Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Loksabha Election 2024:কিহৰ আগজাননী ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
April 29, 2024
in India, Assam, News
Reading Time: 1 min read
0
Loksabha Election 2024:কিহৰ আগজাননী ?
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Pm Narenda Modi:অসমক কেন্দ্ৰৰ সকলো সহায়ৰ আশ্বাস মোদীৰ

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

ADVERTISEMENT

Loksabha Election 2024:কিহৰ আগজাননী?

#প্রাঞ্জলসেন ডেকা

প্রতিটো নির্বাচনেই যিকোনো এখন দেশৰ বাবে গুৰুত্বপূৰ্ণ; কিন্তু চলিত সাধাৰণ নির্বাচন ভাৰতৰ বাবে বিশেষভাবে দিশ নির্ণায়ক হ’ব বুলি চর্চিত হৈ আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দুটাকৈ কার্যকাল সমাপ্ত কৰাৰ পাছত এইবাৰ তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতা দখল কৰিবলৈ সৰ্বশক্তি প্রয়োগ কৰিছে। বৰঞ্চ এইবাৰ চাৰি শতাধিক আসন দখলৰ ধ্বনিৰে নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

এই কথাত সন্দেহ নাই যে ধনবল-জনবলকে ধৰি সৰ্বদিশেৰে বিজেপি দেশৰ যিকোনো ৰাজনৈতিক দলৰ তুলনাত যথেষ্ট শক্তিশালী। আনকি আজিও আন আন দল-সংগঠনৰ নেতাক দলত অন্তর্ভুক্ত কৰি বিজেপিয়ে শক্তি বর্ধনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। সেয়েহে আপাত দৃষ্টিত বিজেপিৰ পুনৰ চৰকাৰ গঠনৰ দাবী অযুক্তিকৰ বুলি একেষাৰে ক’ব নোৱাৰি। কিন্তু বাস্তৱ পৰিস্থিতি নিশ্চয় বিশ্লেষণৰ যোগ্য।

ইতিমধ্যে সম্পন্ন হৈ যোৱা দুটা পৰ্যায়ৰ ভোটগ্রহণক লৈ প্রতিটো দলৰ মাজতে হিচাপ-নিকাচ আৰম্ভ হৈছে। কিন্তু দুয়োটা পৰ্যায়তে ভোটৰ হাৰ পূৰ্বৰ তুলনাত যথেষ্ট হ্রাস পোৱাটোৱে বিভিন্ন প্রশ্নৰ উদ্রেক ঘটাইছে। নিৰ্বাচনৰ সাতটা পৰ্যায়ৰ ভিতৰত সৰ্বাধিক সংখ্যক ১০২ টা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত প্ৰথমটো পৰ্যায়ৰ ভোটৰ হাৰ পূৰ্বৰ তুলনাত প্রায় সাত-আঠ শতাংশ হ্রাস পোৱাটোরে দলসমূহক চিন্তিত কৰিছে। তেনেদৰেই ৮৮টা লোকসভা সমষ্টিত অনুষ্ঠিত দ্বিতীয়টো পৰ্যায়তো ভোটৰ হাৰ ৬৪ শতাংশতে সীমাবদ্ধ আছে। লক্ষ্যণীয়ভাবে কে’বাখনো ৰাজ্যত ভোটৰ হাৰ ৫০ শতাংশতকৈও কম হোৱা পৰিলক্ষিত হৈছে।

এনেদৰে ভোটৰ হাৰ হ্ৰাসৰ আঁৰত কে’বাটাও কাৰণ আছে বুলি চর্চিত হৈছে। প্রথমতে, চলিত বৰ্ষত এপ্ৰিলৰ আৰম্ভণিৰে পৰা দেশৰ বিভিন্ন অঞ্চলত অসহনীয় গৰম অনুভূত হৈছে। এনে উত্তাপৰ বাবেই অধিকাংশ ভোটাৰে ভোটদানৰ পৰা বিৰত থকা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই কথাক লৈ দ্বিমত নথকাও নহয়; কিয়নো বিগত দুয়োটা পর্যায়ত পশ্চিমবংগত ৮০ শতাংশৰ ওচৰা-ওচৰি ভোটদান হয়। অথচ এইখন ৰাজ্যত উত্তাপ ৪০ৰ পৰা ৪৫ ডিগ্রী চেলচিয়াছৰ ভিতৰত আছে ।

এপ্ৰিলৰ পৰা জুনলৈকে বিস্তৃত সাতটাকৈ পর্যায়ত ভোটগ্রহণ হ’লে সমগ্র দেশ এই সময়ছোৱাত গ্রীষ্মপ্রবাহত পৰিব বুলি নির্বাচন আয়োগ অৱগত নোহোৱাৰ নিশ্চয় কোনো কাৰণ থাকিব নোৱাৰে। তৎসত্ত্বেও এনে দীঘলীয়া কাৰ্যসূচী গ্ৰহণৰ আঁৰত যে শাসকপক্ষক অহেতুক সুযোগ দিয়াৰ উদ্দেশ্য নিহিত হৈ আছে তাকে লৈ বিভিন্ন মহলত চর্চা আৰম্ভ হৈছে।

