Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Diphu :ডিফুত ABVP ৰ উদ্যোগত ‘জনজাতি সন্মিলন’ সম্পন্ন

publisher by publisher
February 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Diphu :ডিফুত ABVP ৰ উদ্যোগত ‘জনজাতি সন্মিলন’ সম্পন্ন
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন

Diphu Incident:ডিফুত অঘটন ! কুঁৱাত কৰ্মৰত অৱস্থাত কৰুণ মৃত্যু ৩ শ্ৰমিকৰ

West karbianglong: তুলিৰামৰ কাৰ্বি আংলঙত নৰকযন্ত্ৰণা দুৰ্গমবাসীৰ, অসুস্থ হ’লেও ৰোগীক চিকিৎসালয়লৈ আনিবলগীয়া হয় সাঙিত তুলি

Diphu :

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০০ জনজাতীয় ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত ডিফুত ৰাজ্যিক ভিত্তিত এক জনজাতি সন্মিলনৰ আয়োজন কৰা হয়। বিভিন্ন জাতি জনজাতিৰে সন্মিলনত হৈ নিৰ্মাণ হোৱা অসমীয়া সমাজ খনক আগবঢ়াই নিবলৈ হ’লে ইয়াৰ জাতি জনজাতি সমূহ আগবাঢ়ি যাবই লাগিব।

ADVERTISEMENT

জনজাতি সমূহে সম্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান আৰু তাৰ সৈতে মোকাবিলা কৰাৰ লগতে তেওঁলোকৰ উন্নয়ন আৰু সৱলীকৰণৰ পোষকতা কৰাৰ লক্ষ্যৰে ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত ডিফুৰ ছাৰছিং টেৰং লাংকুং হাবে মেম’ৰিয়েল টাউন হলত এই জনজাতি সন্মিলনৰ আয়োজন কৰা হয়।

জনাজাতি সন্মিলনৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাংই কয় যে এতিয়া জনজাতিৰ লোক সকলে তেওঁলোকৰ অধিকাৰ হিংসাৰ জড়িয়তে নহয় আলোচনাৰ জড়িয়তেহে লাভ কৰে।

তেওঁ কয় যে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমাজৰ প্ৰতিটো ক্ষেত্ৰৰেই নেতৃত্বৰ সৃষ্টি কৰিছে। অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক বুদ্ধদেৱ ভাগ, ৰাজ্যিক সম্পাদক হেৰল্ড মহন  সুনীল বসুমতাৰী , আদৰণি সমিতিৰ সভাপতি সুভিত দত্ত আৰু আদৰণি সমিতিৰ সম্পাদক ড° পংকজ তেৰণ বিশেষ ভাৱে উপস্থিত থাকে।

এই জনজাতি সন্মিলনৰ দ্বিতীয় সত্ৰত উপস্থিত আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি মহুৰ্চা বড়ো, ডিমাচা চলচ্চিত্ৰ প্ৰযোজক কুলেন্দ্ৰ দৌলগুপু আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত খোৰছিং টেৰন  ।
তৃতীয় সত্ৰত অসমৰ বিভিন্ন জনজাতীয় বিদ্যাৰ্থী প্ৰতিনিধিয়ে নিজৰ নিজৰ মন্তব্য আগবঢ়ায়।

তেওঁ লোকে নিজৰ নিজৰ জনজাতিৰ কলা সংস্কৃতিৰ লগতে বৃহত্তম অসমীয়া সমাজ গঠনত প্ৰতিটো জনজাতিৰ অৰিহনাৰ কথা উল্লেখ কৰে। উক্ত সন্মিলনৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হ’য়।

এই সন্মিলনৰ জৰিয়তে জনজাতীয় ছাত্ৰ-ছাত্ৰী, নেতা, কৰ্মী, আৰু অংশীদাৰসকলক একত্ৰিত কৰি অসমৰ জনজাতীয় জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক, শৈক্ষিক, আৰু সাংস্কৃতিক বৃদ্ধি আৰু বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাই হৈছে মুখ্য লক্ষ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: avbpDiphuTribel ConferenceTuliram Ronghang
publisher

publisher

Related Posts

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d