Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pressmeet In State Bjp:ধানটোৱে প্ৰতি কণটো,মানুহটোৱে প্ৰতি মনটো কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে

publisher by publisher
October 2, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Pressmeet In State Bjp:ধানটোৱে প্ৰতি কণটো,মানুহটোৱে প্ৰতি মনটো কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

State BJP Pressmeet in Guwahati:বিজেপিৰ ৰাজ্যিক কার্যালয়ত মন্ত্রী পিযুষ হাজৰিকাৰ সংবাদমেল

State Bjp Pressmeet:বাংলাদেশ, পাকিস্তানৰ আৰ্হিত অসমৰ চাপৰিতো আছে কৌমি মাদ্রাছা

State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা

Pressmeet In State Bjp:

কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে। গুৱাহাটী মহানগৰীত সম্পন্ন হোৱা উন্নয়নমূলক কামকাজ বিলাকৰ অপব্যাখ্যা আৰু বিৰূপ সমালোচনাৰ যোগেদি কংগ্ৰেছৰ নেতা সকলে তেওঁলোকৰ স্বৰূপটো ৰাইজৰ সন্মুখত উন্মোচিত কৰিছে।

ADVERTISEMENT

আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত দলৰ মুখপাত্রদ্বয় ৰূপম গোস্বামী আৰু সুভাষ দত্তই প্রদেশ কংগ্ৰেছক তীব্র সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ নেতৃত্বতহে গুৱাহাটীৰ উন্নয়নৰ ৰূপৰেখা তৈয়াৰ হৈছে বুলি মন্তব্য কৰিছে।

সংবাদমেলখনত মুখপাত্র ৰূপম গোস্বামীয়ে কয়, ধানটোৱে প্রতি কণটো, মানুহটোৱে প্ৰতি মনটো। কংগ্ৰেছৰ নেতা সকলে সমালোচনাৰ পূৰ্বে এইটো চিন্তা কৰা উচিত আছিল যে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীখনৰ বিকাশৰ পৰিকল্পনা তেওঁলোকে বহু আগতেই কৰাৰ সুযোগ পাইছিল।

কিন্তু কংগ্ৰেছৰ নেতা সকলৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই অপৰিকল্পিত তথা বিশৃংখলভাৱে কৰা নিৰ্মাণ আৰু নীতিবর্হিভূতভাৱে কৰা নিৰ্মাণৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাই গা কৰি উঠিছে। দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলে গুৱাহাটী মহানগৰীত থকা জলাশয় সমূহত বেদখলমুক্ত কৰি সুৰক্ষিত নাৰাখিলে। যাৰ ফলশ্ৰুতিত মহানগৰীৰ ৰাইজে এতিয়া কৃত্রিম বানপানীৰ কবলত পৰিছে।

মুখপাত্র গৰাকীয়ে কয় ২০১৬ চনত বিজেপি চৰকাৰ অসমলৈ অহাৰ পিছতেই গুৱাহাটী মহানগীৰৰ ভৌগলিক দিশ চালিজাৰি চাই ৰাইজৰ সুবিধা হোৱাকৈ উন্নয়নমূলক কামকাজ আৰম্ভ কৰিছে। মহানগৰীত এতিয়া কেইবাখনো অত্যাধুনিক ফ্লাই অভাৰ, ফুট ব্রীজ নির্মাণ হৈছে। ৰাস্তা-ঘাট পকীকৰণ হৈছে।

গুৱাহাটী পৌৰ নিগমে নলা-নর্দমা সমূহ নিয়মিতভাৱে পৰিষ্কাৰ কৰিছে। ভৰলু, বাহিনীকে আদি কৰি মহানগৰৰ মাজেৰে বৈ যোৱা উপনৈ সমূহত খনন কাৰ্য অব্যাহত ৰাখিছে। জলাশয় সমূহত বেদখলমুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। মহানগৰীৰ ৰাইজেও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্চতা অভিযানৰ প্ৰতি সহাঁৰি জনাইছে।

