Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Lok Sabha Election 2024: Second phase of polling continues :আজি ৫টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

প্ৰখৰ ৰ'দকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ দীঘলীয়া শাৰী ভোট কেন্দ্ৰত

publisher by publisher
April 26, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Lok Sabha Election 2024: Second phase of polling continues :আজি ৫টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
1
SHARES
9
VIEWS
ShareShareShareShare

Lok Sabha Election 2024: Second Phase of Polling Continues :

আজি পুৱা ৭-০০বজাৰ লগে লগে আৰম্ভ হ’ল দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। অসমৰ ৫টা সমষ্টিত আৰম্ভ হ’ল ভোটদান পৰ্ব। ইভিএমৰ বুটামত ভাগ্য নিৰ্ণয় হ’ব অসমৰ ৬১গৰাকী প্ৰাৰ্থীৰ।

ADVERTISEMENT

পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈ ৰাজ্যৰ মুঠতে পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্রহণ পর্ব। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত অনুষ্ঠিত হোৱা নির্বাচনত ভৌগোলিক পৰিসৰৰে সবাতোকৈ ক্ষুদ্র সমষ্টিটো হ’ল কৰিমগঞ্জ আৰু বৃহৎ সমষ্টিটো হ’ল ডিফু ৷

RelatedPosts

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

Samajwadi Party New Mp Priya Saroj::উচ্চতম ন্যায়ালয়ত ওকালতি কৰি এইবাৰ সমাজবাদীৰ টিকটত সাংসদ নির্বাচিত প্রিয়া

ইফালে, ভোটাৰৰ সংখ্যাৰে ক্ষুদ্র সমষ্টিটো হ’ল ডিফু আৰু বৃহৎ সমষ্টিটো হ’ল দৰং-ওদালগুৰি। ডিফুত ভোটাৰৰ সংখ্যা হ’ল ৯,০১,০৩২ গৰাকী আৰু দৰং-ওদালগুৰিত ভোটাৰৰ সংখ্যা ২২,০৯,৩১৪ গৰাকী। উল্লেখ্য যে ,আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সংশ্লিষ্ট পাঁচটা সমষ্টিত ভোটাৰৰ মুঠ সংখ্যা হ’ল ৭৭,০৯,২৭৬ গৰাকী। ইয়াৰে ভিতৰত শতবৰ্ষ গৰকা ভোটাৰৰ সংখ্যা হ’ল ৮৬২গৰাকী। আনহাতে, ভোটদান কৰিব ৮৫ বছৰৰ ঊর্ধ্বৰ ৩৪,৫৪৮ গৰাকী ভোটাৰে। সমান্তৰালকৈ এইবাৰৰ নিৰ্বাচনত যুৱ ভোটাৰে গ্ৰহণ কৰিব অন্যতম নির্ণায়ক ভূমিকা।

voting 2আজি অনুষ্ঠিত হৈ থকা ভোট গ্রহণত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰৰ সংখ্যা হ’ল ১,২১,৭৬৯ গৰাকী। আকৌ ২০ৰ পৰা ২৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হ’ল ১৬,৯৫,৭৭১ গৰাকী। অর্থাৎ পাঁচটা সমষ্টিক সামৰি অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৭৭ লাখ ভোটাৰৰ ভিতৰত ১৮ লক্ষাধিক ভোটাৰেই হ’ল যুৱ ভোটাৰ।

উল্লেখ্য যে , নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে নগৰাঞ্চলত ৯০৬টা, গ্রামাঞ্চলত ৮২২৭টাসহ মুঠতে ৯১৩৩ টা ভোটগ্রহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছিল ৷ ইয়াৰে ভিতৰত ৪৭৩টা ভোট কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। আকৌ সমষ্টিকেইটাত স্থাপন কৰা হৈছে ৯০টাকৈ আদর্শ ভোটগ্রহণ কেন্দ্র। এইবাৰৰ নিৰ্বাচনৰ আন এক বিশেষত্ব হ’ল ১২টাকৈ ভোটগ্রহণ কেন্দ্ৰ পৰিচালনা কৰিব ৰাজ্য চৰকাৰৰ বিশেষভাৱে সক্ষম কর্মচাৰীয়ে। উল্লেখ্য যে স্পৰ্শকাতৰ অঞ্চলত থকা ৪,৭৪৫ টা ভোটগ্রহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে ,আজি অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ ভোটগ্রহণ পৰ্বত ৬১জন প্রার্থীৰ ভাগ্য নির্ণয় হ’ব। এই প্ৰাৰ্থীসকলৰ ভিতৰত দুগৰাকী হ’ল মহিলা প্রার্থী। লক্ষ্যণীয় যে দ্বিতীয় পর্যায়ৰ নিৰ্বাচনত ভোটগ্রহণ হ’বলগীয়া কৰিমগঞ্জ সমষ্টিত সর্বাধিকসংখ্যক ২৪ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ডিফুত সর্বনিম্ন পাঁচজন প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। আনহাতে, দিনৰ ৩ বজালৈকে অসমৰ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ
নগাঁও ৬০.৫৬ শতাংশ
দৰং-ওদালগুৰি ৬৪.৪৩ শতাংশ
শিলচৰ ৫৩. ০৬ শতাংশ
কৰিমগঞ্জ ৬০.৩৬ শতাংশ
ডিফু ৬০.৭৪ শতাংশ

