Heroin With Paddlar Arrested:কৃষ্ণাইত হেৰ’ইন সহ এজনক আটক

krishnai drugs

Heroin With Paddlar Arrested:

গোৱালপাৰাৰ কৃষ্ণাইত হেৰ’ইন সহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰীক । বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৬.৪৫ গ্রাম হেৰ’ইন সহ এটা কুখ্যাত সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

ধৃত সৰবৰাহকাৰীটোৰ নাম ৰাকিদুল আলম ৷ কৃষ্ণাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version