Saraighat New Bridge:শৰাইঘাটৰ নতুন দলঙত অঘটন

ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ, নদী আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ

new bridge

Saraighat New Bridge:

মহানগৰীৰ শৰাইঘাট দলঙত পুনৰ অঘটন। শৰাইঘাট নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ এজন যুৱকৰ ৷ পিছত ঘটনাস্থলীত নদী আৰক্ষীৰ ডুবাৰুৱে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ

এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই যুৱকজনৰ পৰিচয় ৷

Exit mobile version