Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

2024 Loksabha Election Phase 1:কেন্দ্ৰত এখন সুস্থিৰ চৰকাৰৰ পোষকতা

আপোনাৰ এটা ভোটেই গঠন কৰিব পাৰে পছন্দৰ চৰকাৰ, আজি ভোটদানৰ বাবে সাজু হৈছে বয়োজ্যেষ্ঠজনৰ পৰা প্ৰথমবাৰলৈ ভোটদানৰ অধিকাৰ পোৱাজনলৈকে

publisher by publisher
April 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
2024 Loksabha Election Phase 1:কেন্দ্ৰত এখন সুস্থিৰ চৰকাৰৰ পোষকতা
1
SHARES
6
VIEWS
ShareShareShareShare

2024 Loksabha Election Phase 1:

কেন্দ্রত এখন সুস্থিৰ চৰকাৰ গঠনৰ বাবে আজি পুৱাৰে পৰা আৰম্ভ হয় দেশৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ ভোটদান পর্ব। অসমৰো ১৪টা লোকসভা সমষ্টিৰ ভিতৰত কাইলৈ পাঁচটা সমষ্টি ক্রমে ডিব্রুগড়, যোৰহাট, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰত ভোটগ্রহণ অনুষ্ঠিত হয়। ভিন্ন ৰাজনৈতিক দলৰ ভিন্ন প্রতিশ্রুতি, প্রলোভনেৰে ইতিমধ্যে প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজ্যত এই পাঁচোটা সমষ্টিত সৰ্বস্তৰৰ ভোটাৰ সাজু হৈ ভোটাধিকাৰ সাব্যস্ত কৰি কেন্দ্রত এখন সুস্থিৰ চৰকাৰ গঠন প্রক্রিয়াত অংশ ল’বলৈ।

ADVERTISEMENT

বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি গৃহিণীলৈকে, যুৱ ভোটাৰৰ পৰা আৰম্ভ কৰি প্ৰথমবাৰলৈ ভোটদানৰ বাবে নিজকে সাজু কৰা ভোটাৰজনলৈকে সংশ্লিষ্ট সকলো পক্ষই এইবাৰ সাজু হৈছে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ পর্বত অংশ লৈ দেশৰ গণতন্ত্রক উদ্ভাসিত কৰাৰ বাবে সাজু হোৱা যোৰহাটৰ বিশিষ্ট সমাজকর্মী ডাঃ বলীন খাৰঘৰীয়াই  ‘দৈনিক অগ্রদূত’ৰ আগত ভোটদানৰ প্ৰস্তুতি আৰু নিজৰ মনত সৃষ্টি হোৱা অনুভূতি ব্যাখ্যা কৰি কয়, ‘ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰতে এখন বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ। পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ সলাবলৈ ৰাষ্ট্ৰৰ নাগৰিকসকলে এটা সুযোগ লাভ কৰে।

RelatedPosts

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

Samajwadi Party New Mp Priya Saroj::উচ্চতম ন্যায়ালয়ত ওকালতি কৰি এইবাৰ সমাজবাদীৰ টিকটত সাংসদ নির্বাচিত প্রিয়া

পূৰ্বে ৰাজতন্ত্ৰত সেই সুযোগ নাছিল। গণতান্ত্রিক দেশ এখনৰ সংবিধানপ্রদত্ত অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ প্রত্যেক নাগৰিকে লাভ কৰে। মই ভাবো প্রতিজন নাগৰিকে এই অধিকাৰ অতি গুৰুত্বসহকাৰে আৰু নিষ্ঠাৰে সাব্যস্ত কৰিব লাগে। প্রতিজন ভাৰতীয়ৰ বাবে এয়া এক পবিত্র কর্তব্য। গতিকে আমি প্রত্যেকেই এই মহান গণতান্ত্রিক ব্যৱস্থাত অংশ ল’ব লাগে আৰু নিজৰ বিচাৰ-বিবেচনাৰে নির্ভয়ে-নির্বিঘ্নে ভোটদান কৰিব লাগে। নির্বাচনত এটা ভোটেই যথেষ্ট। কেতিয়াও ভাবিব নালাগে, মোৰ এটা ভোট নিদিলেও একো নহয় বুলি।

