Nagaon District Congress General Secretary Resigns:নগাঁও জিলা কংগ্ৰেছত পুনৰ গৰাখহনীয়া

জিলা সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিকৰ পদত্যাগ, ছিদ্দিক আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ

nagaon congraess

Nagaon District Congress General Secretary Resigns:

নগাঁও জিলা কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিকে হঠাতে কৰে পদত্যাগ

ছিদ্দিক আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ ৷ বৰ্তমানলৈ স্পষ্ট হোৱা নাই পদত্যাগৰ কাৰণ ৷
উল্লেখ্য যে,দুমাহমান পূৰ্বে দলত্যাগ কৰিছিল নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ৷ ইতিমধ্যে বৰাই যোগদান কৰে বিজেপিত ৷ বৰা নগাঁও সংসদীয় সমষ্টিৰ বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী তালিকাৰ পেনেলৰ শীৰ্ষত আছে বুলি জানিব পৰা গৈছে ৷

Exit mobile version