Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Unexpected Water Crisis in Guwahati:গুৱাহাটীত অভাৱনীয় জলসংকট !

এজাক বৰষুণত ৰাজপথ বুৰ যোবা মহানগৰীত খোৱা পানী বিচাৰি হাহাকাৰ শুকাই গৈছে সকলো কুঁৱা,অগভীৰ নলীনাদেৰে নোলায় পানী দুগুণ মূল্য দি কিনিবলগীয়া হৈছে মহানগৰবাসীয়ে

publisher by publisher
May 17, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Unexpected Water Crisis in Guwahati:গুৱাহাটীত অভাৱনীয় জলসংকট !
4
SHARES
38
VIEWS
ShareShareShareShare

Unexpected Water Crisis in Guwahati:

এজাক বৰষুণতে ৰাজপথত নাও চলাবলগীয়া পৰিৱেশৰ – সৃষ্টি হোৱা ‘স্মার্ট চিটি’ গুৱাহাটীত সম্প্রতি উদ্ভৱ হৈছে অভাৱনীয় জলসংকটৰ। মহানগৰীৰ ভূগর্ভস্থ জলস্তৰ দ্রুতগতিত নিম্নগামী হোৱাৰ পৰিণতিত বিগত এপযেকৰ অধিক সময় ধৰি প্ৰায় বিকল হৈ পৰিছে ভূগর্ভস্থ পানী উত্তোলক যন্ত্রসমূহ।

ADVERTISEMENT

পৰিণতিত খোৱাপানীকে ধৰি নিত্যকর্ম সমাপনৰ বাবে প্রয়োজনীয় নূনতম পানী বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। জলসংকটৰ পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে মহানগৰবাসীক পানী যোগানত সম্পূর্ণৰূপে ব্যর্থ হৈছে চৰকাৰ- কর্তৃপক্ষ। অভাৱনীয় জলসংকটৰ সন্মুখীন হৈ সর্বসাধাৰণ জনতাই এতিয়া গাড়ীৰে দূৰণিৰ পৰা কঢ়িয়াই অনা পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

অঞ্চলভেদে এনে পৰিস্থিতি হৈছে যে প্রায় প্রতিঘৰ মানুহেই পানী যোগানৰ বাবে টেম্প’ অথবা মিনিভানক দিয়া দায়িত্বৰ পৰিণতিত সময়মতে গাড়ীৰেও পানী যোগান ধৰিব নোৱাৰা হৈছে। সমান্তৰালকৈ পানীৰ চাহিদা বৃদ্ধিৰ লগে লগে দাম বাঢ়িছে পানীৰ। দিন যোৱাৰ লগে লগে গুৱাহাটীত প্রতি লিটাৰ পানীৰ দাম এটকাকৈ কিনিবলগীয়া পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে মহানগৰবাসী।

উল্লেখ্য যে সম্প্রতি মহানগৰীৰ সদাব্যস্ত খ্রীষ্টানবস্তি, ৰূপনগৰ, ভঙাগড়, বিৰুবাৰী, জটিয়া, কাহিলিপাৰা, হেঙেৰাবাৰী আদি অঞ্চলত প্রতি এহেজাৰ লিটাৰ পানীৰ দাম উঠিছে ছশ-সাতশ টকা পর্যন্ত। ইফালে, মহানগৰীৰ ছয়মাইল অঞ্চলত প্রতি ১৫শ লিটাৰ পানী সাধাৰণ জনতাই কিনিবলগীয়া হয় ছশৰ পৰা সাতশ টকা দৰত। ফলত মহানগৰবাসীয়ে মাহিলি বাজেটত কেৱল পানীৰ নামতে অতিৰিক্তভাবে ব্যয় কৰিবলগীয়া হৈছে ১০-১২ হেজাৰ টকা।

