Five BJP Candidates Filed their Nominations On March 26 and 27:প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ পাঁচ প্রার্থীয়ে মনোনয়ন দাখিল কৰিব ২৬ আৰু ২৭ ত

ssonowal

Five BJP Candidates Filed their Nominations On March 26 and 27:

দেশৰ লোকসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ পাঁচ প্রার্থীয়ে মনোনয়ন দাখিল কৰিব ২৬ আৰু ২৭ ত ৷ সেই অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰিব ২৬ মার্চত ৷

একেদৰে কাজিৰঙাৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই গোলাঘাটত ২৬ মাৰ্চত দাখিল কৰিব মনোনয়ন ৷ এই দিনটোতে লখিমপুৰৰ প্ৰাৰ্থী প্ৰদান বৰুৱাও দাখিল কৰিব মনোনয়ন ৷

আনহাতে,যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু শোণিতপুৰৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই মনোনয়ন দাখিল কৰিব ২৭ মাৰ্চত ৷

Exit mobile version