আপোনাৰ এটা ভোটৰ বাবেই আপোনাৰ পছন্দৰ চৰকাৰখন গঠন হ’ব পাৰে। দেশৰ চৰকাৰখন নিজৰ মতেৰে গঠন কৰাৰ এই গুৰুদায়িত্ব প্রতিজন নাগৰিকে নিষ্ঠাসহকাৰে পালন কৰক- কাইলৈ অনুষ্ঠিত দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হোৱা আটাইকেইটা সমষ্টিৰ প্ৰতিজন ভোটাৰৰ প্ৰতি এয়া মোৰ বিনম্র অনুৰোধ।’

ইফালে, জীৱনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ সাজু হোৱা টিংখাং সমষ্টিৰ মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী অঞ্জুম আখটাৰ হুছেইনে নিজৰ অনুভূতি ব্যক্ত কৰি কয় যে প্রথমবাৰলৈ তেওঁ ভোটদানৰ সুযোগ লাভ কৰি উচ্ছসিত হৈ পৰিছে। উপযুক্ত প্রার্থীক ভোট দি কেন্দ্রত এখন সঁচা অৰ্থত ৰাইজৰ অভাৱ-অভিযোগ সমাধান কৰিব পৰা চৰকাৰ গঠনৰ লক্ষ্যৰে ভোটদানৰ বাবে সাজু হোৱা হুছেইনে কয়, ‘যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে মই কোনো ৰাজনৈতিক দলৰ নীতি-আদৰ্শৰ প্ৰতি সম্পূৰ্ণৰূপে বিশ্বাসী নহয়।

দেশৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে আমাৰ কৰ্তব্য হৈছে নির্বাচনত অংশগ্ৰহণ কৰা। এইবাৰ মই প্ৰথমবাৰ ডিব্ৰুগড় লোকসভা নির্বাচনত টিংখাং বিধান সমষ্টিৰ ভোটাৰ হিচাপে ভোটদান কৰিম। ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী হিচাপে মোৰ মনত নিৰ্বাচনৰ প্রাকৃক্ষণত এটা জটিল প্রশ্ন উদয় হৈছে যে মই মোৰ বহুমূলীয়া ভোটটো কোন দলৰ প্ৰাৰ্থীক দিম। এই জটিল প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে আমি প্রত্যেকেই দীঘলীয়া বিচাৰ-বিবেচনা কৰি এইবাৰ বিবেকেৰে ভোটদান কৰিব লাগিব বুলি ভাবিছো।

সেয়ে মোৰ ভোট এইবাৰ এনে এজন উপযুক্ত প্রার্থীলৈ যাব, যিজনে নির্বাচিত হৈ সংসদত নিজৰ সৱল স্থিতিৰে সাধাৰণ জনতাৰ আশা-আকাংক্ষা পূৰণ কৰিব তথা গণতন্ত্রক এক সুস্থিৰ মাত্ৰা প্ৰদান কৰাত সহায় কৰিব। শেষত সকলোকে মই এগৰাকী যোগ্য ব্যক্তিক নির্বাচিত কৰিবলৈ ভোটগ্রহণ কেন্দ্ৰলৈ গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনালো। ‘ইফালে, ভোটাধিকাৰ সাব্যস্ত কৰিলেহে গণতন্ত্র শক্তিশালী হ’ব বুলি বিশ্বাস মৰাণহাটৰ ভোটাৰ জুৰি ৰাজখোৱা গগৈয়ে ‘দৈনিক অগ্রদূত’ৰ আগত ভোটদানৰ প্ৰাক্‌সন্ধ্যা নিজৰ মতামত ব্যক্ত কৰি কয়, ‘ভোটদান সংবিধান প্রদত্ত এক অধিকাৰ, যি অধিকাৰ সাব্যস্ত কৰি আমি এখন চৰকাৰ নিৰ্বাচিত কৰো।

