Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

IIIegal Coal Syandicate And Two Bjp Mla:কয়লা ছিণ্ডিকেট ফাদিল হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা দিছপুৰৰ

কয়লাখনিৰ পৰা ডিগবৈৰে পাৰ কৰা ভাস্কৰ শৰ্মাৰ প্ৰতিখন ট্ৰাকৰ হিচাপ ৰাখে সুৰেণ ফুকনে

publisher by publisher
November 10, 2023
in Uncategorized
Reading Time: 3 mins read
0
IIIegal Coal Syandicate And Two Bjp Mla:কয়লা ছিণ্ডিকেট ফাদিল হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা দিছপুৰৰ
7
SHARES
70
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

IIIegal Coal Syandicate And Two Bjp Mla:

কয়লা ছিণ্ডিকেটক লৈ দুই শাসকীয় বিধায়কৰ সমুখ সমৰে জোঁকাৰণি তুলিছে দিছপুৰত। ডিগবৈৰ ৰাজপথত স্থানীয় বিধায়ক সুৰেন ফুকন আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উভয়ে উভয়ক কয়লাৰ ছিণ্ডিকেটক লৈ বাহুবল প্ৰদৰ্শনৰ ঘটনাই অঞ্চলবাসীৰ চকু কপালত তুলিছে।

ADVERTISEMENT

দুই বিধায়কৰ একপ্ৰকাৰ নীৰৱ ৰণথলী হৈছে ডিগবৈৰ ৰাজপথ । ইতিপূর্বে বিধায়ক ফুকনে কয়লা ট্রাক মাৰ্ঘেৰিটালৈ ওভতাই পঠিওৱাৰ পাছত তেওঁক মুকলি প্ৰত্যাহ্বান জনাই মাৰ্ঘেৰিটাৰ বিধায়ক শৰ্মাই ডিগবৈৰ ৰাজপথত থিয় হৈ নিজে নেতৃত্ব লৈ খোজ কাঢ়ি-বৃহৎ বাহিনীসহ বিলাসী গাড়ীৰ সমদলৰে কয়লাৰ ট্ৰাক পাৰ কৰোৱাৰ দৃশ্যই বিজেপি দল আৰু চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে।

আনকি দেওবাৰে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লাভৰ্তি ট্ৰাক ঘূৰাই পঠিয়ালে ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত এটা দ’লে ৷ মঙলবাৰে নিশা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই পাৰ কৰিলে শ-শ কয়লাভৰ্তি ট্ৰাক ।

ছিণ্ডিকেটৰ ধনক লৈ দুই বিধায়কৰ মুকলি যুদ্ধত সততে ছিণ্ডিকেট নাই বুলি দাবী কৰি অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাও বিব্ৰত হৈছে। সেয়েহে বিতর্ক অবিহনে পূর্ণোদ্যমে ছিণ্ডিকেট চলাই নিয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে দুয়োজনকে মুখ্যমন্ত্ৰী ড° শৰ্মাই দিছপুৰলৈ তলব কৰা বুলি সূত্ৰত শীঘ্ৰে দুয়োকে হাজিৰ হ’বলৈ কৈছে মুখ্যমন্ত্ৰীয়ে।

বিধায়কদ্বয়ৰ মাজত মতানৈক্য দূৰ কৰি ছিণ্ডিকেট অব্যাহত ৰখাৰ উদ্দেশ্যেই দুয়োকে এনেদৰে তলব কৰা বুলি চৰ্চা হৈছে। সাধাৰণ ৰাইজৰ ওপৰত বল প্ৰদৰ্শন কৰা আৰক্ষীয়ে ৰাজপথৰ যুঁজ চাই কিয় মনে মনে থাকিল বুলি ৰাইজে প্ৰশ্ন কৰাৰ সময়তে মুখ্যমন্ত্রীয়ে কি ভূমিকা লয় সেয়া লক্ষ্যণীয় হ’ব।

বিধায়কদ্বয়ৰ এই শীতল যুদ্ধৰ পৰিৱেশত কয়লাৰ সম্ভাৰৰে চহকী আৰু ছিণ্ডিকেটৰ মূল পীঠৰূপে খ্যাত মাৰ্ঘেৰিটাত এক অস্বাভাৱিক আৰু চেপা পৰিৱেশে বিৰাজ কৰিছে।

