Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Prime Minister Chairs The BJP CEC Meeting:লোকসভা নিৰ্বাচনৰ বাবে আজি দিল্লীত বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা

দেশৰ ৭৬ প্ৰাৰ্থী সহ অসমৰ পাঁচ প্ৰাৰ্থীৰৰ নাম ঘোষণাৰ সম্ভাৱনা, প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিজেপিৰ চিইচিৰ সভা

publisher by publisher
February 29, 2024
in India, News
Reading Time: 2 mins read
0
oday Guwahati Visit PM Modi:নিৰ্বাচনৰ প্ৰাকক্ষণত আজি নিশা গুৱাহাটীত মোদী
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

Prime Minister Chairs The BJP CEC Meeting:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰ মাহ থকা অৱস্থাত শাসকীয় বিজেপি দল তৎপৰ হৈ পৰিছে ৷ তৃতীয়বাৰৰ বাবে দিল্লীৰ মনছদ দখলৰে হেডট্ৰীক কৰিবৰ বাবে ব্যাপক নিৰ্বাচনী ৰণকৌশলৰ অংশ হিচাপে বৃহস্পতিবাৰে দিল্লীত বিজেপিয়ে প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

ADVERTISEMENT

আজি বিয়লী চাৰি বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বচনী কমিটিৰ বৈঠক অনুষ্ঠিত হ’ব ৷ বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা,গৃহমন্ত্ৰী অমিত শ্বাহ,ৰক্ষামন্ত্ৰী ৰাজনাথ সিং সহ কমিটিৰ আটাই কেইগৰাকী সদস্য উপস্থিত থাকিব ৷

উল্লেখ্য যে, এই বৈঠকে দেশৰ ৭৬ প্ৰাৰ্থী সহ অসমৰ পাঁচ প্ৰাৰ্থীৰৰ নামত মোহৰ মৰাৰ সম্ভাৱনা আছে ৷

স্মতৰ্ৱ্য যে,অসম বিজেপিৰ নিৰ্বাচন সমিতিয়ে ৰাজ্যৰ সম্ভাৱ্য প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীত উপস্থিত হৈছে। বুধবাৰে পুৱাই একেখন বিমানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, সভাপতি ভৱেশ কলিতা দিল্লীলৈ যায় ৷ অসম বিজেপিৰ নেতৃত্ব দিল্লীত থকাৰ সময়ত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত বিৰাজ কৰে তীব্ৰ উৎকন্ঠা ৷

মুখ্যমন্ত্ৰীৰ গোপন খামত অসম বিজেপিয়ে কাৰ কাৰ নাম কঢ়িয়াই নিছে সেয়া জানিবলৈ সঘনে দিল্লীলৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যোগাযোগ ঘনিষ্ঠ কেন্দ্ৰীয় নেতাৰে ৷

মনকৰিবলগীয়া যে,বিজেপিৰ দলীয় সূত্ৰৰ মতে, ৰাজ্যিক নির্বাচনী সমিতিয়ে যুগুতাই উলিওৱা প্রতিটো সমষ্টিৰ বিপৰীতে বিজয়ৰ সম্ভাৱনা থকা দুই- তিনিজনীয়া প্রার্থী তালিকাখনত গুৱাহাটীৰ সংসদীয় সমষ্টিৰ বাবে স্থান লাভ কৰিছে বৰ্তমানৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু জ্যেষ্ঠ নেত্রী বিজুলী কলিতা মেধিয়ে।

ইফালে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে অন্তর্ভুক্ত কৰা হৈছে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াৰ লগতে প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্ৰণৱ নাৰায়ণ দেৱ আৰু প্রাক্তন সাংসদ ৰমেন ডেকাৰ নাম। সূত্ৰটোৰ মতে, বৰ্তমানৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই সমষ্টিটোত পুনৰ প্রার্থিত্ব পোৱাৰ সম্ভাৱনা আছে।

আকৌ নগাঁৱত তালিকাভুক্ত কৰা হৈছে সুৰেশ বৰা আৰু অভিজিৎ নাথৰ নাম। একেদৰে নৱগঠিত কাজিৰঙাত সম্ভাব্য প্রার্থীৰূপে অন্তর্ভুক্ত কৰা হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, ৰাজ্যিক বিজেপিৰ নেতা দিল্লুৰঞ্জন শৰ্মা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ নাম।

একেদৰে তেজপুৰত জ্যেষ্ঠ বিধায়ক তথা প্রাক্তন মন্ত্রী ৰঞ্জিত দত্তৰ লগতে বাতাচ ওৰাং আৰু অশোক ভট্টৰায়ৰ নাম অন্তর্ভুক্ত কৰা হৈছে। বৰ্তমানৰ সাংসদ পল্লর লোচন দাসে প্রার্থিত্ব নিবিচৰা বাবে তেওঁৰ নাম তালিকাত অন্তর্ভুক্ত কৰা হোৱা নাই। সূত্ৰটোৰ প্রাক্তন মন্ত্রী ৰঞ্জিত দত্তক সমষ্টিটোত দলীয় প্রার্থীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, লখিমপুৰ লোকসভা সমষ্টিৰ বাবে বৰ্তমানৰ সাংসদ প্রদান বৰুৱাৰ লগতে ফণী বৰুৱাৰ নাম তালিকাভুক্ত কৰা হৈছে যদিও বৰ্তমানৰ সাংসদজনকে পুনৰ প্রার্থিত্ব প্রদান কৰাৰ সম্ভাৱনা আছে। ইফালে, যোৰহাটত বৰ্তমানৰ সাংসদ তপন গগৈৰ উপৰি সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ নাম প্ৰক্ষেপ কৰা হৈছে। আকৌ দুই কেন্দ্রীয় মন্ত্রী ক্রমে সর্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক কোন সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে বাছনি কৰা হয় তাৰ দায়িত্ব কেন্দ্রীয় নেতৃত্বৰ হাততে এৰিছে ৰাজ্যিক বিজেপিয়ে।

সোণোৱালক নিজৰ পছন্দৰ সমষ্টিত প্রার্থিত্ব প্রদান কৰা হ’ব পাৰে বুলি সূত্ৰটোৱে সদৰী কৰে। ইফালে, ধুবুৰী সংসদীয় সমষ্টিৰ বাবে প্রাক্তন বিধায়কদ্বয় অশোক সিংঘী আৰু অশ্বিনী ৰায় সৰকাৰৰ নাম অন্তর্ভুক্ত কৰা হৈছে। আকৌ শিলচৰ লোকসভা সমষ্টিৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মুন স্বর্ণকাৰৰ নাম তালিকাভুক্ত কৰা হৈছে। ইফালে, কৰিমগঞ্জ সমষ্টিৰ বাবে বিজেপিৰ জিলা সমিতিৰ সভাপতি সুব্রত ৰায় আৰু বৰ্তমানৰ সাংসদ কৃপানাথ মাল্লাৰ লগতে আন এজন প্রার্থিত্ব প্রত্যাশীৰ নাম তালিকাভুক্ত কৰা হৈছে।

একেদৰে ডিফু সংসদীয় সমষ্টিৰ বাবে হৰেণ সিং বে’, অমৰ তিছ’ আৰু বিধায়ক বিদ্যাসিং ইংলেঙৰ নাম তালিকাভুক্ত কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP CEC Meetingbjp mp SeatLoksabha Election 2024PM Modi
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d