আনহাতে অসম সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ আবাসিক চৌহদ নটবমা হাউচফেড কমপ্লেক্সটো পানীৰ সংকটে দেখা দিছে ৷ চৌহদত থকা পানীৰ পাম্পৰ পৰা নিয়মীয়াকৈ পানী যোগান ধৰি থকা হৈছিল যদিও পাম্পটো প্ৰায়ে যান্ত্ৰিক বিজুতিৰ বাবে পানী যোগান ব্যাহত হৈ পৰিছে । যাৰ ফলস্বৰূপে আবাসী সকলে প্ৰতি ৭৫০ লিটাৰ পানী ৩০০-৩৫০ টকা দৰত দৈনিক ক্ৰয় কৰিবলগীয়া হৈছে পানী ৷

water crisis 2উল্লেখ্য যে,বিগত এমাহত স্বাভাৱিক হাৰতকৈ প্রায় ২৭ শতাংশ হাৰত বৰষুণৰ পৰিমাণ হ্রাস পোৱা গুৱাহাটীত জলসংকটে ইমানেই জটিল ৰূপ ধাৰণ কৰিছে যে দিন হাজিৰা কৰি ভাড়াঘৰ অথবা গুৱাহাটীৰ পাহাৰ অঞ্চলত জুপুৰি সাজি বসবাস কৰা সাধাৰণ লোকসকলে দুই-তিনি কিলোমিটাৰ আঁতৰলৈ গৈ চৰকাৰী উৎসৰ পৰা দৈনন্দিন ব্যৱহাৰৰ বাবে পানী সংগ্রহ কৰিবলগীয়া হৈছে৷

উল্লেখ্য যে গুৱাহাটীৰ অধিকাংশ স্থানতে পূর্বে বহু লোকে কুঁৱাৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিছিল যদিও সম্প্রতি গুৱাহাটীত প্রায় সকলো অঞ্চলৰে কুঁৱাৰ তলি উদং হৈছে। ইফালে, পূর্বে দুদিনৰ মূৰত কোনোমতে পাঁচশ লিটাৰ উত্তোলিত হোৱা ডীপটিউবেলৰ পৰা এতিয়া দুই-তিনিদিনৰ মূৰতহে ওলায় ৫০ৰ এশ লিটাৰ পানী। ভূগর্ভস্থ জলন্তৰ নিম্নগামী হোৱাৰ ফলতে গুৱাহাটীত সৃষ্টি হৈছে এই অভাৱনীয় পৰিৱেশৰ।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ৰে পৰাই গুৱাহাটীত সৃষ্টি হৈছিল জলসংকটৰ। দিন যোৱাৰ লগে লগে খোৱাপানীৰ সংকটে জটিল ৰূপ ধাৰণ কৰে যদিও নির্বাচন শেষ হোৱাৰ লগে লগে মহানগৰবাসীয়ে সম্মুখীন হোৱা খোৱাপানীৰ সংকট মোচন কৰিবলৈ তিলমানো আগ্রহ দেখুওৱা নাই চৰকাৰ-প্রশাসনে।

লক্ষ্যণীয় যে গুৱাহাটীত জলসংকটে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে কাৰ্যতঃ অচল হৈ পৰিছে গুৱাহাটী পৌৰ নিগম আৰু নগৰ পয়ঃপ্রণালী আৰু পানীযোগান বিভাগৰ আঁচনিসমূহ। ধোঁৱাচাঙত উঠিছে পানীযোগান প্রকল্পসমূহ। পানীৰ নামত জলব’র্ডে উটুৱালে কোটি কোটি টকা, ৰাইজেহে নাপালে পানী

মহানগৰীৰ মাজমজিয়াৰে বিশাল জলৰাশিৰ ভাণ্ডাৰ মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰৱাহমান হোৱাৰ পাছতো গুৱাহাটীবাসীয়ে জলসংকটত ভুগিবলগীয়া হোৱাৰ বিষয়টোৱে পুনৰ উন্মোচিত কৰিলে ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক। ব্রহ্মপুত্রৰ পানী শোধন কৰি গুৱাহাটীবাসীক বিতৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰকল্পসমূহ কাৰ্যকৰীকৰণ নোহোৱা বাবেই গুৱাহাটীবাসী এতিয়া পানীৰ অভাৱত কটাবলগীয়া হৈছে।