যাৰ ফলশ্ৰুতিত মহানগৰীত এতিয়া কৃত্ৰিম বানপানীৰ পৰিমাণ আগতকৈ বহু পৰিমাণে কমি আহিছে। ৰূপম গোস্বামীয়ে লগতে কয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া গুৱাহাটী মহানগৰী দেশৰ ভিতৰতে আটকধুনীয়া মহানগৰীৰ হ’বলৈ আগবাঢ়িছে। মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটী উন্নয়নৰ বাবে গ্ৰহণ কৰা দূৰদৰ্শী পদক্ষেপে অদূৰ ভবিষ্যতে প্ৰতিজন গুৱাহাটীবাসীক উপকৃত কৰিব।

সংবাদমেলত অন্যতম মুখপাত্র সুভাষ দত্তই কয় যে, প্রদেশ কংগ্ৰেছৰ নেতাসকল মুখ্যমন্ত্ৰীৰ জনপ্রিয়তা তথা সফলতাত ঈষান্বিত হৈছে। বহু কংগ্ৰেছী নেতাই মুখ্যমন্ত্ৰী গৰাকীক হিংসা কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰহণযোগ্যতা ৰাষ্ট্ৰীয় পৰ্যায়ত বৃদ্ধি পাইছে। এই কথাই কংগ্ৰেছী সকলৰ নিদ্ৰ হৰণ কৰিছে। সেয়ে তেওঁলোকে সমালোচনাৰ নামত নিজৰ বহুৱালি চৰিত্ৰ প্ৰকাশ কৰিছে।

মুখপাত্র গৰাকীয়ে কয়, বিগত সময়ত স্মাৰ্ট চিটিৰ অধীনত মহানগৰীৰ উন্নয়নৰ বাবে কামকাজ চলি আছে। অসম চৰকাৰৰ উদ্যোগত কেইবাখনো উদ্যান নিৰ্মাণ হোৱাৰ ফলত মহানগৰীৰ ৰাইজে অৱসৰ বিনোদনৰ সময় কটাবলৈ যান্ত্ৰিকতাৰ মাজতো এক মুকলি পৰিবেশ লাভ কৰিছে। মহানগৰীত চিচি টিভিৰ লগতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰেও গুৱাহাটীৰ উন্নয়নৰ বাবে বৃহৎ পুঁজি যোগান ধৰিছে।

প্ৰকৃততে বিজেপি চৰকাৰৰ দিনত গুৱাহাটীখনৰ সামগ্রিক উন্নয়ন সম্ভব হৈ উঠিছে। কংগ্ৰেছী সকলে তেওঁলোকৰ শাসনকালত এয়া হয়ত্ব কল্পনাই কৰিব পৰা নাছিল। সেয়ে তেওঁলোকে বিজেপিৰ দিনত হোৱা উন্নয়ন দেখি ঈষান্বিত হৈ মনেসজা ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাবে ৰাইজৰ মাজত চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ অপ প্ৰচাৰত লিপ্ত হৈছে।

সাংবাদিকে সোথা এক প্রশ্নৰ উত্তৰত মুখপাত্র গৰাকীয়ে কয়, ভাৰতীয় জনতা পাৰ্টিৰ কোনো নেতা বা সদস্যই কংগ্ৰেছ দলত যোগদান কৰিব বুলি কৈ থকা কথাটো ভিত্তিহীন।

তাৰ বিপৰীতে ছয় সাতজন কংগ্ৰেছ দলৰ বিধায়কেহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আগ্ৰহী হৈ আছে বুলি মন্তব্য কৰি মুখপাত্ৰজনে কয়, ভাৰতীয় জনতা পাৰ্টিত এতিয়া এই সকল নেতাৰ বাবে ঠাই নাই। সেউজ সংকেত পালে কংগ্ৰেছৰ নেতা বিধায়কেহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ অধীৰ আগ্ৰহী হৈ আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rupam GoswamiSporksperson Subash DuttaState Bjp Pressmeet
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d