিছে কেন্দ্রই।

অসমৰ উপৰি এই সাহায্য লাভ কৰিব গুজৰাট, উত্তৰাখণ্ড, তামিলনাডু আৰু ঝাৰখণ্ডে । মন্ত্রীজনে কয় যে তালিকাত থকা ৰাজ্যসমূহে পৰস্পৰৰ স’তে শিক্ষা ক্ষেত্ৰত নিজৰ অভিজ্ঞতা আৰু শ্রেষ্ঠ পন্থা-পদ্ধতিসমূহক লৈ আলােচনা আৰু মত বিনিময় কৰিব। ষ্টাৰ্ছ’ কাৰ্যসূচীত শিক্ষা ব্যৱস্থাত পােনপটীয়া উন্নয়নৰ সমান্তৰালকৈ শ্রম বজাৰৰ চাহিদা অনুসৰি দক্ষতাৰ মান উন্নয়নত প্রয়ােজনীয় পদক্ষেপ লােৱা হ’ব। দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ স’তে সংগতি ৰাখিয়েই এই আঁচনিৰ কাম কৰা হ’ব বুলিও জাৱড়েকাৰে জনায়।

তেওঁ কয়, এই কাৰ্যসূচীত নির্দিষ্ট ৰাজ্যসমূহত শিক্ষা ব্যৱস্থাৰ মান উন্নয়নৰ বাবে প্রয়ােজনীয় পদক্ষেপৰ মাধ্যমেৰে ভাৰতীয় বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত গুণগত মান বৃদ্ধিত দৃষ্টি দিয়া হ’ব। এই প্রকল্পৰ মাধ্যমেৰে ৰাজ্য স্তৰৰ স’তে ৰাষ্ট্ৰীয় স্তৰতাে শিক্ষাৰ সামগ্রিক উন্নয়নেই হৈছে কেন্দ্ৰৰ লক্ষ্য।

ইয়াৰ উপৰি ৰাজ্যসমূহৰ পিজিআই স্ক’ৰ বা প্রাপ্ত নম্বৰ আৰু বৃদ্ধিৰ ক্ষেত্ৰত শিক্ষা মন্ত্রণালয়ক সাহায্য কৰাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। লগতে এই প্রকল্পই শিক্ষণ মূল্যায়ন ব্যৱস্থা সুদৃঢ়কৰণৰ দৰে বিষয়সমূহতাে কাম কৰিব । এই প্রসংগত তথ্য আৰু সম্প্রচাৰ মন্ত্রী জাৱড়েকাৰে কয়, ৰাজ্য স্তৰত প্ৰাক্-শৈশৱ শিক্ষা আৰু প্রথাগত শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত জোৰ দিয়া হ’ব ।

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সামগ্রিক দক্ষতা বৃদ্ধি কৰি বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক সুদৃঢ় কৰাৰ দিশতাে পদক্ষেপ গ্রহণ কৰা হ’ব। ইয়াৰ উপৰি বিদ্যালয়সমূহত বৃত্তিমূলক শিক্ষাৰ মান উন্নয়ন, বিদ্যালয়ৰ শিক্ষাৰ বাহিৰত থকা শিশুসকলক শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই আনি সেই শিশুসকলৰ কৰ্মজীৱন গঢ়ি তােলাৰ বাবে সঠিক দিশৰ সন্ধান দিয়াৰ দৰে বিষয়ে সন্নিবিষ্ট হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaPrakash Javadekar
publisher

publisher

Related Posts

বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে
International

September 8, 2026
আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ

সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!
News

সম্পূৰ্ণ বেচৰকাৰীকৰণেই ভৱিষ্যৎ ইছৰ’ৰ!

September 8, 2026
ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী
Assam

ASSEC:পিছুৱাই দিয়া হ’ল মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়সূচী

September 8, 2026
মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!
India

মোদী-শ্বাহৰ ৰাজ্যতে সক্রিয় ‘ক্রীতদাস’ প্রথা!

September 8, 2026
Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
Assam

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d