উল্লেখ্য যে বহুচর্চিত এডিবিৰ সাহায্যপ্রাপ্ত দক্ষিণ-পূব পানীযোগান আঁচনিখন ৰূপায়ণৰ বাবে ৩৯৮.৪৮ কোটি টকা জেএনইউআৰএমৰ অধীনত আবণ্টিত হৈছিল যদিও বছৰৰ পাছত বছৰ ধৰি এই প্রকল্পটো অর্ধনির্মিত হৈয়ে ৰ’ল। শেহতীয়াকৈ ৰাজ্য চৰকাৰে এই প্রকল্পটো নির্মাণ সম্পূৰ্ণ কৰিবলৈ জিএমডিএৰ সহযোগত ২৭৭.৮৪ কোটি টকা ব্যয়সাপেক্ষ এক নতুন প্রকল্প ব্যয় নির্ধাৰণ কৰি উলিয়াইছে যদিও কাম আৰম্ভ নোহোৱাৰ বাবে এই প্রকল্পটোৰ পৰা গুৱাহাটীবাসীয়ে পানী লাভৰ আশা ক্ষীণ হৈ পৰিছে।

গুৱাহাটীত সৃষ্টি হোৱা জলসংকটৰ পৰিণতিত সর্বসাধাৰণ জনতাই সম্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰি পাঞ্জাবাৰী অঞ্চলৰ জ্যেষ্ঠ নাগৰিক নলিনী কুমাৰ ডেকাই আজি ‘দৈনিক অগ্রদূত’ক সাম্প্রতিক পৰিস্থিতিৰ প্ৰসংগত কয় যে বিগত প্রায় এমাহ ধৰি খোৱাপানীৰ সংকটে বৃহত্তৰ পাঞ্জাবাৰী, চন্দন নগৰ, ছয় মাইল আদি অঞ্চলত অতি জটিল ৰূপ ধাৰণ কৰিছে। এই প্রসংগত তেওঁ কয় যে যোৱা ৩০ এপ্রিলত অঞ্চলটোত হোৱা পানীৰ সংকটৰ পৰা ৰাইজক সকাহ দিয়াৰ দাবীৰে এআইইউইউপিৰ উপ-প্রকল্প সঞ্চালকক তেওঁলোকে সাক্ষাৎ কৰিছিল।

ডেকাই কয় যে সমগ্র সাতগাঁও, পাঞ্জাবাৰী, চন্দন নগৰ, খানাপাৰা, বশিষ্ঠ, বেলতলা, ভেটাপাৰা আৰু হাতীগাঁৱৰ কিছু অংশক সামৰি দক্ষিণ-পূব গুৱাহাটী পানীযোগান আঁচনিখন গ্রহণ কৰা হৈছিল যদিও এই প্রকল্পটোৰ পৰা আজিলৈকে ৰাইজ উপকৃত নহ’ল। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ পানী সংগ্ৰহ কৰি নুনমাটিৰ সৃষ্টিনগৰত এটা শোধন কেন্দ্র স্থাপন কৰা হৈছিল আৰু এই জলৰাশি বিতৰণৰ বাবে চূণচালিৰ ভূপাল নগৰত ১৭,০০০ নিযুত লিটাৰ পানী সংৰক্ষণ কৰিব পৰা এটা সংৰক্ষণ টেংক স্থাপন কৰাৰ লগতে নাৰেংগীৰ কেন্দুগুৰি আৰু উত্তৰ জ্যোতিনগৰত আন এটা নিৰ্মাণ কৰা হৈছিল।
এই প্রকল্পটোৰ অধীনত হেঙেৰাবাৰী, নৱজ্যোতি (পাঞ্জাবাৰী) আৰু বশিষ্ঠত আন তিনিটা ৰিজাৰ্ভাৰ স্থাপন কৰাৰ কথা আছিল যদিও আজিলৈকে সেয়া হৈ নুঠিল।

