Ahmednagar- Eight Railway Stations Have Been Renamed:মহাৰাষ্ট্ৰৰ চৰকাৰৰ সিদ্ধান্ত : সলনি হ’ল অহমদনগৰ- আঠ ৰে’ল ষ্টেচনৰ নাম

EKNATH

Ahmednagar- Eight Railway Stations Have Been Renamed:

মহাৰাষ্ট্ৰৰ একনাথ শিণ্ডে চৰকাৰে ৰাজ্যৰ এখন জিলাৰ নাম সলনি কৰিলে। অহমদনগৰৰ নাম এতিয়াৰে পৰা অহিলয়াদেৱী নগৰ কৰা হ’ল। মহাৰাষ্ট্র কেবিনেটে অহমদনগৰৰ নাম সলনিৰ এই প্ৰস্তাৱত অনুমোদন জনালে।

উল্লেখ্য যে পূৰ্বে শিণ্ডে চৰকাৰৰ ঔৰংগাবাদৰ নাম সম্ভাজীনগৰ আৰু ওছমানাবাদৰ নাম ধাৰাশিৱলৈ সলনি কৰিছিল। শিণ্ডে চৰকাৰে ৰাজ্যখনৰ আঠটা স্থানীয় ৰে’ল ষ্টেচনৰ নামো সলনি কৰিলে।

Exit mobile version