Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Punjab Politics : পঞ্জাৱ কংগ্রেছৰ সভাপতিৰ পদ ত্যাগ সিদ্ধুৰ, দিল্লীৰ ‘শ্বাহ দৰবাৰত’ অমৰিন্দৰ

publisher by publisher
September 28, 2021
in India, News, Politics
Reading Time: 1 min read
0
Punjab Politics : পঞ্জাৱ কংগ্রেছৰ সভাপতিৰ পদ ত্যাগ সিদ্ধুৰ, দিল্লীৰ ‘শ্বাহ দৰবাৰত’ অমৰিন্দৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আজি প্রদেশ কংগ্রেছ সভাপতিৰ পদৰ পৰা পদত্যাগ দিলে নৱজোৎ সিং সিদ্ধুৱে । দলৰ সভানেত্রী ছোনিয়া গান্ধীক পদত্যাগপত্র তেওঁ পদত্যাগ পত্ৰ দিছে । সিদ্ধুৱে জনায়, সভাপতিৰ পদ ত্যাগ কৰিলেও কংগ্রেছৰ এজন কর্মী হিচাপে তেওঁ কাম কৰি যাব ।

ADVERTISEMENT

ইপিনে, মঙলবাৰে সন্ধ্যিয়া দিল্লীত অমিত শ্বাহ আৰু জে পি নড্ডাৰ স’তে বৈঠকত মিলিত হ’ব অমৰিন্দৰ সিং । বিজেপি-ৰ এক সূত্র‌ই জনাইছে, কেন্দ্রীয় গৃহমন্ত্রী আৰু দলৰ সর্বভাৰতীয় সভাপতিৰ স’তে এই বৈঠকতেই পঞ্জাৱৰ প্রাক্তন মুখ্যমন্ত্রীৰ দলবদল চূড়ান্ত হ’ব পাৰে । অমৰিন্দৰৰ সংবাদ উপদেষ্টা ৰবিন ঠুকৰালে আজি কয়, ‘‘অমৰেন্দৰে সম্প্ৰতি দিল্লীত ব্যক্তিগত কাৰণত ভ্ৰমণ কৰিছে । তাত তেওঁ কেইজনমান বন্ধুৰ স’তে দেখা কৰিব । ইয়াকে লৈ অযথা জল্পনাৰ প্রয়োজন নাই ।’’

প্রাক্তন ৰাষ্ট্ৰীয় ক্রিকেটাৰ সিদ্ধুক যোৱা ১৫ জুলাইত পঞ্জাৱ প্রদেশ কংগ্রেছৰ দায়িত্ব দিয়া হৈছিল । তাৰ পাছতেই তৎকালীন মুখ্যমন্ত্রী অমৰিন্দৰৰ স’তে তেওঁৰ সংঘাত প্রকাশ্যত আহে । লোকসভা আৰু ৰাজ্যসভাৰ প্রাক্তন সাংসদ সিদ্ধু অমৰিন্দৰ মন্ত্রিসভাৰো সদস্য আছিল । ২০১৭ত তেওঁ বিজেপি ত্যাগ কৰি কংগ্রেছত যোগ দিয়ে । অৱশ্যে কংগ্রেছত থকাৰ কথা জনালেও পদত্যাগ পত্ৰত কংগ্রেছ সভানেত্রীক সিদ্ধুৱে লিখে, ‘পঞ্জাৱৰ ভৱিষ্যৎ আৰু উন্নয়নৰ স্বাৰ্থত ম‌ই কোনো আপোচ নকৰো ।’

বিগত ১৮ ছেপ্টেম্বৰত চণ্ডীগড়ৰ ৰাজভৱনত ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতক পদত্যাগ পত্ৰ দিয়াৰ পাছতেই ‘বিকল্প পথৰ’ কথা জনাই কংগ্রেছ ত্যাগ কৰাৰ ইংগিত দিছিল পঞ্জাৱ ৰাজনীতিৰ ‘কেপ্টেইনে’ । ইয়াৰ পূৰ্বে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক জনাইছিল, অপমান সহ্য কৰি তেওঁ আৰু দলত থাকিব নিবিচাৰে । আগন্তুক বৰ্ষৰ ফেব্রুৱাৰী-মার্চত পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । অমৰিন্দৰৰ দল ত্যাগত কংগ্রেছৰ বৃহৎ ক্ষতি হ’ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকৰ একাংশ‌ই মত প্ৰকাশ কৰিছে ।

৮০ৰ দশকত অমৃতসৰৰ স্বর্ণমন্দিৰত সেনা অভিযানৰ প্রতিবাদত কংগ্রেছ ত্যাগ কৰিছিল পাটিয়ালাৰ ৰাজ পৰিয়ালৰ সন্তান তথা প্রাক্তন সেনা বিষয়া অমৰিন্দৰে । যোগ দিছিল শিৰোমণি অকালি দলত । কিন্তু কিছু বছৰৰ পাছতে তেওঁ পুনৰ কংগ্রেছত উভতিছিল । এইবাৰ সিদ্ধুৰ স’তে মতবিৰোধিতাৰ বাবে মুখ্যমন্ত্রিত্ব হেৰুৱাবলগীয়া হয় অমৰেন্দৰে । তেওঁ অৰবিন্দ কেজৰিৱালৰ আম আদমি পার্টী (আপ)-ত যোগ দিয়াৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।

কৃষি আইন বিৰোধী আন্দোলনৰ ফলত পঞ্জাৱ ৰাজনীতিত অচল হৈ পৰিছে বিজেপি । দীর্ঘদিনৰ সহযোগী অকালি দলেও ইতিমধ্যে এনডিএ জোঁট ত্যাগ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAPAmarinder SinghArvind KejriwalBJPCongressNavjot Singh Sidhu
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d