উল্লেখ্য যে ২০১৮-১৯ৰ পৰাই এডিবিৰ অৰ্থ সাহায্যপ্রাপ্ত আঁচনিখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে। পূর্বে এই প্রকল্পটো কার্যক্ষম কৰাৰ বাবে ৰিজাৰ্ভাৰ টেংকিৰ পৰা আন ৰিজাৰ্ভাৰ টেংকিলৈ পাইপ পোতা হৈছিল যদিও বাকী কাম আজিলৈকে হৈ নুঠিল। এডিবিয়ে পৰিত্যাগ কৰা এই আঁচনিখন এতিয়া ‘নিউ ডেভেলপমেন্ট বেংক’ৰ অর্থসাহায্যৰে জিএমডিএৰ জৰিয়তে নির্মাণ সম্পূর্ণ কৰি অহা ২০২৫ৰ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকল্পটোৰ জৰিয়তে পানীযোগান সম্ভৱপৰ কৰি তোলা হ’ব বুলি বিভাগীয় মন্ত্রী অশোক সিংহলে ঘোষণা কৰিছিল যদিও বাস্তৱ ক্ষেত্রত মন্ত্রীবৰ ঘোষণা যেন ফুটুকাৰ ফেন সেই কথা স্পষ্ট হৈ উঠিছে।

কিয়নো এই পর্যন্ত আঁচনিখনৰ কাম আৰম্ভই হোৱা নাই। লক্ষ্যণীয়, এডিবিৰ ধনেৰে আঁচনিখনৰ মাথোঁ ১৭ শতাংশহে কাম সম্পূৰ্ণ কৰা হৈছিল। চৰকাৰৰ নিস্পৃহ ভূমিকাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বুলি ডেকাই অভিযোগ কৰে।

ইফালে, মহানগৰীৰ ছয়মাইল অঞ্চলৰ স্থায়ী বাসিন্দা তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুৰ ৰছিদ আহমেদে আজি পানীৰ সংকটৰ কথা ব্যক্ত কৰি কয়, ‘গুৱাহাটী চহৰত ব্ৰহ্মপুত্ৰ নৈখন গাত লাগি থকা সত্ত্বেও পানীৰ সংকট হয়, সেয়া আচৰিত কথা। বিগত ১০ দিন ধৰি মই নিজেই দৈনিক ৭৫০ আৰু ৭৫০কৈ ১৫শ লিটাৰ পানী ক্ৰয় কৰি আহিছো। প্রতিবাৰেই মই আদায় দিব লাগে তিনিশ টকাকৈ। দৈনিক ছশ-সাতশ টকাকৈ পানীৰ নামতে খৰচ কৰিবলগীয়া হৈছে। মই শিৱসাগৰৰ মানুহ, গাঁৱত মোৰ পুখুৰীও আছে, আন পানীৰ সকলো উৎসই আছে। গুৱাহাটীত এতিয়া হাত-মুখ ধুবলৈও পানী নাই।

এনে অনুভৱ হৈছে যেন গুৱাহাটী এৰি শিৱসাগৰলৈকে উভতি যাওঁ। উপায় নোপোৱাত পৰিছো।’ আহমেদে পুনৰ কয় যে গুৱাহাটীত এতিয়া চৌদিশে গঢ়ি উঠা ফ্লেট তথা আন আবাসিক অট্টালিকাসমূহত স্থাপন কৰা গভীৰ নলীনাদৰ বাবে অগভীৰ নলীনাদেৰে পানী উত্তোলন অসম্ভৱ হৈ পৰিছে। তেওঁ ক্ষোভ প্রকাশ কৰে যে গুৱাহাটীখন অপৰিকল্পিত মহানগৰ হোৱা বাবেই এতিয়া মহানগৰবাসীয়ে সংকটৰ সম্মুখীন হ’বলগীয়া হৈছে। চৰকাৰে বহু কথাই কয় যদিও চৰকাৰৰ কথাবোৰ কিমান দূৰ আশা কৰিব পাৰি, সেয়াহে আচল বিষয়।