দ্বিতীয়তে, একাংশই ক’ব খোজে যে নির্বাচন জয়ক লৈ দলৰ অত্যধিক আত্মবিশ্বাসৰ ফলস্বৰূপে বিজেপিৰ বহু ভোটাৰে ভোটদানৰ বাবে আগ্রহী হোৱা নাই। দলে যিহেতু সহজে জয়লাভ কৰিবই, সেয়ে এনে প্রচণ্ড গৰমত সেইসকলে ভোটদানৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে বুলি কোৱা হৈছে। তৃতীয় আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে-দেশৰ বৃহৎসংখ্যক নাগৰিকে চলিত ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে নেকি? সেইবাবে ভোটদানৰ অন্তঃসাৰশূন্যতাক উপলব্ধি কৰিয়েই তেওঁলোক ভোটদানৰ পৰা বিৰত থকা বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে ইয়াৰ কেতবোৰ যথার্থ কাৰণ নথকাও নহয়। দেশে বিকাশৰ দিশত দ্রুতগতিত অগ্ৰসৰ হৈছে বুলি বিগত সময়ছোৱাত জোৰদাৰ দাবী কৰি অহা হৈছে যদিও নির্বাচনত কিন্তু এনে কোনো বিষয় চর্চালৈ অহা নাই। মোদী চৰকাৰৰ ১০ বছৰীয়া কাৰ্যকালত ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অর্থনীতিত পৰিণত হোৱাই নহয়, শীঘ্রে তৃতীয় বৃহৎ অর্থনীতি হ’ব বুলি বাৰম্বাৰ দাবী কৰিছে।

তদুপৰি আন্তর্জাতিক প্রেক্ষাপটত ভাৰতৰ স্থিতি অভাৱনীয়ভাৱে ঊর্ধ্বগামী হোৱা বুলিও অহৰহ প্ৰচাৰ চলাই অহা হৈছে। তেনেদৰেই দেশজুৰি আন্তঃগাঁথনি উন্নত আৰু শক্তিশালী হোৱাৰ লগতে প্রায় প্রতিটো ক্ষেত্ৰতে ভাৰত আত্মনির্ভৰশীল হ’বলৈ সক্ষম হোৱা বুলি কোৱা হৈছে । আশা কৰা হৈছিল যে দাবী কৰি অহা এনেবোৰ সাফল্যক সন্মুখত ৰাখিয়েই প্রধানমন্ত্রী মোদী আৰু বিজেপি নির্বাচনত অৱতীৰ্ণ হ’ব। এনেবোৰ বিষয় দেশবাসীৰ সম্মুখত দাঙি ধৰি তেওঁলোকে বিৰোধীক পুনৰ ধৰাশায়ী কৰি দিল্লীৰ মছনদ তৃতীয়বাৰৰ বাবে অধিকাৰ কৰিব। কিন্তু অতি দুর্ভাগ্যজনকভাবে নির্বাচনী প্ৰচাৰ অভিযানত এনেবোৰ বিষয় অদৃশ্য হৈ পৰিছে।

যিকোনো উন্নত দেশৰ পৰিচয় তাৰ নিৰ্বাচনত ইছ্যু হোৱা বিষয়বোৰে দাঙি ধৰে। আন্তঃগাঁথনিৰ বিকাশৰ লগে লগে নাগৰিকৰ মানসিক বিকাশৰো যে প্রয়োজন, তাৰ ব্যাখ্যা নিষ্প্রয়োজন; অর্থাৎ চৰকাৰে দাবী কৰা বিকাশ নাগৰিকে অনুভৱ কৰাৰ লগতে এনে এক সুষম পৰিৱেশ সৃষ্টিৰ প্ৰয়োজন, যাৰ জৰিয়তে সমান্তৰালভাৱে নাগৰিকসকলৰ মানসিক বিকাশ সাধনো সম্ভৱ হৈ উঠে। তাৰ পৰিৱৰ্তে এইবাৰ এনে অবাঞ্ছিত বিষয় নহয়।

এখন অতি শক্তিশালী, স্থিৰ আৰু নিৰ্ণায়ক চৰকাৰে ১০ বছৰ ক্ষমতাত অধিষ্ঠিত হৈ থকাৰ পাছতো প্রধানমন্ত্রী মোদী আৰু বিজেপিয়ে ‘সবকা সাথ সবকা বিকাশ’ৰ বিপৰীতে কেতিয়াবা মন্দিৰ, কেতিয়াবা হিন্দু-মুছলমান আৰু কেতিয়াবা হিন্দু নাৰীৰ মংগলসূত্রসহ আ-অলংকাৰ কাঢ়ি নি মুছলমান আৰু অনুপ্রবেশকাৰীক বিতৰণৰ দৰে অবাস্তৱ প্ৰসংগৰ অৱতাৰণাৰে ৰাইজৰ পৰা ভোট বিচাৰিবলগীয়া হৈছে। নির্বাচনৰ প্ৰাকক্ষণত দেশজুৰি সম্পন্ন হোৱা এটি সমীক্ষাৰ ফলাফলত প্রকাশ পায় যে এইবাৰৰ নিৰ্বাচনত নিবনুৱা সমস্যা অর্থাৎ কর্ম সংস্থাপনহীনতাৰ বিষয়টো প্রধান বিষয় হ’ব।

তাৰ পাছতে নিত্য প্রয়োজনীয় সামগ্রীকে ধৰি সকলো ক্ষেত্ৰতে হোৱা আকাশলংঘী মূল্যবৃদ্ধি নির্বাচনী ইছ্যু হোৱা উচিত বুলি সমীক্ষাতে কোৱা হৈছে। অথচ এনে জনমতৰ বিপৰীতে একেৰাহে ১০ বছৰ কাল শাসনাধিষ্ঠিত হৈ থকা দেশৰ সবাতোকৈ শক্তিশালী দলটোৱে নির্বাচনী ইছ্যুৰূপে কিবোৰ বিষয় ব্যৱহাৰ কৰিছে সেয়া দেশবাসীয়ে প্রত্যক্ষ কৰিছে। এনে কাৰ্যই মোদী চৰকাৰৰ বিগত ১০ বছৰীয়া সাফল্যৰ দাবীকেই সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে।

ফোন:৯৪৩৫০-১০৬৭৩

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesLoksabha Election 2024PM Modipranjal sen deka
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d