Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    ৰাজৌৰীত শত্ৰুৰ গোলাবৰ্ষণত নিহত কাশ্মীৰী বিষয়া !

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Home Remedies For Hypertension :দৰৱ খাবলৈ নাপাহৰে, অথচ ৰক্তচাপ কমা নাই ?

publisher by publisher
May 17, 2024
in Health, Lifestyle
Reading Time: 2 mins read
0
Home Remedies For Hypertension :দৰৱ খাবলৈ নাপাহৰে, অথচ ৰক্তচাপ কমা নাই ?
12
SHARES
117
VIEWS
ShareShareShareShare

Home Remedies For Hypertension :

দৰৱ খাবলৈ নাপাহৰে, অথচ ৰক্তচাপ কমা নাই ? দৈনন্দিন ৰুটিনত পাঁচটা পৰিৱৰ্তন কৰিলে সুস্থ হৈ থকাটো সহজ হ’ব ৷

ADVERTISEMENT

চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰিব লাগে। কিন্তু ঔষধ খোৱাৰ উপৰিও ঘৰতে ৰক্তচাপও কমাব পাৰি। তাৰ বাবে মাত্ৰ কেইটামান নিয়ম মানি চলিব লাগিব।

RelatedPosts

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

খোজ কাঢ়িলে ভৰিত বিষ অনুভৱ হয়?

পাৰ্লাৰলৈ যাবলৈ সময় নাই? ঘৰতে তৈয়াৰ কৰক কফি আৰু বিলাহীৰ এই ফে’চ পেক

বিভিন্ন কাৰণত ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰে এটা হ’ল ব্যস্ততা, মানসিক অৱসাদ, উদ্বিগ্নতা।

অত্যধিক চিন্তা কৰিলে ৰক্তচাপ বৃদ্ধি পায়। এটা নিৰ্দিষ্ট বয়সৰ পিছত এনে দীৰ্ঘদিনীয়া সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

শেহতীয়াকৈ অৱশ্যে বহু লোকে কম বয়সতো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঔষধ সেৱন কৰে। এবাৰ ৰক্তচাপ বৃদ্ধি হ’লে ইয়াক স্বাভাৱিক কৰাটো সহজ নহয়। তাৰ বাবে বহুত কষ্ট কৰিবলগীয়া হয় । ই ৰক্তচাপ বাঢ়ি থাকিলে হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়।

ওজন কমাবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ নিয়মিত ব্যায়াম নিশ্চিতভাৱে প্ৰয়োজনীয়। কিন্তু যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকৰ বাবে প্ৰতিদিনে কমেও ৩০ৰ পৰা ৪০ মিনিট ব্যায়াম কৰাটো প্ৰয়োজনীয়। যিমানেই কাৰ্ডিঅ’ কৰিব সিমানেই তেজৰ চলাচল হ’ব, হৃদযন্ত্ৰ সিমানেই সুস্থ হ’ব। হৃদৰোগৰ সম্ভাৱনা কমি যাব। খোজ কাঢ়িলেই হ’ব।

উচ্চ ৰক্তচাপ থকা ৰোগীয়ে পটাছিয়াম বেছিকৈ খাব লাগে। ৰক্তচাপ কমোৱাৰ বাবে পটাছিয়াম অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। গতিকে পটাছিয়াম সমৃদ্ধ খাদ্য বেছিকৈ খাব লাগে। দৈনন্দিন খাদ্য তালিকাত কল, এভোকেডো, , বিলাহী, ৰঙা আলু, বাদাম, দৈ আদি খাদ্য অন্তৰ্ভুক্ত কৰক।

উচ্চ ৰক্তচাপ থকাসকলে ধূমপান আৰু মদ্যপান কমাব লাগিব। যদি ধূমপান আৰু মদ্যপানৰ আসক্তি কমাব নোৱাৰে তেন্তে ইয়াৰ পৰিমাণ সীমিত কৰিব লাগে। শেহতীয়া গৱেষণাত দেখা গৈছে যে মদ্যপানে প্ৰায় ১৬ শতাংশ ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। নিকোটিনে ৰক্তবাহী নলীৰ গুৰুতৰ ক্ষতিও কৰে। গতিকে সেইবোৰ এৰাই চলাই ভাল।

স্বাভাৱিকতে মানুহে প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক নিমখ সেৱন কৰিব নালাগে। উচ্চ ৰক্তচাপ ৰোগীৰ জীৱনৰ পৰা নিমখৰ সোৱাদ নাইকিয়া কৰাটো ভাল। জাংক ফুড, ফ্ৰাইড ফুড, বিস্কুট আৰু অন্যান্য জলপানতো নিমখ থাকে। গতিকে বাহিৰৰ যিকোনো খাদ্য খোৱাৰ আগতে সাৱধান হওক।

কাৰ্বহাইড্ৰেট কম খাব। আটা, চেনি, বগা চাউল, কেক, পেটি, বাৰ্গাৰ, বগা ৰুটি আদি খাদ্য খোৱাৰ পৰা বিৰত থাকক। গতিকে আটাৰ ৰুটিৰ সলনি বাজৰা, ৰাগীৰ ৰুটি খাব পাৰে। সাধাৰণ ইডলি-ডোছাৰ পৰিৱৰ্তে চেমোলিনা বা ৰাগি ইডলি খাব লাগে। গোটা শস্যৰ আটাৰ ৰুটি খালে ভাল। যিমানেই ওজন নিয়ন্ত্ৰণ কৰিব সিমানেই ৰক্তচাপ কম হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HealthHome RemediesHypertension
publisher

publisher

Related Posts

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 
Lifestyle

উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

May 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d