Chhaygaon Visit Dr. Numal Momin
দক্ষিণ কামৰূপৰ ছয়গাঁৱত শনিবাৰে উপস্থিত হয় বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিণ ।
লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গোৱালপাৰালৈ যোৱাৰ সময়ত ছয়গাঁৱৰ ননী গোপাল চাহ দোকানত চাহ খোৱাৰ সময়ত ৰাইজ আৰু সাংবাদিকৰ সৈতে মত -বিনিময় কৰে ।
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.