Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

LS ELection Poll in Assam:আজি পুৱাৰে পৰা ৰাজ্যৰ চাৰি সমষ্টিত আৰম্ভ হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ১১ বজালৈ ভোটদানৰ হাৰ ২৭.৩৪ শতাংশ, গুৱাহাটীত ১১ বজালৈ ২৬.২৫ শতাংশ ,বৰপেটাত ২৭.১৯ শতাংশ,কোকৰাঝাৰত ২৮.২৮ শতাংশ, ধুবুৰীত ২৭.৭৭ শতাংশ ভোটদান সম্পন্ন

publisher by publisher
May 7, 2024
in India, Assam, News
Reading Time: 2 mins read
0
LS ELection Poll in Assam:আজি পুৱাৰে পৰা ৰাজ্যৰ চাৰি সমষ্টিত আৰম্ভ হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ
1
SHARES
10
VIEWS
ShareShareShareShare

Ls ELection Poll in Assam:

আজি পুৱাৰে পৰা ৰাজ্যৰ চাৰি সমষ্টিত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয় । প্ৰতিকুল বতৰকো নেওচি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ভোটকেন্দ্ৰত ভোটাৰ সকলক শাৰি পাতি থিয় দিয়া পৰিলক্ষিত হয় ৷ পুৱাতে কিনকিনিয়া বৰষুণ দিছিল যদিও শেহতীয়াকৈ বতৰ ফৰকাল হোৱাত সকলো ভোটাৰ ঢাপলি মেলিছে নিজ নিজ ভোট কেন্দ্ৰলৈ ৷

ADVERTISEMENT

উল্লেখ্য যে,আজি ৰাজ্যৰ মুঠ ৯,৫১৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা ৮১,৪৯,০৯১ গৰাকী। বৰপেটা সমষ্টিত সৰ্বাধিক ১৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ধুবুৰী সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ একেদৰে কোকৰাঝাৰ সমষ্টিত মুঠ ১২ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে ৷

RelatedPosts

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

Samajwadi Party New Mp Priya Saroj::উচ্চতম ন্যায়ালয়ত ওকালতি কৰি এইবাৰ সমাজবাদীৰ টিকটত সাংসদ নির্বাচিত প্রিয়া

আজি চাৰিটা লোকসভা সমষ্টিত ৪৭ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থীসকল হ’ল – গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধি, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ। বৰপেটাত অগপৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দীপ বায়ন আৰু চিপিএমৰ মনোৰঞ্জন তালুকদাৰ ,কোকৰাঝাৰ সমষ্টিত ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আৰু বিপিএফৰ খাম্পা বসুমতাৰী, ধুবুৰীত এআইইউডিএফৰ বদৰুদ্দিন আজমলৰ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অগপৰ জাবেদ ইছলামৰ মাজত পোনপটীয়া যুঁজ হ’ব ৷

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি পুৱা ১১ বজালৈ চাৰি সমষ্টিত ভোটদানৰ হাৰ ২৭.৩৪ শতাংশ। সেই অনুসৰি ১১বজালৈ চাৰি সমষ্টিৰ ভোটদানৰ হাৰ এনেধৰণৰ:  ধুবুৰীত ২৭.৭৭ শতাংশ ,গুৱাহাটীত ২৬.২৫ শতাংশ ,কোকৰাঝাৰত ২৮.২৮ শতাংশ, বৰপেটাত ২৭.১৯ শতাংশ শতাংশ ভোটদান ইতিমধ্যে সম্পন্ন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Loksabha Election 2024Phase 3vote polling
publisher

publisher

Related Posts

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d