প্ৰখৰ ৰ’দকো নেওচি নগাঁও লোকসভা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষৰ অন্তৰ্গত ভোট কেন্দ্ৰ সমূহত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰ দীঘলীয়া শাৰী ৷ পুৱাৰ ভাগত ভোটাৰৰ যথেষ্ট ভীৰ পৰিলক্ষিত হয় যদিও দুপৰীয়া কিছু কম হয় ৷ ইয়াৰ কাৰণ হিচাপে পৰিগণিত হৈছে উৎকট গৰম ৷ আশা কৰা ধৰণে বিয়লি ভাগত ভোট কেন্দ্ৰত ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ।

নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই পত্নী আৰু দুই পুত্ৰৰ সৈতে নগাঁও চহৰৰ কিৰণৱালা বালিকা বিদ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত হৈ সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ ৷ ভোট কেন্দ্ৰত ৰাইজৰ দীঘলীয়া শাৰী দেখি সন্তুষ্টি প্ৰকাশ বিধায়ক গৰাকীয়ে ৷

একেদৰে বিজেপিৰ নগাঁও লোকসভা সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই নগাঁও চহৰৰ পাশ্বৱৰ্তী উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।
আনহাতে,পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ বোকাজান সমষ্টিৰ ডিলাওজান জালজৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মমিন আৰু তেওঁৰ পত্নীয়ে৷

একেদৰে মৰিগাঁওৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে মৰিগাঁৱৰ চাবুকধৰা পঞ্চায়তৰ অন্তৰ্গত দেউৰাবড়ি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত পুৱাই উপস্থিত হৈ ৰাইজৰ সৈতে পুৱাই শাৰী পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

মৰিগাঁও জিলাৰ আঁহতগুৰি মৰাকলং প্ৰাথমিক বিদ্যালয়ত পত্নী আইমী বৰুৱা আৰু মাতৃৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই।
ভোটাধিকাৰ সাব্যস্ত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ। কৰিমগঞ্জৰ বিধ্যানগৰ ৬৫০নং গঙ্গা হিন্দী প্ৰাথমিক বিদ্যালয়ত ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত প্ৰাৰ্থীগৰাকীৰ। মাতৃ আৰু পত্নীৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হৈ সাব্যস্ত কৰে ভোটাধিকাৰ। একেদৰে
ভোটাধিকাৰ সাব্যস্ত নগাঁও জিলাৰ চামগুৰিৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ ৷ চামগুৰিৰ কৰৈগুৰি ভোটগ্ৰহণ কেন্দ্ৰত পত্নী, পুত্ৰৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে বিধায়ক গৰাকীয়ে ৷

আনহাতে নগাঁৱৰ ধিং সমষ্টিৰ ১৯ নং ভোট কেন্দ্ৰ পৰমাইভেটি এম.ই স্কুলত ভোটদান সাব্যস্ত কৰে নগাঁওৰ এআইইউডিএফৰ প্ৰাৰ্থী তথা ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷ কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ পত্নীৰ সৈতে ভোটদান। বাইহাটাৰ তাৰাপ্ৰিয় প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিধায়ক দিগন্ত কলিতাই।

উল্লেখ্য যে,বিটিআৰৰ অন্তৰ্গত মাজবাট বিধানসভা সমষ্টিৰ ১৭৩ নং বেঙেনাবাৰী ভোটগ্ৰহণ কেন্দ্ৰত পুৱাতে ভোটদান পৰ্ব চলি থকাৰ মাজতে হঠাতে বিকল হয় ইভিএম মেচিন । কেন্দ্ৰটোত সেই সময়ত দেখা গৈছিল ভোটাৰৰ দীঘলীয়া শাৰী ৷ আনহাতে মঙলদৈত এটা ভোটকেন্দ্ৰত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ২৫ মিনিট পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ৷ কেন্দ্ৰটোৰ ভিভিপেদ মেচিন হঠাতে বিকল হোৱাৰ বাবে পলমকৈ আৰম্ভ হয় ভোটদান পৰ্ব ।

একেদৰে কাৰ্বি আংলঙৰ সদৰ ১২১ নং ডিফু চৰকাৰী বালিকা বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰতো বিকল হয় ইভিএম । যাৰবাবে ভোটগ্ৰহণ পলমকৈ আৰম্ভ হোৱাত উত্তেজিত হৈ পৰে ভোটাৰসকল। কেন্দ্ৰটোত ২০ মিনিট পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Five Loksabha SeatLoksabha Election 2024Second Phase Poll
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d