Raju Chahu Resigns as A P C C Vice-President:অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি পদ ত্যাগ ৰাজু চাহুৰ ভূপেন বৰাৰ ওপৰত ক্ষোভ

raju sahu

Raju Chahu Resigns as A P C C Vice-President:

এপিচিচিত অব্যাহত গৰাখহনীয়া ৷ লোকসভা নিৰ্বাচনৰ মাজতে ইজনৰ পাছতে সিজনকৈ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ পাছত আজি পুনৰ এজন চাহ জনগোষ্ঠীয় নেতাই দলৰ সভাপতি ভূপেন বৰাৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এপিচিচিৰ উপ- সভাপতি পদ ত্যাগ কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শেহতীয়া কেতবোৰ স্থিতিকলৈ অসন্তুষ্ট হৈছিল এপিচিচি উপ-সভাপতি ৰাজু চাহু ৷ চাহুৱে ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিছিল ৷কিন্ত এই সন্দৰ্ভত তেওঁৰ পৰা কোনো মতামত নোলোৱাকৈ ভূপেন বৰাই একপক্ষীয়ভাৱে অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈক প্ৰাৰ্থীত্বৰ বাবে হাইকামাণ্ড জনাইছিল বুলি অভিযোগ কৰে চাহুৱে ৷

Exit mobile version