যিটো দলে এখন কল্যাণকামী আৰু প্ৰগতিশীল চৰকাৰ গঠন কৰি দেশখনক আগুৱাই নিবলৈ সক্ষম হ’ব বুলি ভাবো, তেনে দলকে এজন সচেতন আৰু সজাগ ভোটাৰৰূপে ভোটদান কৰা উচিত বুলি মই ভাবো। কোনো প্রলোভনৰ বলি নোহোৱাকৈ, কাৰো দ্বাৰা প্ৰভাৱিত নহৈ, ব্যক্তি স্বাৰ্থৰ ঊর্ধ্বত দেশৰ স্বাৰ্থক আগত ৰাখি ভোটদান কৰিলেহে এখন দেশ গণতান্ত্রিকভাবে শক্তিশালী হয়।

অতিসম্প্রতি গা কৰি উঠা সংকীৰ্ণ ৰাজনৈতিক আদৰ্শৰে পৰিচালিত ধৰ্ম-জাতিৰ নামত ভোটাৰক উত্তেজিত কৰা, ভোটাৰক প্রলোভিত কৰিবলৈ সস্তীয়া ৰাজনৈতিক টোপ দিয়া একাংশ ৰাজনৈতিক দল আৰু ৰাজনীতিকৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ একমাত্র মাধ্যম হ’ল ভোটাধিকাৰ সাব্যস্ত কৰা। গতিকে এখন সুস্থ, কল্যাণকামী, প্রগতিশীল চৰকাৰ গঠন কৰিবলৈ প্রতিজন বিবেকবান নাগৰিকেই ভোটাধিকাৰ সাব্যস্ত কৰা উচিত।’

ইফালে, আজি দিনটো এটা বিশেষ অধিকাৰ দিন বুলি অভিহিত কৰি গৃহিণী হীৰা পোখেলে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘দেশৰ গণতন্ত্ৰৰ আধাৰ হ’ল প্রত্যক্ষ নির্বাচন ব্যৱস্থা। ভোটাধিকাৰ লাভ কৰাসকলৰ বাবে এয়া গণতান্ত্রিক ব্যৱস্থাৰে প্রত্যক্ষভাৱে জড়িত হোৱাৰ অধিকাৰ। সেইবাবেই মই ভোট দিম আৰু সকলো ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাটো উচিত। ভোটদানৰ বাবে উপযুক্ত প্রার্থী নাপালেও, নির্বাচিত হোৱাৰ পাছত জনপ্রতিনিধিৰ মনত সাধাৰণ ভোটাৰৰ মতামত গুৰুত্বহীন হৈ পৰিলেও ভোটাৰৰ বাবে ভোটদানৰ দিনটোৱেই এটা বিশেষ অধিকাৰৰ দিন।’

দেশৰ সকলো ক্ষেত্ৰতে নৱপ্ৰজন্মৰ বাবে সুযোগ সৃষ্টিৰ পথ প্রশস্ত হোৱাৰ আশাৰে কাইলৈ ভোটদানৰ বাবে সাজু হোৱা ইন্দিৰা মুক্ত বিশ্ববিদ্যালয়ৰ ছাত্ৰী পঞ্চমী বৰাই নিজৰ অনুভূতি প্রকাশ কৰি ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘এক আশাৰ বাবে, এক সম্ভাৱনাৰ সন্ধানত মই আজি মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিম। গণতান্ত্রিক দেশত ভোটদান আমাৰ গণতান্ত্রিক অধিকাৰ।

নতুন প্ৰজন্মৰ ভোটাৰৰূপে দেশখনত সম্ভাৱনা সৃষ্টি হোৱাটো বিচাৰো। তাৰ বাবেই মই ভোট দিম। যুৱ প্ৰজন্মৰ বাবে দেশখন এখন আশাৰ দেশ হওক। নতুন প্রকল্প মুকলি হওক, নিয়োগৰ সুযোগ বৃদ্ধি পাওক, খাদ্য সংকট আৰু জনসংখ্যা হ্রাস পাওক, এয়াই মোৰ আশা। নতুন আৰু ইতিবাচক দৃষ্টিভংগীৰে নৱপ্ৰজন্মৰ বাবে সুযোগ সৃষ্টিৰ পথ প্রশস্ত হোৱাৰ আশাৰেই মই ভোট দিম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 1st phase VOTINGLoksabha Election 2024New Voters in Assam
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d