দুই বিধায়কৰ যুঁজত আন কয়লা মাফিয়াও সন্ত্ৰস্ত হৈছে। ছিণ্ডিকেটৰ বাবেই ৰাজপথত যে মুকলিকৈ এইদৰে জনপ্ৰতিনিধি নামি পৰিব সেয়া কোনোপধ্যে কোনেও ধাৰণা কৰিব পৰা নাছিল।

সূত্ৰত প্ৰকাশ যে বিগত কে’বামাহ ধৰি বিধায়ক ফুকন আৰু শৰ্মাৰ মাজত কয়লা ছিণ্ডিকেটৰ ধনৰ ভাগ বাটোৱাৰাক লৈ শীতল যুদ্ধ চলি আছিল।

শেহতীয়াভাৱে ৰাজপথত বিধায়কদ্বয়ৰ নিৰ্লজ্জ শক্তি প্ৰদৰ্শনত শংকাত থৰকাছুটি হেৰুৱাইছে অঞ্চলটোৰ সৰু সৰু কয়লা মাফিয়াই।

উল্লেখ্য যে দুই শাসকীয় বিধায়কৰ বাহুবল প্ৰদৰ্শনৰ সময়ত অন্যান্য মধ্যস্থতাকাৰীসকলে পলাই পত্ৰং দিছিল। কয়লা ছিণ্ডিকেট যিহেতু দিছপুৰৰ পৰাই নিয়ন্ত্রিত হয়, সেয়েহে ইয়াৰ তথ্য লাভ কৰিছে চৰকাৰৰ বৰমূৰীয়াসকলে ইতিমধ্যে এই বাতৰি লাভ কৰিছে। ফলত দুয়োকে মিলিজুলি থাকিবলৈ পৰামৰ্শ দিয়াৰ বাবে তৎপৰ হোৱা বুলি দলীয় মহলত চৰ্চা চলিছে।

প্রশ্ন হ’ল বিধায়কদ্বয়ৰ মাজত মৰণপণ যুঁজৰ আঁৰৰ কাৰণ কি? মাৰ্ঘেৰিটাৰ এজন অন্যতম পুৰণি তথা সাম্প্ৰতিক পৰিস্থিতি শংকিত হোৱা কয়লা ব্যৱসায়ীয়ে দৈনিক অগ্রদূত’ক কয়, ‘দুই শাসকীয় বিধায়কৰ মাজৰ অভিযোগ- প্রতি অভিযোগ বহু পুৰণি।

বিধায়ক ফুকনৰ দাবী যে তেওঁৰ মানুহে ২৪ ঘণ্টাই মাৰ্ঘেৰিটাৰ পৰা দৈনিক কিমান কয়লাভর্তি ট্রাক বাহিৰ হয় তাৰ ওপৰত চকু ৰাখে। অর্থাৎ ডিগবৈৰ মাজেদি মাৰ্ঘেৰিটাৰ পৰা অহা কয়লাভৰ্তি ট্ৰাকৰ সংখ্যা বিধায়ক ফুকনে তেওঁৰ দ্বাৰা নিযুক্ত বাহিনীৰ পৰা দৈনিক লাভ কৰে আৰু সেই সংখ্যাৰ আধাৰতে সতীর্থ বিধায়ক ভাস্কৰ শৰ্মাৰ পৰা ধনৰ ভাগ বিচাৰে।

বিধায়ক ফুকনৰ অভিযোগ অনুসৰি, সতীৰ্থ শৰ্মাই পাঁচশ গাড়ীৰ বিপৰীতে এশ বা দুশ গাড়ী ওলোৱা বুলি হিচাপ দিয়ে আৰু এই অনুপাতে ছিণ্ডিকেটৰ ধন ভাগ কৰে। এনেদৰে বিধায়ক শৰ্মাই আৰম্ভণিৰে পৰা ভুৱা হিচাপ দাখিল কৰিলেও ফুকনে সেয়া নাকচ কৰি আহিছে।

সেয়েহে এই বিষয়টোক লৈ কেতিয়াবা ডাঙৰ সংঘাত হ’ব বুলি ব্যৱসায়ী মহলে পূৰ্বতে অনুমান কৰিছিল। অৱশ্যে এই যুঁজ যে ৰাজপথত হ’ব সেয়া অকল্পনীয়।’ নাম প্রকাশত অনিচ্ছুক মাৰ্ঘেৰিটাৰ এজন প্ৰতিষ্ঠিত কয়লা ব্যৱসায়ীয়ে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ক কয়, “দুই বিধায়কৰ মাজত কিছু দেনা-পাওনা পূৰ্বৰ পৰা আছিল।

