Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kejriwal Spends Night in ED Lockup:নিশা গ্ৰেপ্তাৰৰ পিছত ইডি কাৰ্যালয়ৰ ১নং কোঠাত নিশাটো অতিবাহিত কৰিলে কেজৰিৱালে

নিশা ভালকৈ টোপনি নহা বাবে পুৱা সোনকালে উঠিতে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিয়াল, ইডিৰ লকআপতে গ্ৰহণ কৰিলে পুৱাৰ ব্ৰেকফাষ্ট, আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত আপৰ, গুৱাহাটীটো অসম আপৰ প্ৰতিবাদ সাব্যস্ত

publisher by publisher
March 22, 2024
in India, News
Reading Time: 3 mins read
0
Kejriwal Spends Night in ED Lockup:নিশা গ্ৰেপ্তাৰৰ পিছত ইডি কাৰ্যালয়ৰ ১নং কোঠাত নিশাটো অতিবাহিত কৰিলে কেজৰিৱালে
2
SHARES
18
VIEWS
ShareShareShareShare

Kejriwal Spends Night in ED Lockup:

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে নিশা দুঘণ্টা জুৰি জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা ৷ ইয়াৰ পিছতে তেওঁক লৈ যোৱা হয় ইডিৰ হেডকোৱাৰ্টাৰলৈ ৷ নিশাটো ইডি কাৰ্যালয়ৰ ১নং কোঠাত অতিবাহিত কৰিলে কেজৰিৱালে ৷ নিশা ভালকৈ টোপনি নহা বাবে পুৱা সোনকালে উঠে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইডিৰ লকআপৰ ভিতৰতে গ্ৰহণ কৰিলে পুৱাৰ ব্ৰেকফাষ্ট ৷

ADVERTISEMENT

উল্লেখ্য যে,বহুচৰ্চিত দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত কে’বাবাৰো কেজৰিয়াললৈ ইডিয়ে পঠিয়াইছিল চমন ৷ কিন্ত এই চমনৰ প্ৰতি কোনো গুৰুত্ব নিদি কালি ৰক্ষা কবচ বিচাৰি দিল্লী উচ্চ ন্যায়ৰলয়ৰ দ্বাৰস্থ হৈছিল যদিও আদালতত বিমুখ হোৱাৰ পাছতে আজি নিশা ইডিৰ এটা দল উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহত ৷ বাসভৱনতে ইডিৰ দলটোৱে সুৰা নীত সন্দৰ্ভত সোধপোছ কৰি গ্ৰেপ্তাৰ কৰে ৷ ইডিৰ দলে জব্দ কৰে কেতবোৰ নথিপত্ৰ ৷

RelatedPosts

Aap Protest In Guwahati:আপৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ

App Protest :মহানগৰীত ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

Tmc Leader Abhishek Benerjee :শিক্ষক নিযুক্তি কেলেংকাৰিত অভিষেকক সকাহ নিদিলে ন্যায়ালয়ে

kejriwal 2আনহাতে,কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই সন্দৰ্ভত আপে নিশাই উচ্চতম ন্যায়ালয়ৰৰ ৰেজিষ্টাৰৰ কাষ চাপে । নিশাই শুনানি হোৱাৰ আবেদন জনাইছিল যদিও এই সন্দৰ্ভত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ’ব বুলি আপৰ অধিবক্তাক অৱগত কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰে ৷

আনহাতে নিশা আটক কৰা মুখ্যমন্ত্ৰীজনক মেডিকেল চেকআপ কৰে ইডিয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি কেজৰৱিলাক ইডিয়ে আদালতত হাজিৰ কৰিব আৰু সোধা পোছাৰ পুনৰ বিচাৰিব জিম্মাত ৷

ইপিনে,কেজৰিয়ালৰ গ্ৰেপ্তাৰৰ পাছতে তেওঁ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব নেকি এই সম্পৰ্কীয় জল্পনা-কল্পনাৰ মাজত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশিয়ে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণত মুখ্যমন্ত্ৰী পদ ত্যাগ নকৰে কেজৰিয়ালে৷তেওঁ জেলৰ ভিতৰৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰি চৰকাৰ চলাই যাব ৷

আপৰ নেতা তথা সাংসদ ৰাঘৱ চড্ডাই অভিযোগ উত্থাপন কৰি কৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুতত অৰিবন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাতো বিজেপিৰ এক ডাঙৰ ষড়যন্ত্ৰ নিহিত হৈ আছে । এই সন্দৰ্ভত আজি আপে সমগ্ৰ দেশজুৰি বিৰোধ প্ৰদৰ্শন কৰিছে ৷

আনহাতে ,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতে দিল্লী পঞ্জাৱত নিশাৰে পৰা প্ৰতিবাদ সাব্যস্ত অব্যাহত থকাৰ সমান্তৰালভাৱে আজিও দিল্লী সহ দেশৰ সৰ্বতে আপে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

দলটোৱে কয়,এয়া বিজেপিৰ এক পৰিকল্পিত ষড়যন্ত্ৰ ৷ ইডি এক বিজেপিৰ অস্ত্র । ষড়যন্ত্র কৰি গ্রেপ্তাৰ কৰা হ’ল মুখ্যমন্ত্রী গৰাকীক। নিৰ্বাচনত কেজৰিয়ালৰৰ প্ৰচাৰাভিযানত ৰোধ কৰিবলৈ বিজেপিয়ে ব্যৱহাৰ কৰিছে ইডিক ৷

আজি এই কাৰ্যৰ বিৰুদ্ধে দেশজুৰি আন্দোলন কৰি যাম ৷ আনহাতে শেহতীয়া খবৰ অনুসৰি দিল্লীত ৰাজধানী আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে ইতিমধ্যে ৰাজপথত প্ৰতিবাদ কৰা শতাধিক আপৰ নেতা- কৰ্মীক আটক কৰিছে ৷

গুৱাহাটী মহানগৰত আজি আপৰ নেতা- কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ কেজৰিয়ালৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি এক সমদল উলিয়াই ৷

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত আপে দাখিল কৰা আবেদনৰ শুনানি বৰ্তমান ন্যায়ালয়ত অব্যাহত আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAP PROTESTDelhi Cm Arvind Kejriwal ArrestedED LockupSupreme Court of India
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d