ছয়মাইলৰ জ্যেষ্ঠ নাগৰিকজনে সম্মুখীন হোৱা পানীৰ ভয়াৱহ নাটনিৰ প্ৰসংগত কয়, ‘আমাৰ ইমানেই অসুবিধা হৈছে যে অঞ্চলটোৰ বহু লোকেই এতিয়া গা ধুবলৈয়ো চিন্তা কৰিবলগীয়া হৈছে। আমিও অৱসৰপ্ৰাপ্ত লোক। গতিকে এতিয়া পানীৰ নামত এনেকৈ অধিক ধন ভৰিবলৈ আমাৰ ধনৰো অভাৱ। এফালে, দৰবৰ দামো বাঢ়িছে। আগতে মাহিলি ছয়-সাত হেজাৰ টকাত কিনা দৰব এতিয়া ১০ হেজাৰৰো অধিক ধন ভৰিব লাগে।’

কেৱল ছয় মাইল, পাঞ্জাবাৰী অঞ্চলেই নহয়, বৰঞ্চ গুৱাহাটীৰ সর্বত্র এইকেইদিন পানীৰ সংকটে জটিল ৰূপ ধাৰণ কৰিছে। হেঙেৰাবাৰী, নয়নপুৰ, জাপৰিগোগ, মথুৰা নগৰ আদিকে ধৰি বিস্তৃীর্ণ অঞ্চলতো একেই পৰিবেশ। লক্ষ্যণীয় যে গুৱাহাটীত পানীযোগানৰ কামত ব্যস্ত জাইকাৰ প্ৰকল্পৰ অধীনত অঞ্চলভেদে কিছু পৰিয়ালক পানী যোগান ধৰা হৈছে যদিও শেহতীয়াকৈ নতুনকৈ পানীৰ সংযোগ দিবলগীয়া হ’লে গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয়ঃ প্রণালী পৰিষদে পঞ্জীয়নৰ নামত ৰাইজৰ পৰা দাবী কৰিছে বৃহৎ অংকৰ ধন।

প্রাপ্ত অভিযোগ মতে, গুৱাহাটীৰ মাণিক নগৰ, সুন্দৰপুৰ পথ, নয়নপুৰ, কল্যাণপুৰ, স্বৰাজ নগৰ, জাপৰিগোগ, কৃষ্ণনগৰ অঞ্চলত জাইকাৰ প্ৰকল্পৰ অধীনত পানী যোগান ধৰাৰ বাবে পয়ঃ প্রণালী পৰিষদে প’ষ্টাৰিং কৰি ৰাইজক পানী লাভৰ বাবে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। লক্ষ্যণীয় যে নাম পঞ্জীয়ন কৰিবলৈ গৈ ৰাইজে সম্মুখীন হৈছে আৰোপ কৰা কেইটামান কঠিন চৰ্তৰ। একো একোটা অঞ্চলত ন্যূনতম ৫০ ঘৰ লোকে একেলগে পানী সংযোগ বিচাৰিলেহে জাইকাৰ প্ৰকল্পৰ অধীনত অঞ্চলত পানী যোগান ধৰা হ’ব। আকৌ পঞ্জীয়নৰ সময়ত প্ৰতিজন আবেদনকাৰীয়ে পানী লাভৰ বাবে পয়ঃ প্রণালী পৰিষদক আদায় দিব লাগিব নগদ ন হেজাৰকৈ টকা।

উল্লেখ্য যে পানীৰ সংযোগৰ নামত এই ধনৰাশি আদায় দিলেহে আবাসী এজনৰ পৰিয়ালক পানীৰ সংযোগ দিয়া হ’ব। সেই মতে পৰিয়ালটোত স্থাপন কৰা মিটাৰৰ আধাৰত মাহিলি পৰিশোধ কৰিব লাগিব পানীৰ মাচুল। পানীৰ সংযোগৰ নামত এনেদৰে বৃহৎ অংকৰ ধন ধাৰ্য কৰাত এতিয়া পানীৰ সংকটত ককবকাই থকা নিম্ন আয়ৰ লোকসকল গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বছৰৰ পাছত বছৰ ধৰি পানী যোগান ধৰিব নোৱাৰা চৰকাৰে এতিয়া নির্দিষ্ট কেতবোৰ অঞ্চলত পানী যোগানৰ নামত এনেদৰে সংযোগ মাচুল বিচৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCMOGMCGmdaGuwahati CityUnexpected Water Crisis
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d