Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Pressmeet In Guwahati:সংবাদমেলত প্ৰদেশ কংগ্ৰেছক পুনৰ প্ৰত্যাহ্বান আপৰ

কংগ্ৰেছক জবাবদিহি আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ, বিজেপিৰ সৈতে সম্পৰ্ক নাই বুলি প্ৰমাণ কৰিবলৈ আহ্বান, কংগ্ৰেছৰ প্ৰাৰ্থীক বিজেপিত অন্তৰ্ভুক্তিৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে

publisher by publisher
March 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Aap Pressmeet In Guwahati:সংবাদমেলত প্ৰদেশ কংগ্ৰেছক পুনৰ প্ৰত্যাহ্বান আপৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Aap Pressmeet In Guwahati:

সোমবাৰে বৰাক উপত্যকাৰ এখন নিৰ্বাচনী সভাত এজন বাদে আটাইকেইজন কংগ্ৰেছ প্ৰাৰ্থীকে বিজেপিলৈ নিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।

ADVERTISEMENT

আশ্চৰ্যজনকভাৱে কৰিমগঞ্জত অনুষ্ঠিত দলীয় সভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৰ বিৰুদ্ধে এনে অপমান জনক মন্তব্য প্ৰকাশ কৰাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এক সংবাদমেলত প্ৰদেশৰ ৰহস্যজনক নিৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা এজন প্ৰাৰ্থীৰ বাহিৰে আটাইকেইজনকে বিজেপি দললৈ নিব পাৰে বুলি চাঞ্চল্যকৰ ভাষ্যৰ বিপৰীতে কংগ্ৰেছৰ মৌনতাৰ কাৰণ কি? সচাঁকৈয়ে মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজি আছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা কংগ্ৰেছৰ নেতৃত্বই এই বিষয়টো স্পষ্ট কৰিবলৈ আপৰ মুখপাত্ৰ গৰাকীয়ে প্ৰত্যাহ্বান জনায়।

পূৰ্বে ২০২১ চনতো মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰাৰ্থীৰ টিকট তেওঁৰ মতেই হয়। এইবাৰ পুনৰ একেধৰণৰ মন্তব্যই প্ৰদেশ কংগ্ৰেছ আৰু বিজেপিৰ মাজত সম্পৰ্কৰ অভিযোগ স্পষ্ট কৰিছে। কংগ্ৰেছক লক্ষ্য হিচাপে লৈ মুখ্যমন্ত্ৰীৰ বক্তব্য – ‘ এতিয়া বিৰোধী বুলি একো নাই। মাতিলেই তেওঁলোকে বিজেপিত যোগদান কৰিব।’ যদিহে মুখ্যমন্ত্ৰীৰ অভিযোগৰ ভিত্তি নাই, কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে কিয় নিজৰ স্থিতি প্ৰকাশ কৰা নাই?

আনহাতে, ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তুচ্ছ তাচ্ছিল্য কৰি ৰাজ্যখনত বিৰোধী দলৰ অস্তিত্ব নস্যাৎ কৰিব খোজা মুখ্যমন্ত্ৰী গৰাকীৰ গণতন্ত্ৰ বিৰোধী বক্তব্যই আম আদমী পাৰ্টিক হতাশ কৰা বুলি মত ব্যক্ত কৰে দলটোৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই। আনহাতে, অসমৰ বিৰোধী ঐক্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আপৰ মুখপাত্ৰ গৰাকীয়ে কয়- ‘গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আম আদমী পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছত কংগ্ৰেছ দলে শোণিতপুৰ আৰু ডিব্ৰুগড়ত আপক সমৰ্থন কৰা উচিত আছিল। কিন্তু কংগ্ৰেছে মিত্ৰতাৰ ধৰ্ম মানি চলা নাই।

আনহাতে সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি কয় যে এখন গণতান্ত্ৰিক ৰাজ্যত যদি বিৰোধী দলৰ অস্তিত্ব নাথাকে, তেন্তে গণতন্ত্ৰ কিদৰে সুৰক্ষিত হৈ থাকিব?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap PressmeetGuwahatiSporksperson Anurupa Dekaraja
publisher

publisher

Related Posts

নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণৰ ইংগিত?
India

September 11, 2026
ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী
International

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

September 11, 2026
গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d