Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aap Protest In Guwahati:আপৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ

মূল্যবৃদ্ধি ৰোধ, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত শতাধিক আপ কৰ্মীৰ বিক্ষোভ

samimsultana by samimsultana
October 26, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Aap Protest In Guwahati:আপৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Aap Protest In Guwahati:

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত চৰকাৰে চলোৱা লুণ্ঠনৰ বিৰুদ্ধে আজি মহানগৰীৰ গণেশগুৰি চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আম আদমী পাৰ্টিয়ে। আপৰ যুৱ শক্তিৰ আহ্বানত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ADVERTISEMENT

প্ৰতিবাদকাৰী সকলে গণেশগুৰিৰ পৰা সমদল কৰি দিছপুৰ অভিমুখে যাব বিচৰাত আৰক্ষীয়ে বাধা দিয়ে। তদুপৰি আৰক্ষীয়ে আপৰ দাবী সম্বলিত বেনাৰ কাঢ়ি নিব বিচৰাৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে আপৰ নেতা-কৰ্মী সকলক উৰণ সেতুৰ তলত আৱদ্ধ কৰি ৰাখে। আৰক্ষী-নিৰাপত্তা বাহিনীৰ বেষ্টনীৰ মাজতে বিক্ষোভকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, ঔষধৰ দাম বৃদ্ধি নচলিব আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।

102 MAINকাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয় । মূল্যবৃদ্ধি সন্দৰ্ভত দলৰ নেতা গৰাকীয়ে কয়,  বিজেপি চৰকাৰে বিগত দিনত জনসাধাৰণৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে ৰাইজক অতিষ্ঠ কৰি তুলিছে। চৰকাৰী হাস্পতালৰ মাচুলৰ উপৰি জীৱন দায়িনী ঔষধৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত দৰিদ্ৰ ৰোগী সকলে চিকিৎসা সেৱা গ্ৰহণ কৰিব পৰা নাই।

চৰকাৰে হাস্পতালৰ বিল ১০০ শতাংশলৈকে বৃদ্ধি কৰি সাধাৰণ মানুহৰ চিকিৎসা সেৱাৰ অধিকাৰ কাঢ়ি ল’ব বিচাৰিছে। আম আদমী পাৰ্টিয়ে চৰকাৰৰ এই জনবিৰোধী নীতি বাতিল কৰিবলৈ দাবী জনাইছোঁ।  সভাপতি মনোজ ধানোৱাৰে ৰাজ্যৰ শক্তি বিভাগৰ বিৰুদ্ধেও সৰৱ হয় ।

চৰকাৰক শীঘ্ৰেই আদানী স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰি এপিডিচিএলৰ পূৰ্বৰ মাচুল সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আপৰ ৰাজ্যিক উপ -সভাপতি অনুৰূপা ডেকাৰজা, সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, পুনম গগৈ, যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকা আৰু ৰাজ্যিক যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়াই বক্তব্য দাঙি ধৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAP PROTESTGaneshguriGuwahatistate Aap President Manoj Dhanowar
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d