বিধায়ক শৰ্মাই ফুকনক ছিণ্ডিকেটৰ ভাগৰ ধন পৰিশোধ নকৰাকৈয়ে ‘ছিজন’ অর্থাৎ কয়লাৰ ভৰপক সময়ত শ শ ট্ৰাক বাহিৰলৈ যোগান ধৰিবলৈ আৰম্ভ কৰাত বিধায়ক ফুকন ক্ষুণ্ণ হৈ ৰাজপথত গাড়ী ৰখালে আৰু বলপূর্বক ওভতাই পঠালে । ইয়াৰ পাছৰ পৰিণাম অসমৰ ৰাইজে দেখিলে।’ বিধায়ক ফুকনৰ ঘনিষ্ঠ সূত্ৰৰ অভিযোগ অনুসৰি, সম্প্ৰতি মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন বন্ধ থকাৰ অজুহাত দি বিধায়ক শৰ্মাই বিগত বৰ্ষৰে কয়লা বুলি দাবী কৰি দৈনিক শ শ কয়লাভৰ্তি ট্ৰাক বাহিৰলৈ প্ৰেৰণ কৰি আহিছে।

প্ৰশাসনৰ জ্ঞাতসাৰেই এই মুহূর্ততো বিধায়ক শৰ্মাৰ ঘনিষ্ঠই দিনে নিশাই গোপনে পাটকাইৰ বুকুত খনন চলাই আছে। সূত্ৰটোৱে দাবী কৰে যে সতীৰ্থ ফুকনক যাতে ধনৰ ভাগ দিব নালাগে তাৰ বাবে শৰ্মাই গোপনে এই কাম কৰিছে।

সূত্ৰটোৱে দোহাৰে যে বিধায়কদ্বয়ৰ কাজিয়া শেহতীয়া যদিও শীতল যুঁজ বহু পুৰণি। কিন্তু সেয়েহে মুখ্যমন্ত্ৰীয়ে দিছপুৰলৈ জৰুৰীভাৱে তলব কৰি দুয়োৰে মাজত বিষয়টোৰ সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়ি আহিছে যদিও বাস্তৱতে তেওঁলোকৰ দ্বন্দ্ব সহজতে নিৰ্বাপিত হোৱা বিধৰ নহয়।

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন, দিল্লী আৰু দিছপুৰৰ পৃষ্ঠপোষকতাত শাসকীয় দলৰ তিনি বিধায়কে ছিণ্ডিকেট চলাবলৈ অবাধ স্বাধীনতা লাভ কৰি আহিছে বুলিও সূত্ৰত প্ৰকাশ।

ভাস্কৰ শৰ্মা আৰু সুৰেন ফুকনৰ উপৰি তৃতীয়জন হ’ল শদিয়াৰ বিধায়ক বলীন চেতিয়া। স্থানীয় মহলত চলা চৰ্চা অনুসৰি দুই বিধায়কৰ মাজত কাজিয়াই মুকলি ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত চেতিয়াই মধ্যস্থতা কৰিবলৈ সুযোগে নাপালে।

পৰিস্থিতি হঠাতে উত্তপ্ত হোৱাত চেতিয়াই নিজকে বচাবলৈ দূৰত অৱস্থান কৰা বুলিও সূত্ৰত প্ৰকাশ। মুখ্যমন্ত্ৰীৰ স’তে হোৱা বৈঠকৰ পাছত কি ফলাফল হয় তাৰ বাবে আন ব্যৱসায়ীসকল অপেক্ষা কৰি থকা বুলিও সূত্ৰত প্রকাশ।

উল্লেখ্য যে,দক্ষিণ ভাৰতৰ চিনেমাৰ কায়দাৰে ৰাজপথত বিধায়কৰ নেতৃত্বত এটা দলে অবৈধ কয়লাভৰ্তি ট্ৰাক ঘূৰাই পঠিওৱাৰ পিচতেই বিষয়টোক লৈ আৰম্ভ হৈছে চৰ্চা । একেখন কাঁহীত ভাত খোৱা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ বন্ধুত্বৰ মাজত সংঘাত আৰম্ভ হৈছে নেকি বুলি চৰ্চা চলিছে ৰাইজৰ মাজত ৷ দুই বন্ধুৰ মাজত অবৈধ কয়লাৰ চিণ্ডিকেটৰ নিমিলা অংকৰ বাবে আহি পৰিছে নেকি ফাঁট ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IIIegal Coal SyandicateILLEAGL cOAL TrackMLA bhaskar sarmaSuren phukan
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d